৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 31C, চমুকৈ NH 31C) টোৱে পশ্চিম বংগগলগলীয়া আৰু অসমবিজনীৰ মাজত সংযোগ স্থাপন কৰিছে। এই পথটোৰ দৈৰ্ঘ্য হৈছে ২৩৫ কিঃমিঃ (১৪৬ মাইল)। ইয়াৰে ১৪২ কিঃমিঃ (৮৮ মাইল) অসমত আৰু ৯৩ কিঃমিঃ (৫৮ মাইল) পশ্চিম বংগত আছে।[1]

Indian National Highway ৩১চি
৩১চি
ৰাষ্ট্ৰীয় ঘাইপথ ৩১চি
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From গলগলীয়া
To বিজনী
Location
Statesপশ্চিম বংগ, অসম
Primary
destinations
নক্সালবাৰী - বাগডোগড়া - চালচা - নাগ্ৰাকাটা - বীৰপাৰা - মদৰীহাট - কামাখ্যাগুড়ি - কোচগাঁও - বিজনী
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

সংযোজিত পথসমূহ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. [1] Start and end points of National Highways