ৱিকিপিডিয়া:এটা বক্তব্য স্পষ্ট কৰিবলৈ ৱিকিপিডিয়া বিশৃংখল নকৰিব

কেতিয়াবা কোনো লোক ৱিকিপিডিয়াৰ নীতি আৰু নিৰ্দেশনাসমূহক লৈ অসন্তুষ্ট হ'লে তেওঁ সেইবোৰৰ আন অৰ্থ উলিয়াই লৈ বাৰে বাৰে ভুল ব্যৱহাৰ কৰিবলৈ বিচাৰে। তেওঁ আনকি কোনো নীতিৰ বিৰুদ্ধে ঐক্যমত জাহিৰ কৰিবলৈ বিভিন্ন পৃষ্ঠাত ব্যংগাত্মকভাৱে সেইটো প্ৰয়োগ কৰে।

একে কামবোৰ ধ্বংসপ্ৰৱণতা বুলি গণ্য কৰা হয় আৰু তেনে সদস্যক বাৰণ বা অৱৰোধ কৰা হ'ব পাৰে। নিয়মক লৈ হোৱা সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰিব লাগে, ব্যংগতা আৰু অন্য কৌশলেৰে নহয়। যদি প্ৰত্যক্ষ আলোচনাই সমস্যা সমাধান কৰিব নোৱাৰে, তেন্তে মতবিৰোধ সমাধানলৈ আগবাঢ়ক।

সঁচা ক'বলৈ গ'লে ৱিকিপিডিয়াক ১০০% সুসংগত কৰি ৰখা সম্ভৱ নহয় আৰু গতিকে ইয়াৰ নিয়মবোৰ কেতিয়াও নিখুঁত হৈ নুঠিব। যদি আপুনি ভালকৈ চেষ্টা কৰাৰ পিছতো বাকীসকল সদস্য আপোনাৰ সৈতে একমত নহয়, তেন্তে বিষয়টো এৰাই চলি ফলাফল আপোনাৰ মতে নোহোৱাটো মানি ল'বলৈ চেষ্টা কৰক। আপোনাৰ পক্ষে মত গোটাবলৈ ধ্বংসাত্মক কাম-কাজৰ আশ্ৰয় নল'ব।

  • যদি আপুনি এটা প্ৰবন্ধ বিলোপনৰ বাবে প্ৰস্তাৱ দিছে আৰু আনসকলে সেইটো নমচিবলৈ ভোট দিছে...
    • আলোচনাত অংশগ্ৰহণ কৰক, আৰু সম্ভৱ হ'লে সকলোৱে নাকচ কৰা পূৰ্বৰ তেনে বিষয়ৰ প্ৰবন্ধৰ উদাহৰণ বিচাৰি উলিয়াওক।
    • বিলোপনৰ তালিকাভুক্ত কৰিবলৈ আৰু আপুনি দিয়া যুক্তি আনেও দিবলৈ একে ধৰণৰ অনুপযুক্ত প্ৰবন্ধ সৃষ্টি নকৰিব
  • যদি কোনোবাই এটা প্ৰবন্ধৰ পৰা "অগুৰুত্বপূৰ্ণ" তথ্য মচি দিয়ে যিবোৰ আপুনি গুৰুত্বপূৰ্ণ বুলি ভাবে...
    • তথ্যখিনি কিয় অন্তৰ্ভুক্ত কৰিব লাগে সেয়া প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত বৰ্ণনা কৰক
    • অৱশিষ্ট প্ৰবন্ধটোৰ বেছিভাগ অংশ "অগুৰুত্বপূৰ্ণ" বুলি মচি নেপেলাব
  • যদি আপুনি এটা তথ্যসূত্ৰ যোগ কৰিছে যিটো আনে স্ব-প্ৰকাশিত যুক্তিৰ আধাৰত মচি পেলাইছে...
    • do explain why the use of the source in question was appropriate in that instance, or find a reliable third-party published source for the information
    • do not summarily remove all references to self-published sources from an article
  • If you think someone unjustifiably removed "unsourced" content...
    • do find a source for it, make the referencing clear if it was already present, or explain why the content in question shouldn't require a cited source
    • do not remove all apparently unsourced content on the page
  • If you feel that a policy or guideline should be changed, and others disagree...
    • do explain what you see as the problem with the rule as written, and perhaps post a notice of the discussion at the Village pump
    • do not attempt to enforce the existing rule with the aim of provoking opposition to it
  • If you feel that it is too easy to add misinformation to Wikipedia...
    • do watch recent changes and fact-check anything that looks at all suspicious
    • do not create an elaborate hoax with hopes of getting publicity for it
  • If you think that this list of examples has become excessively long and boring...
    • do opine that the guideline's purpose would remain clear even if half of the examples were deleted
    • do not add 47 more examples just to show that people won't actually read such lists

গুৰুত্বপূৰ্ণ টোকা সম্পাদনা কৰক

চমুপথ:
WP:NOTPOINTY

A commonly used shortcut to this page is WP:POINT. However, just because someone is making a point does not mean that they are disrupting Wikipedia to illustrate it, which is the only type of behavior which should be considered "POINTY". It is worthwhile to study the above examples, to gain an understanding of this guideline's purpose.