সোৱণশিৰি নদী
ভাৰতৰ নদী
সোৱণশিৰি নদী (ইংৰাজী: Subansiri River) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। ই ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ অধীনত থকা তিব্বতৰ মাজেদি বৈ গৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২৭৫ মাইল (৪৪২ কিঃমিঃ) আৰু অৱবাহিকাৰ কালি ১২,৬০০ বৰ্গ মাইল (৩২,৬৪০ বৰ্গ কিঃমিঃ)।[1] সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ই ব্ৰহ্মপুত্ৰৰ মুঠ জলৰাশিৰ ৭.৯২% যোগান ধৰে।[2]
সোৱণশিৰি নদী | |
দেশসমূহ | তিব্বত, ![]() |
---|---|
উৎস | হিমালয় |
দৈৰ্ঘ্য | ৪৪২ কিমি (২৭৪.৬৫ মাইল) |
প্ৰবাহ | |
- গড় | ৪২,৬৪০ ঘনমিটাৰ/ছেকেণ্ড (১৫,০৫,৮১৭.৩৯ ঘনফুট/ছেকেণ্ড) |
উৎপত্তিসম্পাদনা কৰক
গতিপথসম্পাদনা কৰক
সোৱণশিৰি নদী প্ৰথমতে পূব আৰু দক্ষিণ-পূবলৈ বৈ গৈ ভাৰতত প্ৰৱেশ কৰিছে। তাৰ পিছত অসমৰ উপত্যকাত দক্ষিণ দিশে বৈ গৈছে। ই অসমৰ লক্ষীমপুৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে।
লগতে চাওকসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Rao, K.L. (1979). India's Water Wealth. Orient Blackswan. পৃষ্ঠা. 78. ISBN 978-81-250-0704-3. http://books.google.com/books?id=DZNrXuA2y3MC&pg=PA78। আহৰণ কৰা হৈছে: 1 May 2011.
- ↑ Singh, Vijay P.; Sharma, Nayan; Ojha, C. Shekhar P. (2004). The Brahmaputra basin water resources. Springer. পৃষ্ঠা. 82. ISBN 978-1-4020-1737-7. http://books.google.com/books?id=HUXrVyUk0RAC&pg=PA82। আহৰণ কৰা হৈছে: 1 May 2011.