ৰাঘৱ

যতীন বৰাৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ চলচ্চিত্ৰ
ৰাঘৱ
পৰিচালক যতীন বৰা
ৰচনা অভিজিত ভট্টাচাৰ্য্য
চিত্ৰনাট্য অভিজিত ভট্টাচাৰ্য্য
কাহিনী অভিজিত ভট্টাচাৰ্য্য
প্ৰযোজক যতীন বৰা , নবনীতা শৰ্মা বৰা
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী
সম্পাদনা প্ৰতীম খাউণ্ড
সংগীত পৰিচালক জুবিন গাৰ্গ, দেৱজিত চাংমাই, অমৃত প্ৰীতম
পৰিবেশক জে বি প্ৰডাকচন
মুক্তি
২৭ অক্টোবৰ ২০২৩ (2023-10-27)
দৈৰ্ঘ্য
১১৪ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া