সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন

সৰ্বভাৰতীয় মজলিছে-ই-ইত্তেহাদুল মুছলিমীন বা এম আই এম হৈছে ভাৰতৰ স্বায়ত্তশাসিত ৰাজ্যৰ ৰাজধানী তেলেংগানা ৰ এটা আঞ্চলিক ভিত্তিত ৰাজনৈতিক দল। ইয়াৰ মুখ্য কাৰ্যালয় আঘাপুৰ হায়দৰাবাদ তেলেংগানাত।[1]

সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুসলিমীন
সভাপতি আছাদুদ্দিন ওৱাইছি‎
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১২ নৱেম্বৰ ১৯২৭ (৯৬ বছৰ আগত) (1927-11-12)
মূখ্য কাৰ্যালয় দাৰুসালাম, আঘাপুৰা, হায়দৰাবাদ, তেলেংগানা, ভাৰত
ৰাজনৈতিক মতাদৰ্শ সম্মিলিত জাতীয়তাবাদ, দলিত অধিকাৰ, সংখ্যালঘু অধিকাৰ, সংবিধানবাদ
ৱেবছাইট www.aimim.org

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. এ আই এম আই এম ৰ বিষয়ে