স্যমন্তক হৰণ
স্যমন্তক হৰণ শ্ৰীশ্ৰী শঙ্কৰদেৱৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ৷ ভাগৱতৰ দশম স্কন্ধত ‘স্যমন্তক হৰণ’ শীৰ্ষক অধ্যায়টি আছে৷
স্যমন্তক হৰণ | |
---|---|
লেখক | শ্ৰীশ্ৰী শঙ্কৰদেৱ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | ধৰ্মীয় গ্ৰন্থ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
লেখকৰ পৰিচয়
সম্পাদনা কৰকশ্ৰীশ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল[1]। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি[1]।
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- [Short URL: https://w.wiki/5HAp অসমীয়া ৱিকিউৎসত স্যমন্তক হৰণ গ্ৰন্থখন পঢ়ক]