ৰোহিনী (দেৱী)
ৰোহিনী এগৰাকী হিন্দু ধৰ্মৰ দেৱী আৰু চন্দ্ৰ দেৱতাৰ প্ৰিয় পত্নী।[1] তেওঁ প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী আসিকনীৰ 27 গৰাকী কন্যাৰ ভিতৰত এগৰাকী।
ৰোহিনী | |
---|---|
স্বীকৃতি | দেৱী |
বাসস্থান | চন্দ্ৰলোক |
ব্যক্তিগত তথ্য | |
পিতৃ-মাতৃ |
|
সংগিনী | চন্দ্ৰ |
শিশুসকল | বৰ্চা |
ৰোহিনী এক ৰঙা ৰংৰ নক্ষত্ৰ, ইয়াক হিন্দু শাস্ত্ৰত দেৱীৰ ময্যদা দিয়া হৈছে।[2]
তথ্যসূত্ৰসমূহ
সম্পাদনা কৰক- ↑ Agrawala, Prithvi Kumar (1983) (en ভাষাত). Goddesses in Ancient India. Abhinav Publications. ISBN 978-81-7017-184-3. Archived from the original on 2023-02-02. https://web.archive.org/web/20230202063156/https://books.google.com/books?id=8BmDIbNuD0gC&q=rohini+goddess&pg=PA106। আহৰণ কৰা হৈছে: 2020-10-03.
- ↑ Shah, Saket (2019-10-19) (en ভাষাত). Understanding The Nakshatras: Soul of Astrology is Nakshatras. Saket Shah. Archived from the original on 2023-02-02. https://web.archive.org/web/20230202063136/https://books.google.com/books?id=XYG3DwAAQBAJ&q=aldebaran+Rohini&pg=PT21। আহৰণ কৰা হৈছে: 2020-10-08.