১৯৯৩ চনৰ লাটুৰ ভূমিকম্প

১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল।[4] ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত। ভ্ৰামক মান মাপনী বা ম'মেণ্ট মেগ্ননিছিউত স্কেলত ইয়াৰ মান আছিল ৬.২ আৰু প্ৰায় ১০০০০ জন মানুহৰ মৃত্যু হৈছিলে; ৩০০০০ জন আঘাতপ্ৰাপ্ত হৈছিলে। ভূমিকম্পটো এটা অগভীৰ ভূমিকম্প আছিলে যাৰ কেন্দ্ৰটো ভূ-পৃষ্ঠৰ ১০কিমি তলত আছিলে ফল স্বৰূপে বিস্তৰ ক্ষতি সাধন হৈছিলে।

১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প is located in ভাৰত
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
তাৰিখ ৩০। ০৯। ১৯৯৩
প্ৰাৱল্য ৬.২ Mw[1]
গভীৰতা ১০ কিমি[1]
অভিকেন্দ্ৰ 18°04′N 76°37′E / 18.07°N 76.62°E / 18.07; 76.62স্থানাংক: 18°04′N 76°37′E / 18.07°N 76.62°E / 18.07; 76.62[1]
প্ৰকাৰ Reverse[2]
দেশ বা অঞ্চল(সমূহ) ভাৰত
সৰ্বাধিক তীব্ৰতা VIII (Severe)[3]
হতাহত ৯৭৪৮ জন মৃত[2]
৩০০০০জন আঘাতপ্ৰাপ্ত[2]