হিন্দী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ হিন্দী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৪৬,২১৬ প্ৰবন্ধ আছে।

Favicon of Wikipedia হিন্দী ৱিকিপিডিয়া
Wikipedia-logo-v2-hi.svg
ইউ আৰ এল hi.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা হিন্দী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২১ চনত হিন্দী ৱিকিপিডিয়াৰ ১,৪৬,২১৬ টা প্ৰবন্ধ, ৬,১৬,০০০ গৰাকী সম্পাদক, ৮ গৰাকী প্ৰশাসক আৰু ৩,৪৬৮ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫১,২০,৭৪৬।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

হিন্দী ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক