হকী (ইংৰাজী: Hockey) এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যক দলত ১১জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ’ল দিয়ে সেই দলটোৱেই বিজয়ী হিচাপে মনোনীত হয়।

হকী

ফিল্ড হকী খেলাৰ দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা আন্তৰ্জাতিক হকী ফেডাৰেছন
অন্য নাম হকী
প্ৰথমবাৰ খেলা হয় ১৯
বৈশিষ্ট্য
সংস্পৰ্শ হয়
দলৰ সদস্য ১১জন খেলুৱৈ
বৰ্গীকৰণ বহিঃ বা অন্তঃ
উপকৰণ হকী বল
অলিম্পিক ১৯০৮, ১৯২০, ১৯২৮-বৰ্তমান

পেছাদাৰী হকী প্ৰতিযোগিতা তিনিটা বিভাগত খেলোৱা হয়। প্ৰকাৰসমূহ হ’ল:

  • ফিল্ড হকী
  • আইচ হকী আৰু
  • ৰিং হকী

হকী মূলতঃ বহিঃক্ৰীড়া (outdoor game), যদিও আজিকালি অন্তঃক্ৰীড়া (indoor game) হিচাপেও খেলিব পাৰি।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক