ৱিকিপিডিয়া:প্ৰশ্নসমূহ

প্ৰশ্ন ক'ত সুধিব বা মন্তব্য ক'ত দিব

সম্পাদনা কৰক

অনুগ্ৰহ কৰি আপোনাৰ প্ৰশ্ন সুধিবলৈ উপযুক্ত ঠাই বাছনি কৰক, অন্যথা সেইটোত চকু নপৰিব পাৰে! এজন সহায়কাৰী স্বেচ্ছাসেৱকে অচিৰেই তাৰ উত্তৰ দিব...

তথ্যভিত্তিক প্ৰশ্ন

সম্পাদনা কৰক
  • তথ্যকেন্দ্ৰ হৈছে এখন পুথিভঁৰালৰ মেজৰ নিচিনা য'ত আপুনি ৱিকিপিডিয়াৰ বাহিৰে যিকোনো বিষয়ৰ প্ৰশ্ন সুধিব পাৰিব। তাত থকা সম্পাদকসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব, বা আপোনাক সঠিক ঠাইলৈ আঙুলিয়াই দিব।
যেনে- "টেষ্ট ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত ৰাণ কাৰ নামত আছে?"
তথ্যকেন্দ্ৰক কেইবাটাও বিষয় ভাগত ভগোৱা হৈছে:
কম্পিউটিংমনোৰঞ্জনভাষামানৱ বিজ্ঞানগণিতবিজ্ঞান
আপুনি যদি সঠিক পৃষ্ঠা সম্পৰ্কে নিশ্চিত নহয় তেন্তে বিবিধ পৃষ্ঠাখন ব্যৱহাৰ কৰক।

নিৰ্দিষ্ট প্ৰবন্ধ সম্পৰ্কে মন্তব্য

সম্পাদনা কৰক
  • প্ৰতিটো প্ৰবন্ধৰে নিজা আলোচনা পৃষ্ঠা আছে। কোনো প্ৰবন্ধৰ বিষয়বস্তু সম্পৰ্কে প্ৰশ্ন কৰিবলৈ বা গঠনমূলক মতামত দিবলৈ পৃষ্ঠাখনৰ ওপৰৰ আলোচনা টেব্‌টোত ক্লিক কৰক। কিন্তু মনত ৰাখিব যে প্ৰবন্ধটোৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ৱিকিপিডিয়া কোনো আলোচনা সভা নহয় – মন্তব্যসমূহ প্ৰবন্ধটোৰ বিষয়বস্তুৰ ওপৰত সীমাবদ্ধ হোৱা উচিত।

ৱিকিপিডিয়াৰ ব্যৱহাৰ বা তালৈ বৰঙণি আগবঢ়োৱাৰ প্ৰশ্ন

সম্পাদনা কৰক
চমুপথবোৰ:
WP:Q
WP:?
WP:DESK

আপোনাৰ প্ৰশ্নৰ উত্তৰ সততে উদিত হোৱা প্ৰশ্নসমূহত পাব পাৰে। যদি নাপায়:

পোনপটীয়া চাট্‌ সহায়

সম্পাদনা কৰক
  • ৱিকিপিডিয়া-বিষয়ক প্ৰশ্ন (সাধাৰণ তথ্যভিত্তিক প্ৰশ্ন নহয়) সুধিবলৈ আপুনি #wikipedia-en-help IRC চাট্‌ কক্ষত যোগদান কৰিব পাৰে। যদি আপুনি IRCৰ লগত পৰিচিত নহয়, বা আপোনাৰ ব্ৰাউজাৰে এইটো সমৰ্থন নকৰে, তেন্তে সহায়ৰ বাবে ইয়াত ক্লিক কৰক!

আপোনাৰ আলোচনা পৃষ্ঠাত ব্যক্তিগত সহায়

সম্পাদনা কৰক