সুৰেশ শৰ্মা (ইংৰাজী: Suresh Sharma) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।

সুৰেশ শৰ্মা
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৯৫৫ চনৰ ৫ জুলাই তাৰিখে গোৱালপাৰা জিলাৰ দৰংগিৰি অঞ্চলত সুৰেশ শৰ্মাৰ জন্ম হয়।[1]


সাহিত্যৰাজি সম্পাদনা কৰক

তেওঁ দুখন ইংৰাজী পুথি অসমীয়ালৈ অনুবাদ কৰিছিল।[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

তেওঁ ২০১১ চন ত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. google,2021
  2. google,2021
  3. google,2021