ৰঞ্জনা লিপি (Lantsa[1]) হৈছে একাদশ শতিকাত বিকশিত হোৱা এটা আবুগিদা লিখন ব্যৱস্থা।[2] এই লিপি ২০ শতিকাৰ মাজভাগলৈকে নেপালৰ পৰা তিব্বতলৈকে এটা অঞ্চলত কাঠমাণ্ডুৰ ঐতিহাসিক বাসিন্দা নেৱাৰ লোকসকলে সংস্কৃত আৰু নেৱাৰ ভাষা লিখিবলৈ এই লিপি ব্যৱহাৰ কৰিছিল৷ আজিকালি চীন দেশৰ বৌদ্ধ মঠসমূহতো ইয়াক ব্যৱহাৰ কৰা হয়। বিশেষকৈ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ভিতৰৰ তিব্বতী বৌদ্ধ অঞ্চল, ছিচুয়ান, ইউনান, কিংহাই আৰু গানছুতৰ লগতে মংগোলিয়া আৰু জাপানৰ বৌদ্ধ মঠ সমূহত ব্যৱহাৰ কৰা হয়। সাধাৰণতে বাওঁফালৰ পৰা সোঁফালে লিখা হয় যদিও কুটাক্ষৰ ৰূপটো ওপৰৰ পৰা তললৈ লিখা হয়।[2] ইয়াক মানক নেপালী ভাষাৰ কেলিগ্ৰাফিক লিপি বুলিও গণ্য কৰা হয়।

ৰঞ্জনা

ৰঞ্জনা লিপি
প্ৰকাৰ আবুগিদা
ভাষা নেৱাৰ ভাষা (নেপাল ভাষা)
সংস্কৃত
তিব্বতীয় ভাষা
সময় c. 1100–present
মাতৃ লিপি
Proto-Sinaitic script
সন্তান লিপি Soyombo লিপি
ভগ্নী লিপি প্ৰচলিত
ভূজিমল
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।
  1. Masica, Colin (1993). The Indo-Aryan languages. পৃষ্ঠা. 143. 

বৰ্ণমালা

সম্পাদনা কৰক
       
       
   
       
  অং   অঃ
         
         
         
         
         
       
       
  ক্ষ   ত্ৰ   জ্ঞ
                   

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Omniglotসাঁচ:Sps
  2. 2.0 2.1 Jwajalapaসাঁচ:Sps Archived 2007-03-10 at the Wayback Machine