• বেটুপাত
  • যিকোনো
  • কাষৰীয়া
  • প্ৰৱেশ
  • ছেটিং
  • দান কৰক
  • অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে
  • দায়লুপ্তি
ৱিকিপিডিয়া

ৱিকিপিডিয়া:আপল’ড

  • ভাষা
  • গতিবিধি লক্ষ্য কৰক
  • সম্পাদনা কৰক
(ৱিকিপিডিয়া:ফাইল আপল’ড বিশেষজ্ঞৰ পৰা পুনঃনিৰ্দেশিত)

ফাইল আপল'ড প্ৰক্ৰিয়ালৈ আদৰণি জনাইছোঁ। এই পৃষ্ঠাখন ৱিকিপিডিয়াত কোনো চিত্ৰ বা আন মিডিয়া ফাইল আপল'ড কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপুনি তলৰ "আৰম্ভ কৰক" লিংকটোত ক্লিক কৰিলে ই আপোনাক এখন প্ৰপত্ৰলৈ লৈ যাব য'ত আপোনাক প্ৰতিটো ফাইলৰ কপিৰাইট আৰু উৎস তথ্য সম্পৰ্কে প্ৰশ্ন কৰা হ'ব।


Splitsection.svg আপল'ড প্ৰপত্ৰ আৰম্ভ কৰিবলৈ ইয়াত ক্লিক কৰক


আপুনি লগ্‌ ইন কৰা নাই।

ক্ষমা কৰিব, এই আপল'ড প্ৰপত্ৰ ব্যৱহাৰ কৰি ফাইল আপল'ড কৰিবলৈ আপুনি আপোনাৰ একাউণ্টৰ জৰিয়তে প্ৰৱেশ কৰিব লাগিব। অনুগ্ৰহ কৰি লগ্‌ ইন কৰক আৰু পুনৰ চেষ্টা কৰক।

আপোনাৰ একাউণ্টটো এতিয়াও নিশ্চিত কৰা হোৱা নাই।

ক্ষমা কৰিব, অসমীয়া ৱিকিপিডিয়াত ফাইল আপল'ড কৰিবলৈ আপোনাৰ এটা নিশ্চিত একাউণ্ট থাকিব লাগিব। সাধাৰণতে আপুনি ১০টা সম্পাদনা কৰাৰ পিছত আৰু সৃষ্টিৰ চাৰি দিন পিছত একাউণ্টটো স্বয়ংক্ৰিয়ভাৱে নিশ্চিত হয়।

আপুনি হয়তো ৱিকিমিডিয়া কমন্সত ফাইল আপল'ড কৰিব পাৰিব, কিন্তু অসমীয়া ৱিকিপিডিয়াত এতিয়াই কৰিব নোৱাৰিব। কিন্তু আপুনি এই প্ৰপত্ৰ ব্যৱহাৰ কৰিয়েই কমন্সত ফাইল আপল'ড কৰিব পাৰিব।

যদি আপুনি স্বয়ংনিশ্চিত হোৱালৈ অপেক্ষা কৰিব খোজা নাই, তেন্তে আপুনি আন কাৰোবাক আপোনাৰ হৈ ৱিকিপিডিয়া:আপল'ড কৰিবলগীয়া ফাইলত ফাইলটো আপল'ড কৰিবলৈ ক'ব পাৰে। বা আপুনি এজন প্ৰশাসকক ৱিকিপিডিয়া:Requests for permissions/Confirmedত আপোনাৰ একাউণ্টটো মেনুৱেলী নিশ্চিত কৰিবলৈ অনুৰোধ জনাব পাৰে।

প্ৰথম ঢাপ: আপোনাৰ ফাইল বাছনি কৰক

ফাইল:
আপোনাৰ কম্পিউটাৰৰ এটা ফাইল বাছনি কৰক। সৰ্বোচ্চ ফাইল আকাৰ: 100 MB।
অনুমোদিত ফাইল প্ৰকাৰ: png, gif, jpg, jpeg, xcf, pdf, mid, ogg, ogv, svg, djvu, tiff, tif, oga.

দ্বিতীয় ঢাপ: আপোনাৰ ফাইলৰ চমু বৰ্ণনা দিয়ক

অনুগ্ৰহ কৰি ৱিকিপিডিয়াত ব্যৱহাৰৰ সুবিধাৰ্থে আপোনাৰ ফাইলটোৰ এটা প্ৰাঞ্জল, বৰ্ণনামূলক নাম দিয়ক।
 
এই নামটো সকলো ৱিকিপিডিয়াৰ ভিতৰত অদ্বিতীয় হ'ব লাগিব। গতিকে অনুগ্ৰহ কৰি ইয়াক তথ্যপূৰ্ণ আৰু সহজে বিচাৰিব পৰা কৰক।
অলপ দীঘল নাম দিলেও একো সমস্যা নহয়। ইয়াত খালী ঠাই, ক'মা আৰু আন কিছুমান যতিচিহ্ন থাকিব পাৰে।
ভাল: "গুৱাহাটী নগৰ, নীলাচল পাহাৰৰ ওপৰৰ পৰা বৃহংগম দৃষ্টিৰে, অক্টোবৰ ২০১১.jpg"। বেয়া: "দৃশ্য.jpg", "DSC0001234.jpg"।

ক্ষমা কৰিব, কাৰিকৰী কাৰণত ফাইলনামত কেইটামান বিশেষ চিহ্ন আৰু আৰু চিহ্নৰ সংযোজন কৰিব নোৱাৰি। সেইকেইটা হৈছে # < > [ ] | : { }  আৰু ~~~। এইবোৰ আঁতৰাবলৈ আপোনাৰ ফাইলনামটো সংশোধন কৰা হৈছে। নামটো শুদ্ধ হৈছেনে অনুগ্ৰহ কৰি চাওক।

আপুনি বাছনি কৰা ফাইলনামটো বৰ চুটি, বা নিৰ্দিষ্ট নহয়। অনুগ্ৰহ কৰি তলত দিয়া ধৰণৰ ফাইলনাম নিলিখিব:

  • বহল অৰ্থ থকা বা নিৰ্দিষ্ট নোহোৱা শিৰোনামা (যেনে- "সূৰ্যাস্ত.jpg", "প্ৰেক্ষাগৃহ.jpg")
  • ব্যক্তি এজনৰ প্ৰথম বা দ্বিতীয় নাম, যিবোৰ আন বহুত মানুহৰ লগত একে হ'ব পাৰে (যেনে- "অখিল.jpg", "কুমাৰ.jpg")
  • কেৱল সংখ্যা থকা শিৰোনামা, বা ডিজিটেল কেমেৰাই প্ৰস্তুত কৰা তেনে শিৰোনামা ("DSC_001234", "IMGP0345"), বা ৱেবছাইটত পোৱা ধৰণৰ যাদৃচ্ছিক সূত্ৰ থকা নাম ("30996951316264l.jpg")
Existing file.
Last uploaded by Example user.

এই নামৰ এটা ফাইল কমন্সত আছেই!

আপুনি এই নামতে ফাইলটো আপল'ড কৰিলে আগৰ ফাইলটো ঢাক খাব আৰু সেইটো বিচাৰি পোৱা নাযাব। আগৰ ফাইলটো ব্যৱহাৰ হোৱা সকলো ঠাইতে আপোনাৰ নতুন ফাইলটো দৃশ্যমান হ'ব।

অতি বিশেষ কাৰণ নাথাকিলে এনে কৰিব নালাগে।

আপুনি কি কৰি আছে সঠিককৈ নাজানিলে এই নামত ফাইলটো আপল'ড নকৰিব। অনুগ্ৰহ কৰি আপোনাৰ নতুন ফাইলটোৰ বাবে আন নাম এটা বাছনি কৰক।

