হাংগামা টিভি হৈছে শিশুসকলক লক্ষ্য কৰি লোৱা ভাৰতীয় টেলিভিছন চেনেল, য'ত মূলতঃ জাপানী আৰু ভাৰতীয় এনিমেটেড ধাৰাবাহিক প্ৰদৰ্শন কৰা হয়। ২০০৪ চনৰ ২৬ ছেপ্টেম্বৰত ইয়াক মুকলি কৰা হয়।[1] ইয়াৰ মালিক দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়া, নিজেই সম্পূৰ্ণৰূপে দ্য ৱাল্ট ডিজনী কোম্পানী৷ চেনেলটোৱে মূলতঃ আন কিছুমান শিশুৰ টেলিভিছন ধাৰাবাহিকৰ সৈতে জাপানীজ কিডছ এনিমেচন প্ৰচাৰ কৰে।

Hungama TV
নেটৱৰ্ক Disney Star
গৰাকী The Walt Disney Company India
দেশ ভাৰত
ভাষা
  • হিন্দী
  • তামিল
  • তেলেগু
মুখ্য কাৰ্যালয় মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Star India launches Disney Kids Pack with new campaign - Exchange4media". Indian Advertising Media & Marketing News – exchange4media. https://www.exchange4media.com/advertising-news/star-india-launches-disney-kids-pack-with-new-campaign-98252.html.