হিড়া নাম
(হিৰা নামৰ পৰা পুনঃনিৰ্দেশিত)
হিড়া নাম বা হিৰা নাম আৰু হিয়া নাম হৈছে অসমৰ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ “নাম-প্ৰসঙ্গ”ৰ এটা প্ৰকাৰ।[1][2] সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ নাম হৈছে:[3]
- দিহা নাম,
- প্ৰসঙ্গীয়া নাম,
- পাল নাম, আৰু
- হিড়া নাম
মতান্তৰত “প্ৰসঙ্গ-নাম”ৰ পাঁচটা ভাগো পোৱা যায়। সেইকেইটা হৈছে:[3]
- উৎসৱৰ নাম,
- উপাঙ্গ নাম,
- নিবিড় নাম,
- বিড় নাম, আৰু
- মানস নাম।
হিড়া নাম অতি প্ৰয়োজন সাপেক্ষে আলোচনামৰ্মে নাম প্ৰসঙ্গৰ শেষত নামতিসকল, ঠিয় হৈ পৰিৱেশন কৰে।[3] এই হিড়া নাম লেছাৰি সুৰত গোৱা হয়।[3] হিড়া নামত সাধাৰণতে গায়ন-বায়নসকলে মূলতঃ শ্ৰীকৃষ্ণৰ নাম, গুণানুকীৰ্ত্তন কৰা হয়।[3]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Music of Assam: O Mor Aponar Desh, Tokari Geet, Dihanaam, Hiranaam, Borgeet. General Books LLC. 2010. ISBN 9781158616626. https://books.google.co.in/books/about/Music_of_Assam.html?id=UKptcAAACAAJ&redir_esc=y.
- ↑ Ghosh, Joydeep (2019). General Knowledge of Northeast India. Educreation Publishing. পৃষ্ঠা. 17. https://www.google.co.in/books/edition/General_Knowledge_of_Northeast_India/1o-HDwAAQBAJ?hl=en.
- ↑ 3.0 3.1 3.2 3.3 3.4 গোস্বামী, ড° গিৰিকান্ত (২১ নবেম্বৰ ২০২০). "সত্ৰীয়া নাম-প্ৰসঙ্গ". Xahitya.orgসাহিত্য ডট অৰ্গ. https://xahitya.org/%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BE%E0%A6%AE-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%99%E0%A7%8D%E0%A6%97-%E0%A6%A1-%E0%A6%97%E0%A6%BF%E0%A7%B0/। আহৰণ কৰা হৈছে: ১৯ অক্টোবৰ ২০২৩.