সৰস্বতী হেমব্ৰাম (ইংৰাজী: Saraswati Hembram) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ওড়িশা বিধানসভালৈ নিৰ্বাচিত হয়।[1][2][3][4]

সৰস্বতী হেমব্ৰাম
ওড়িশা বিধানসভাৰ সদস্য
কাৰ্যকাল
১৯৯৫-২০০০
সমষ্টি খুন্তা (বিধান সভা সমষ্টি)
কাৰ্যকাল
১৯৮০-১৯৯০
সমষ্টি কুলিয়ানা (বিধান সভা সমষ্টি)
ব্যক্তিগত তথ্য
জন্ম ১০ মে’ ১৯৪৯
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
আন ৰাজনৈতিক
সম্পৰ্ক
বিজু জনতা দল

তথ্যসূত্ৰ সম্পাদনা কৰক