ৠ
পুৰণি অসমীয়া স্বৰবৰ্ণত ৠ বৰ্ণটো আছিল । বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিছে ।
ইউনিক’ড সম্পাদনা কৰক
ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[1] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | ৠ | ৠ | U+09E0 |
BENGALI LETTER VOCALIC RR |
গৌণ ৰূপ | ৄ | ৄ | U+09C4 |
BENGALI VOWEL SIGN VOCALIC RR |
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)