ৰং হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত[1] এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে[2]

ৰং
Untitled

গীতৰ তালিকা সম্পাদনা কৰক

এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ৰং তুমি হোৱানে"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ  
2. "তুমি দূৰ অতীতৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
3. "এতিয়া কাষত"  জুবিন গাৰ্গজুবিন গাৰ্গ  
4. "সেউজীয়া মন"  জুবিন গাৰ্গজুবিন গাৰ্গ  
5. "জোন বেলি তৰা"  জুবিন গাৰ্গজুবিন গাৰ্গ  
6. "আজি তুমি নহ'লে"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ  
7. "যেতিয়া বৰষা নামে"  জুবিন গাৰ্গজুবিন গাৰ্গ  
8. "মোৰো যে মনে"  জুবিন গাৰ্গজুবিন গাৰ্গ  

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  2. 2.0 2.1 "Rong". Music India Online. Archived from the original on 2015-03-12. https://web.archive.org/web/20150312004059/http://mio.to/album/Rong। আহৰণ কৰা হৈছে: 8 মাৰ্চ 2015. 

বাহ্যিক সংযোগ সম্পাদনা কৰক