ৰাজেশ খৈতান
ৰাজেশ খৈতান (প্ৰায় ১৯৪৪ – ১৫ ডিচেম্বৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
ৰাজেশ খৈতান | |
---|---|
পশ্চিমবঙ্গ বিধানসভা | |
কাৰ্যকাল ১৯৮২ – ২০০১ | |
পূৰ্বসূৰী | ৰবিশঙ্কৰ পাণ্ডে |
উত্তৰসূৰী | তাপস ৰায় |
সমষ্টি | বড়বাজাৰ |
ব্যক্তিগত তথ্য | |
জন্ম | প্ৰায় ১৯৪৪ |
মৃত্যু | ১৫ ডিচেম্বৰ ২০১৯ (বয়স ৭৫ বছৰ) |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
জীৱনী
সম্পাদনা কৰকৰাজেশ খৈতান ১৯৮২, ১৯৮৭, ১৯৯১ আৰু ১৯৯৬ চনত বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[1][2][3][4] ২০১৯ চনৰ ১৫ ডিচেম্বৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হয়।[5]
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ "General Elections, India, 1982, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1982/StatisticalReportWestBengal82.pdf। আহৰণ কৰা হৈছে: 3 December 2014.
- ↑ "General Elections, India, 1987, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1987/StatisticalReportWestBengal87.pdf। আহৰণ কৰা হৈছে: 3 December 2014.
- ↑ "General Elections, India, 1991, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1991/StatisticalReport-West%20Bengal91.pdf। আহৰণ কৰা হৈছে: 3 December 2014.
- ↑ "General Elections, India, 1996, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1996/StatisticalReport-WB96.pdf। আহৰণ কৰা হৈছে: 3 December 2014.
- ↑ "প্ৰাক্তন বিধায়ক প্ৰয়াত" (bn ভাষাত). Anandabazar Patrika. 16 December 2019. https://www.anandabazar.com/state/ex-mla-rajesh-khaitan-passes-away-1.1083133। আহৰণ কৰা হৈছে: 16 December 2019.