যদি আপুনি ইতিমধ্যে থকা ফাইলটো এটা অবিতৰ্কিত, সংশোধিত ভাৰ্চনেৰে সলাবলৈ বিচাৰিছে, অনুগ্ৰহ কৰি সেইটো কমন্সলৈ গৈ আপল'ড কৰক। অসমীয়া ৱিকিপিডিয়াত সেইটো আপল'ড নকৰিব।

এই নামৰ ফাইল ইতিমধ্যে আছেই।

আপুনি এই নামতে ফাইলটো আপল'ড কৰিলে আগৰ ফাইলটো মচা যাব। আগৰ ফাইলটো ব্যৱহাৰ হোৱা সকলো ঠাইতে আপোনাৰ নতুন ফাইলটো দৃশ্যমান হ'ব। অনুগ্ৰহ কৰি এটা ভাল কাৰণ নাথাকিলে এনে নকৰিব:

নহয়, মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিব বিচৰা নাই। মই নতুন ফাইলটোৰ বাবে আন নাম এটা বাছনি কৰিম।
নহয়, মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিবলৈ বিচাৰিছোঁ। মোৰ ফাইলটো একে কামৰে এটা নতুন, উন্নত আৰু অবিতৰ্কিত সংস্কৰণ। পুৰণা বিৱৰণ পৃষ্ঠা, উৎস আৰু কপিৰাইট তথ্য নতুন ফাইলটোৰ বাবে একেই থাকিব।
হয়, মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিবলৈ বিচাৰিছোঁ, আৰু মই এই ৱিজাৰ্ড ব্যৱহাৰ কৰি নতুন বৰ্ণনা আৰু উৎস তথ্য যোগ কৰিবলৈ বিচাৰিছোঁ। আগৰ সংস্কৰণটো মোৰ নিজা আপল'ড আছিল, বা এই সালসলনিত আগৰ আপল'ডাৰজনে একো আপত্তি নকৰাটো মই নিশ্চিত কৰিছোঁ।
এই ফাইলটোৰ সমলসমূহৰ চমু বিৱৰণ দিয়ক।
এয়া ফাইল বিৱৰণ পৃষ্ঠাৰ অংশ হিচাপে সংৰক্ষিত আৰু দৃশ্যমান হ'ব। এই ফাইলটোৰ বিষয় কি সেয়া আন সম্পাদকসকলেও বুজি পোৱাটো জৰুৰী।
 
এই ফাইলটোৱে কি প্ৰকাশ কৰে? এয়া কিহৰ ছবি, ৰেখাচিত্ৰ, বাণীবন্ধন?
ফাইলটো আপুনি যিটো প্ৰবন্ধত ব্যৱহাৰ কৰিব খুজিছে তাৰ ৱিকিসংযোগ এটাও দিলে ভাল।

তৃতীয় ঢাপ: উৎস আৰু কপিৰাইট তথ্য দিয়ক

তলত দিয়া বিকল্প আৰু প্ৰশ্নসমূহ আপুনি পঢ়াটো, আৰু সকলো তথ্য সঠিককৈ আৰু সাৱধানেৰে দিয়াটো অতি প্ৰয়োজনীয়।

এইটো এটা মুক্ত কৰ্ম।
যিকোনো ব্যক্তিয়ে যিকোনো কাৰণত ইয়াক আইনীভাৱে ৱিকিপিডিয়া বা আন ঠাইত ব্যৱহাৰ কৰিব পাৰে বুলি মই প্ৰতিপন্ন কৰিব পাৰোঁ।

