ছুমায়া মাটছুছিমা (ইংৰাজী: : Sumaya Matsushimaজন্ম ১৫ ফেব্ৰুৱাৰী ২০০১ চন); বাংলাদেশৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ফ্ৰীষ্টাইল খেলুৱৈ হিচাপেও তেওঁক গণ্য কৰা হয়।[1][2][3][4] ২০০১ চনৰ ১৫ ফেব্ৰুৱাৰীত জাপানত জন্মগ্ৰহণ কৰে। সুমায়াৰ জন্মৰ ২ বছৰ বয়সত ২০০৩ চনত তেওঁৰ পিতৃ-মাতৃ বাংলাদেশলৈ গুচি আহে আৰু পিতৃ বাংলাদেশী হোৱাৰ বাবে বাংলাদেশৰ স্থায়ী বাসিন্দা হয়।[5][6]

সুমাইয়া মাতসুশিমা
ব্যক্তিগত তথ্য
জন্ম১৫ ফেব্ৰুৱাৰী, ২০০১ (২৩ বছৰ)
জন্মস্থাননাগয়া, জাপান
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাববসুন্ধৰা কিংছ ৱুমেন
সংখ্যা১৪
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০২০ৰপৰাবসুন্ধৰা কিংছ
ৰাষ্ট্ৰীয় দল
২০২৩ৰ পৰাবাংলাদেশ(১)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।


‡ ৰাষ্ট্ৰীয় দলৰ কেপ আৰু গ' ল, এই তাৰিখলৈকে শুদ্ধ
৪ ডিচেম্বৰ, ২০২৩

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

ছুমায়া জন্ম জাপানত। তেওঁৰ মাতৃৰ নাম টমোমি মাটছুছিমা এগৰাকী জাপানী, পিতৃ মাছুদুৰ ৰহমান এজন বাংলাদেশী। ২ বছৰ বয়সত তাই বাংলাদেশলৈ গুচি আহে। ২০০৮ চনত তেওঁলোক বাংলাদেশৰ স্থায়ী বাসিন্দা হয়।[7][8] সুমুৱাইয়াই অষ্টম শ্ৰেণীলৈকে ছি ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছৰ পৰ্য্যায়ৰ অধ্যয়নৰ বাবে ডন বস্কো স্কুল আৰু কলেজত নাম লগায়। ২০১৮ চনত তেওঁ এটা মহিলা ফুটবল দল গঠন কৰে আৰু আন্তঃইংৰাজী মাধ্যমৰ বিদ্যালয় অধিবেশনত অংশগ্ৰহণ কৰে।[9] তেওঁৰ দলটোৱে ছবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু একেৰাহে চাৰিবাৰ চেম্পিয়ন হৈছিল। প্ৰতিযোগিতাখনত সৰ্বাধিক গ’লদাতা আছিল সুমায়া। তেওঁ বাংলাদেশৰ বসুন্ধৰা আৱাসিক অঞ্চলৰ নামানুসাৰে গঠন হোৱা বসুন্ধৰা কিংছ মহিলা ফুটবল দলৰ ফৰৱাৰ্ড খলুৱৈ। ইয়াৰ পূৰ্বে তেওঁ মালদ্বীপৰ ধীভেহি ছিফাইংগে ক্লাবৰ হৈ খেলিছিল।

পেছাদাৰী কেৰিয়াৰ

সম্পাদনা কৰক

ধীভেহি ছিফাইংগে ক্লাবৰ হৈ মালদ্বীপত পেছাদাৰীভাৱে খেলিবলৈ আৰম্ভ কৰে।[10][10] ২০২০ চনত সুমায়াক পেছাদাৰী ফুটবল ক্লাব বসুন্ধৰা ৰজাই নিৰ্বাচিত কৰে।[9][11][12] ২০২৩ চনৰ ১৫ জুলাইত নেপালৰ বিৰুদ্ধে বাংলাদেশৰ হৈ জাতীয় দলত অভিষেক ঘটায় সুমায়াই।[13]

বসুন্ধৰা কিংছ

সম্পাদনা কৰক

বাংলাদেশ মহিলা ফুটবল লীগ: ২০২১–২২, ২০২১–২২

বাংলাদেশ

সম্পাদনা কৰক

SAFF মহিলা চেম্পিয়নশ্বিপ: ২০২৪

আন্তঃৰাষ্ট্ৰীয় গল

সম্পাদনা কৰক

নং তাৰিখ স্থান প্ৰতিদ্বন্দ্বী স্ক'ৰ ফলাফল প্ৰতিযোগিতা ১ ৪ ডিচেম্বৰ ২০২৩ বিএছএছএছএমকে ষ্টেডিয়াম, ঢাকা, বাংলাদেশ ছিংগাপুৰ ৭–০ ৮–০ প্ৰীতি মেচ

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ""Matsushima Sumaya: If the girls love football, there is a way".". Dhaka Tribune.. 
  2. ""Matsushima Sumaiya dreams of representing the nation". The Daily Observer.". The Daily Observer.. 
  3. ""Matsushima Sumaiya all set to play for Kings". bangladeshpost.net.". bangladeshpost.net.. 
  4. ""Cultivating flair".". Dhaka Tribune.. 9 December 2022.. 
  5. ""Biography of Sumaiya Matsushima".". Samakal.. Archived from the original on 30 October 2024.. 
  6. ""When did Sumaya move to Bangladesh?".". Bangla Tribune.. 
  7. "Biography of Sumaiya Matsushima". Samakal. https://samakal.com/shoili/article/2301153819/লালসবুজেৰ-আৰও-একজন. 
  8. "দেশেৰ ফুটবলে জাপানি হাওয়া" (Bangla ভাষাত). Khela 71. https://khela71.com/matsushima-sumaya-bangladesh-dream/। আহৰণ কৰা হৈছে: 16 September 2021. 
  9. 9.0 9.1 "BFF eyeing on Matsushima Sumaiya". Dhaka Tribune. 2020-10-12. https://archive.dhakatribune.com/sport/football/2020/10/12/bff-eyeing-on-matsushima-sumaiya। আহৰণ কৰা হৈছে: 2022-11-19. 
  10. "DSC demolished defending champions MPL to win third title.". clubmaldives.org. https://clubmaldives.org/news/94। আহৰণ কৰা হৈছে: 2022-11-19. 
  11. "Japanese-Bangladeshi Mathsushima in women's team's camp" (en ভাষাত). The Business Standard. 2023-01-23. https://www.tbsnews.net/sports/japanese-bangladeshi-mathsushima-womens-teams-camp-572658. 
  12. "‘I had to balance football and society’" (en ভাষাত). businesspostbd.com. https://businesspostbd.com/sport/2022-06-13/i-had-to-balance-football-and-society-2022-06-13। আহৰণ কৰা হৈছে: 2023-05-10. 
  13. "Japan’s Sumaya now belongs to Bangladesh". https://en.prothomalo.com/sports/football/j7cqn7utcn.