৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)। ইয়াৰ ভিতৰত অসমত ১১৫ কিঃমিঃ (২১ মাইল), নাগালেণ্ডত ১০০ কিঃমিঃ (৬২ মাইল) আৰু মণিপুৰত ২১১ কিঃমিঃ (১৩১ কিঃমিঃ) আছে। [1]
ৰাষ্ট্ৰীয় ঘাইপথ 39 | |
---|---|
Road map of India with National Highway 39 highlighted in blue | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
উত্তৰ end | নুমলীগড়, অসম |
দক্ষিণ end | ভাৰত-ম্যানমাৰ সীমান্ত |
Location | |
States | অসম: 115 km (71 মাইল) নাগালেণ্ড: 100 km (62 মাইল) মণিপুৰ: 211 km (131 মাইল) |
Primary destinations | গোলাঘাট - ডিমাপুৰ - ক'হিমা - সেনাপতি - ইম্ফাল |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
সংযোজিত ঠাইসমূহ
সম্পাদনা কৰকলগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02.
বাহ্যিক সংযোগ
সম্পাদনা কৰক