হাউলী
নামনি অসমৰ এখনি বাণিজ্য নগৰী
হাউলী (IPA:ˈhaʊlɪ) (ইংৰাজী: Howli) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই।
হাউলী
Howly | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
অসমৰ জিলাসমূহ | বৰপেটা জিলা |
উচ্চতা | ৪৩ মিটাৰ (১৪১ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
15,958 |
ইতিহাস
সম্পাদনা কৰকভৌগোলিক বিৱৰণ
সম্পাদনা কৰকভৌগোলিকভাৱে হাউলী 26°26′N 90°58′E / 26.43°N 90.97°E.[1]ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৩ মিটাৰ (১৪১ ফুট)।
আন্ত:গাঁথনি
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি হাউলীৰ মুঠ জনসংখ্যা ১৫,৯৫৮ জন[2]। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। মুঠ জনসংখ্যাৰ ১৪% ছয় বছৰৰ অনুৰ্ধৰ। হাউলী ৰ গড় সাক্ষৰতাৰ হাৰ ৬৩%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৯% আৰু ৫৬%।
যাতায়ত ব্যৱস্থা
সম্পাদনা কৰকশিক্ষা
সম্পাদনা কৰক- বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন,হাউলী
- হাউলী উচ্চ মাধ্যমিক বিদ্যালয়
- আদৰ্শ বিদ্যাপীঠ হাইস্কুল
- অহল্যা বালিকা প্ৰাথমিক বিদ্যালয়
- জাতীয় বিদ্যালয়
- ইংৰাজী মাধ্যমৰ বিদ্যালয়
- মহাবিদ্যালয়
- বি এইচ মহাবিদ্যালয়
- হাউলী জুনিয়ৰ কলেজ
- হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়
উল্লেখযোগ্য ব্যক্তি
সম্পাদনা কৰকহৃষিকেশ গোস্বামী (প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মিডিয়া উপদেষ্টা,অসম চৰকাৰ)[3]
হেমেন দাস (প্ৰধান সচিব,অসম বিধান সভা)[4]
উল্লেখযোগ্য স্থান
সম্পাদনা কৰক- চণ্ডীবৰুৱা স্মৃতি ভৱন
- ইংৰাজে স্থাপন কৰা ডাক-বঙলা
- ঘিলাঝাৰী সত্ৰ
- মৈৰামাৰা নামটি সত্ৰ
- পোৰাভঁঢ়াল সত্ৰ
- কালঝাৰ সত্ৰ
- মদন মোহন নামঘৰ
- হাউলী ৰাস-মন্দিৰ
- হালাপাকুৰী শংকৰসমাজ কীৰ্তনঘৰ
- ৰাধা গোবিন্দ মন্দিৰ
- শিৱ মন্দিৰ
- হনুমান মন্দিৰ
- ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, হাউলী খণ্ড
- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
- হাউলী গাওঁ ৰাখাল গোঁসাই থান
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Falling Rain Genomics, Inc - Howli
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ Desk, Sentinel Digital (2016-08-04). "Hrishikesh Goswami is CM’s Media adviser - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/guwahati-today/hrishikesh-goswami-is-cms-media-adviser/। আহৰণ কৰা হৈছে: 2022-07-12.
- ↑ admin. "Hemen Das is Principal Secretary, Assam Legislative Assembly |". Whispersinthecorridors. https://www.whispersinthecorridors.com/detail/70652-Hemen-Das-is-Principal-Secretary,-Assam-Legislative-Assembly। আহৰণ কৰা হৈছে: 2022-07-12.