হৰিৎ প্ৰদেশ হৈছে ভাৰতৰ এখন প্ৰস্তাৱিত ৰাজ্য যি উত্তৰ প্ৰদেশৰ পশ্চিম অংশক সামৰি লয়।[1] হৰিৎ শব্দৰ অৰ্থ হৈছে সেউজীয়া যি অঞ্চলটোৰ কৃষিক্ষেত্ৰৰ উন্নত অৱস্থাক প্ৰতিনিধিত্ব কৰে।

হৰিৎ প্ৰদেশ
—  প্ৰস্তাৱিত ৰাজ্য  —
ভাৰতত হৰিৎ প্ৰদেশৰ অৱস্থান
ভাৰতত হৰিৎ প্ৰদেশৰ অৱস্থান
দেশ  ভাৰত
অঞ্চল উত্তৰ ভাৰত
প্ৰস্তাৱিত ৰাজধানী আগ্ৰা, মীৰাট
প্ৰস্তাৱিত সংমণ্ডল সমূহ
তালিকা
  • মীৰাট সংমণ্ডল
  • মোৰাদাবাদ সংমণ্ডল
  • বেৰেইলি সংমণ্ডল
  • আগ্ৰা সংমণ্ডল
  • ছাহানপুৰ সংমণ্ডল
  • আলিগড় সংমণ্ডল
ভাষা খড়ীবোলী, হৰিয়ানৱী, হিন্দী, ব্ৰজ ভাষা, কন্নৌজী, পঞ্জাবী

এই অঞ্চলটোৰ জনসাংখ্যিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বৈশিষ্ট আৰু গঠন উত্তৰ প্ৰদেশৰ আন অংশৰ তুলনাত পৃথক। হাৰিয়ানা, পঞ্জাব আৰু উত্তৰ ৰাজস্থানৰ সৈতেহে এই অঞ্চলটোৰ অধিক মিল দেখা যায়।

প্ৰশাসনীয় বিভাগ সম্পাদনা কৰক

 
প্ৰস্তাৱিত হৰিৎ প্ৰদেশে মেপত দেখুওৱা ১,২,৩,৮,৯,১০ আৰু ১১ নং সংমণ্ডল কেইটা সামৰি লয়

পশ্চিম উত্তৰ প্ৰদেশে ২২ খন জিলা আৰু ছটা প্ৰশাসনিক বিভাগ বা সংমণ্ডলক সামৰি লয়

  1. ছাহাৰানপুৰ সংমণ্ডল
  2. মোৰাদাবাদ সংমণ্ডল
  3. বেৰেইলি সংমণ্ডল
  4. মীৰাট সংমণ্ডল
  5. আলিগড় সংমণ্ডল
  6. আগ্ৰা সংমণ্ডল

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sajal Basu (2005), Regionalism, ethnicity, and left politics, Rawat Publications, ISBN 81-7033-930-8, https://books.google.com/books?id=uApuAAAAMAAJ, "... perhaps only to strengthen his own demand of a separate Harit Pradesh comprising 23 districts from western UP ...A consequent demand for the separation of the more prosperous western districts of UP which have been the bastion of the green revolution, and have variously been named as Pashchim Pradesh or more recently as Harit Pradesh by Ajit Singh ..."