২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 229, চমুকৈ: NH 229) হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃত হৈ আছে।[1]
ৰাষ্ট্ৰীয় ঘাইপথ ২২৯ | |
---|---|
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | টাৱাঙ, অৰুণাচল প্ৰদেশ |
To | পাছিঘাট, অৰুণাচল প্ৰদেশ |
Location | |
States | অৰুণাচল প্ৰদেশ: ১০৯০ কিঃমিঃ |
Primary destinations | টাৱাঙ - ব'মডিলা - ছেপ্পা - জিৰ' - দাপ'ৰিজ' - আলঙ - পাছিঘাট |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক |
সংযোগ স্থাপন কৰা ঠাইসমূহ
সম্পাদনা কৰকলগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক