৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
[[Category:Infobox road instances in সাঁচ:Country name]]
ৰাষ্ট্ৰীয় ঘাইপথ 39 | |
---|---|
![]() Road map of India with National Highway 39 highlighted in blue | |
পথ তথ্য | |
দৈৰ্ঘ্য | *{{Redirect/MonthName}}, {{Redirect/MonthNumber}}, {{Redirect/AsYear}}, {{Redirect/EnYear}} ) |
Major junctions | |
উত্তৰ end | নুমলীগড়, অসম |
দক্ষিণ end | ভাৰত-ম্যানমাৰ সীমান্ত |
Location | |
States | অসম: 115 km (71 মাইল) নাগালেণ্ড: 100 km (62 মাইল) মণিপুৰ: 211 km (131 মাইল) |
Primary destinations | গোলাঘাট - ডিমাপুৰ - ক'হিমা - সেনাপতি - ইম্ফল |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/browse' not found. |
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)। ইয়াৰ ভিতৰত অসমত ১১৫ কিঃমিঃ (২১ মাইল), নাগালেণ্ডত ১০০ কিঃমিঃ (৬২ মাইল) আৰু মণিপুৰত ২১১ কিঃমিঃ (১৩১ কিঃমিঃ) আছে। [1]
সংযোজিত ঠাইসমূহসম্পাদনা কৰক
লগতে চাওকসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02.