আপুনি এটা মুক্ত কৰ্ম আপল'ড কৰিব খোজা বাবে ধন্যবাদ।

ৱিকিপিডিয়াই মুক্ত ফাইল ভাল পায়। কিন্তু সেয়া যদি আপুনি আমাৰ ভগ্নী প্ৰকল্প ৱিকিমিডিয়া কমন্সত আপল'ড কৰে, আমি অধিক আনন্দিত হ'ম। কমন্সত আপল'ড কৰা ফাইল ততালিকে এই ৱিকিপিডিয়া বা অন্যান্য ভগ্নী প্ৰকল্পসমূহত ব্যৱহাৰ কৰিব পাৰি। কমন্সত আপল'ড কৰা প্ৰক্ৰিয়াও ইয়াৰ দৰেই। আপোনাৰ ৱিকিপিডিয়া একাউণ্টে স্বয়ংক্ৰিয়ভাৱে কমন্সতো কাম কৰিব।

Gtk-dialog-info.svg অনুগ্ৰহ কৰি আপোনাৰ ফাইলটো কমন্সত আপল'ড কৰাৰ কথা বিবেচনা কৰক।

যদি আপুনি ইয়াতেই কৰিবলৈ বিচাৰিছে, আপুনি এই প্ৰপত্ৰ পূৰণ কৰিব পাৰে। নাইবা আপুনি এই প্ৰপত্ৰখন ফাইলটোৰ বিষয়ে তথ্য যোগ কৰিবলৈ আৰু তাৰপিছত সেয়া ইয়াৰপৰা কমন্সলৈ পঠিয়াবৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

কপিৰাইট অৱস্থা:
এই ফাইলটো সম্পূৰ্ণভাৱে মোৰ নিজা কাম।
মোৰ হাতত ইয়াৰ কপিৰাইট আছে। মই কাৰোপৰা নকল নকৰাকৈ বা কাৰো সৃজনীমূলক কাম সন্নিৱিষ্ট নকৰাকৈ ফাইলটো তৈয়াৰ কৰিছোঁ, আৰু মই ইয়াক এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত মুকলি কৰিবলৈ বিচাৰিছোঁ।

অনুগ্ৰহ কৰি মন কৰক যে "সম্পূৰ্ণভাৱে মোৰ নিজা কাম" কথাখিনিয়ে আখৰে আখৰে সেয়াই বুজাইছে।

এই অনুচ্ছেদটো তলৰ বস্তুবোৰৰ বাবে ব্যৱহাৰ নকৰিব:

  • আন কোনোবাই সৃষ্টি কৰা পেইণ্টিং, ৰেখাচিত্ৰ, ছপা কাগজ বা আন বস্তুৰ আপুনি তোলা ছবি বা স্কেন। সেইবোৰৰ কপিৰাইট মূল সৃষ্টিকৰ্তাৰ হাততহে আছে, আপোনাৰ হাতত নাই।
  • ভিডিঅ', কম্পিউটাৰ স্ক্ৰীণ, টিভি প্ৰগ্ৰেম বা আন দৃশ্যগত মিডিয়াৰ স্ক্ৰীণশ্বট বা অন্য প্ৰতিলিপি।
  • আন কোনো ছবিৰ পৰিৱৰ্তন বা প্ৰতিলিপি কৰি বা আন কাৰোবাৰ কেইবাখনো ছবি জোৰা লগাই আপুনি তৈয়াৰ কৰা ছবি।
  • আন কোনোৱে আপোনাক দিয়া ছবি।
  • ইণ্টাৰনেটৰ ক'ৰবাত আপুনি পোৱা ছবি।

এনেবোৰ বস্তু "নিজৰ কাম" বুলি ঘোষণা কৰা সদস্যক সতৰ্কবাণী দিয়া হ'ব আৰু বাৰে বাৰে এনে কৰিলে তেওঁক সম্পাদনাৰ পৰা বাৰণ কৰা হ'ব।

