ৰাকেশ দাস(ইংৰাজী: Rakesh Das) অসমৰ এগৰাকী যুৱ ৰাজনৈতিক নেতা। তেওঁ বৰ্তমানে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ অসম ৰাজ্যিক সভাপতিৰ দায়িত্বত আছে। দাস পূৰ্বতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত আছিল। [1] [2]

ৰাকেশ দাস
ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম ৰাজ্যিক সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
জুলাই, ২০২৪
পূৰ্বসূৰী সিদ্ধাংকু অংকুৰ বৰা
ব্যক্তিগত তথ্য
জন্ম কামৰূপ(গ্ৰাম্য)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতক (অৰ্থনীতি)
স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান)
শিক্ষানুষ্ঠান ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
পেচা ৰাজনৈতিক নেতা

দাসে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।

তথ্যসূত্ৰ

সম্পাদনা কৰক