ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ডিচেম্বৰ-২০১৫/উল্লেখনীয় কাম

উল্লেখনীয় কাম

নৱেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৮৫০ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২১৫ টালৈ বৃদ্ধি পালে।
ৱিকিপিডিয়া এছিয়ান মাহ নামৰ 'ৱিকিপিডিয়া সম্পাদনা মেলা'ৰ অংশ হিচাপে এছিয়াৰ লগত সম্পৰ্কৃত প্ৰায় ৩৫ টা নতুন প্ৰবন্ধ সম্পূৰ্ণ কৰা হয়৷ অংশগ্ৰহণকাৰীসকল হৈছে: 永続繁栄, ‎দিব্য দত্ত, জলি বৰা, ৰাম কিংকৰ মহন্ত, ‎বিদ্যুৎ শৰ্মা, মঞ্জিল কোঁৱৰ, অজয় দাস আৰু অংশুমান দত্ত