ৱিকিচ'ৰা:শেহতীয়া ঘটনাৱলী/প্ৰবন্ধৰ পৰিসংখ্যাৰ খতিয়ান

100 articles সম্পাদনা কৰক

Assamese wikipedia has crossed 100 articles. --Eukesh ২০:৪৪, ১২ May ২০০৭ (UTC)

150 articles সম্পাদনা কৰক

Assamese wikipedia has reached 150 articles. --Sangeeta ২০:৪৯, ২০ May ২০০৭ (UTC)


600 articles সম্পাদনা কৰক

Assamese wikipedia has reached 600 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ৬০০টা হ'ল। --Gitartha.bordoloi ১৬:০৫, ১০ চেপ্তেম্বৰ ২০১১ (UTC)

650 articles সম্পাদনা কৰক

Assamese wikipedia has reached 650 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ৬৫০টা হ'ল। --Gitartha.bordoloi ১০:৫৬, ২২ চেপ্তেম্বৰ ২০১১ (UTC)

700 articles সম্পাদনা কৰক

Assamese wikipedia has reached 700 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ৭০০টা হ'ল। --অম্লান 16:54, 10 অক্টোবৰ 2011 (UTC)

750 articles সম্পাদনা কৰক

Assamese wikipedia has reached 750 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ৭৫০টা হ'ল। -- বিষ্ণু শ‍ইকীয়া 18:42, 21 নভেম্বৰ 2011 (UTC)

800 articles সম্পাদনা কৰক

Assamese wikipedia has reached 800 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ৮০০টা হ'ল। সকলো সতীৰ্থক অভিনন্দন জনাইছোঁ| বিষ্ণু শ‍ইকীয়া 21:26, 4 ডিচেম্বৰ 2011 (UTC)

৯০০ প্ৰবন্ধ সম্পাদনা কৰক

Assamese wikipedia has reached 900 articles. Few steps to reach 1000. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ৯০০টা হ'ল। সকলো সতীৰ্থক অভিনন্দন জনাইছোঁ| হাজাৰলৈ বেছি দূৰ নাই| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 12:12, 20 ডিচেম্বৰ 2011 (UTC)

১০০০ প্ৰবন্ধ সম্পাদনা কৰক

Assamese wikipedia has reached 1000 articles. The desired milestone, Congratulation all Assamese wikipedians. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ১০০০টা হ'ল। আমি হেপাহেৰে বাট চাই থকা প্ৰথম কৃতকাৰ্যতা| সকলো সতীৰ্থক অভিনন্দন জনাইছোঁ| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 21:41, 7 জানুৱাৰী 2012 (UTC)

I suggest to celebrate this milestone. This is a major milestone. For most of the current active Indic wikis this was the one milestone that attracted many new users. So please celebrate this and spread the word.--Shiju Alex (WMF) 10:29, 8 জানুৱাৰী 2012 (UTC)


১১০০ প্ৰবন্ধ সম্পাদনা কৰক

Assamese wikipedia has reached 1100 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ১১০০টা হ'ল। বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:39, 2 ফেব্ৰুৱাৰী 2012 (UTC)


১২০০ প্ৰবন্ধ সম্পাদনা কৰক

Assamese Wikipedia has reached 1200 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ১২০০টা হ'ল। বিষ্ণু শ‍ইকীয়া বাৰ্তা 05:28, 16 মাৰ্চ 2012 (UTC)

১৩০০ প্ৰবন্ধ সম্পাদনা কৰক

Assamese Wikipedia has reached 1300 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ১৩০০টা হ'ল। মাধৱ শইকীয়া [আলোচনা] 15:05, 24 জুন 2012 (UTC)

১৪০০ প্ৰবন্ধ সম্পাদনা কৰক

Assamese Wikipedia has reached 1400 articles. অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা ১৪০০ টা হ'ল। বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:07, 19 আগষ্ট 2012 (UTC)

১৫০০ প্ৰবন্ধ সম্পাদনা কৰক

অসমীয়া ৱিকিত প্ৰবন্ধৰ সংখ্যা যোৱাকালি ১৪৪৫ মান আছিল, আজি একেদিনাই ১৫২৫ টা হ’ল| সম্ভৱ ৱিকিয়ে শেহতীয়াভাৱে ডাটাবেছৰ কেশ্ব পৰিস্কাৰ কৰিছিল| অভিনন্দন সতীৰ্থবৃন্দ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:20, 14 ছেপ্টেম্বৰ 2012 (UTC)

১৬০০ প্ৰবন্ধ সম্পাদনা কৰক

অসমীয়া ৱিকিত প্ৰবন্ধৰ সংখ্যা ১৬০০ টা হ’ল| যিসকলে অশেষ পৰিশ্ৰম আৰু একাগ্ৰতাৰে অসমীয়া ৱিকিপিডিয়াত বৰঙনি যোগাই আহিছে তেখেতসকললৈ আন্তৰিক অভিনন্দন| এই বছৰৰ শেষৰ ফালে ২০০০ অতিক্ৰম কৰিবলৈ অলপ আৰু পৰিশ্ৰমৰ আৱশ্যক হ’ব| অনুগ্ৰহ কৰি চেষ্টা অব্যাহত ৰাখে যেন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 05:08, 15 অক্টোবৰ 2012 (UTC)