হৰি ওঁম

অসমীয়া চলচ্চিত্ৰ (২০১৬)


হৰি ওঁম হৈছে ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত এখন ৰোমাণ্টিক একশ্বনধৰ্মী অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে অৰূপ জ্যোতি ৰাভাই। মূখ্য অভিনয়ত আছে ভাষ্কৰ ৰঞ্জন,প্ৰিন্স,তৃষ্ণা কুৰ্মী আৰু দেৱাশ্ৰী গগৈ। চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিবেশন ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্টৰ।

হৰি ওঁম
পৰিচালক অৰূপ জ্যোতি ৰাভা
প্ৰযোজক ছিয়ন হাজৰিকা
অভিনয়ত
  • প্ৰিন্স
  • ভাস্কৰ ৰঞ্জন
  • তৃষ্ণা কুৰ্মী
  • দেৱাশ্ৰী গগৈ
চিত্ৰগ্ৰহণকাৰী সূৰুয ডেকা
সম্পাদনা মানস কাশ্যপ
সংগীত পৰিচালক দ্বীপকেষ বৰগোহাঁই
প্ৰযোজনা
কোম্পানী
ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্ট
পৰিবেশক ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্ট
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

দুজন বন্ধু, যিকেইজনে সৰু কালৰে পৰা একেলগে আছিল। কিন্তু কোনো কাৰণত তেওঁলোক বেলেগ হব লগাত পৰে। এজন বন্ধুৱে কিদৰে বেয়া পথত যাবলৈ লয়। ইয়াৰ মাজতে ভাহি আহে এক নিভাঁজ প্ৰেম কাহিনী। এয়াই হৈছে হৰি ওঁমৰ কাহিনী।

অভিনয় শিল্পী সম্পাদনা কৰক

  • প্ৰিন্স
  • ভাস্কৰ ৰঞ্জন
  • তৃষ্ণা কুৰ্মী
  • দেৱাশ্ৰী গগৈ