১৯৯৩ চনৰ লাটুৰ ভূমিকম্প

১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল।[4] ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত। ভ্ৰামক মান মাপনী বা ম'মেণ্ট মেগ্ননিছিউত স্কেলত ইয়াৰ মান আছিল ৬.২ আৰু প্ৰায় ১০০০০ জন মানুহৰ মৃত্যু হৈছিলে; ৩০০০০ জন আঘাতপ্ৰাপ্ত হৈছিলে। ভূমিকম্পটো এটা অগভীৰ ভূমিকম্প আছিলে যাৰ কেন্দ্ৰটো ভূ-পৃষ্ঠৰ ১০কিমি তলত আছিলে ফল স্বৰূপে বিস্তৰ ক্ষতি সাধন হৈছিলে।

১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প is located in India
{{{alt}}}
তাৰিখ ৩০। ০৯। ১৯৯৩
প্ৰাৱল্য ৬.২ Mw[1]
গভীৰতা ১০ কিমি[1]
অভিকেন্দ্ৰ 18°04′N 76°37′E / 18.07°N 76.62°E / 18.07; 76.62স্থানাংক: 18°04′N 76°37′E / 18.07°N 76.62°E / 18.07; 76.62[1]
প্ৰকাৰ Reverse[2]
দেশ বা অঞ্চল(সমূহ) ভাৰত
সৰ্বাধিক তীব্ৰতা VIII (Severe)[3]
হতাহত ৯৭৪৮ জন মৃত[2]
৩০০০০জন আঘাতপ্ৰাপ্ত[2]

References সম্পাদনা কৰক