হৰি বৰকাকতি
হৰি বৰকাকতি (ইংৰাজী: Hari Borkataki) আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হৰি বৰকাকতি এগৰাকী আগশাৰী কবি। তেওঁ পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল। [1]
হৰি বৰকাকতি | |
---|---|
জন্ম | ১৯২৯ চন অসম |
মৃত্যু | ২০০৬ চন |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম
সম্পাদনা কৰকহৰি বৰকাকতিৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দত।[2]
সাহিত্যৰাজি
সম্পাদনা কৰককবিতা পুথি
সম্পাদনা কৰক- কোনোবা শীতৰ এটি বগা সন্ধিয়াত(১৯৭০)
- সাগৰ বালিৰ খোজ(১৯৮৯)
- চিনাকি চিনাকি গোন্ধ(১৯৯৮)
- হৰি বৰকাকতিৰ কবিতা(১৯৭৮)
- ছিলেকটেড পয়েমছ(১৯৯৪)
- কাগজৰ নাও(১৯৮২)[3]
মৃত্যু
সম্পাদনা কৰকহৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।