অনুগ্ৰহ কৰি ফাইলটো আপুনি কেনেকৈ আৰু ক'ত সৃষ্টি কৰিছিল সেয়া কওক।
কেনেকৈ?
  (যেনে: ক'ত আৰু কেনে ধৰণৰ অনুষ্ঠানত আপুনি ছবিখন তুলিছিল? এই ব্যাখ্যাচিত্ৰখন আপুনি কেনেকৈ সাজিলে? আদি।
তাৰিখ
  (অনুগ্ৰহ কৰি সম্ভৱ হ'লে YYYY-MM-DD ফৰ্মেট ব্যৱহাৰ কৰিব)।
প্ৰকাশ:
আপুনি যদি ছবিখন আগতে আন ঠাইত, যেনে- আপোনাৰ নিজা ৱেবছাইট, আপোনাৰ ফ্লিকাৰ বা ফে'চবুক একাউণ্ট আদিত প্ৰকাশ কৰিছে তেন্তে অনুগ্ৰহ কৰি সেয়া ইয়াত উল্লেখ কৰক আৰু তাৰ লিংকটো দিয়ক।
আপুনি এই কামটো এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত প্ৰকাশ কৰাটো প্ৰয়োজনীয়, যাতে সকলোৱে ইয়াক ব্যৱসায়িক বা অব্যৱসায়িক অভিপ্ৰায়ত ব্যৱহাৰ কৰিব পাৰে আৰু সালসলনি কৰিব পাৰে। এই অনুজ্ঞাপত্ৰখন পিছত সলাব নোৱাৰি।
এই ফাইলটো মোক ইয়াৰ স্বত্বাধিকাৰীয়ে দিছিল।
এই ফাইলটোৰ কপিৰাইট অধিকাৰীয়ে মোক এইটো ৱিকিপিডিয়াত আপল'ড কৰিবলৈ দিছে। মই প্ৰমাণ দিব পাৰোঁ যে তেওঁলোকে ইয়াক যিকোনো ব্যক্তিয়ে যিকোনো কামত ব্যৱহাৰ কৰিবৰ বাবে এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত মুকলি কৰিবলৈ মান্তি হৈছে।
অনুগ্ৰহ কৰি জনাওক যে এই কৰ্মৰ স্বত্বাধিকাৰী কোন আৰু তেওঁলোকৰ পৰা আপুনি কেনেকৈ লাভ কৰিলে।
স্বত্বাধিকাৰী/স্ৰষ্টা:
সৃষ্টিৰ
তাৰিখ:
উৎস:
আপুনি ফাইলটো কেনেকৈ পালে? (যেনে- অনলাইন উপলব্ধ; মোলৈ ইমেইলত ব্যক্তিগতভাৱে পঠিয়াইছিল …)
অনুমতি:
আপুনি অনুমতি কেনেকৈ লাভ কৰিলে? (যেনে- ইমেইলৰ যোগেদি, ব্যক্তিগতভাৱে, মই স্বত্বাধিকাৰীৰ হৈ কাম কৰোঁ …)
কপিৰাইট অধিকাৰীয়ে তলৰ অনুজ্ঞাপত্ৰ বাছনি কৰিছে:
অনুজ্ঞাপত্ৰ:
অন্যান্য:
প্ৰমাণ:
অনুজ্ঞাপত্ৰ ব্যক্তব্য ইয়াত অনলাইন পাব:
অনুজ্ঞাপত্ৰ চুক্তিখন ৱিকিমিডিয়াৰ কপিৰাইট সেৱালৈ "permissions-en@wikimedia.org" ঠিকনাত পঠিওৱা হৈছে।
OTRS টিকেট পোৱা গৈছে:
অনুজ্ঞাপত্ৰখন এতিয়াও পঠিওৱা নাই, কিন্তু মই সেইটো অচিৰেই কৰিম বা স্বত্বাধিকাৰীক নিজেই পঠিয়াবলৈ ক'ম।
মোৰ হাতত সদ্যহতে কোনো প্ৰমাণ নাই, কিন্তু অনুৰোধ কৰিলে মই কিছু প্ৰমাণ দিব পাৰিম।
এই ফাইলটো এটা মুক্ত প্ৰকাশৰ উৎসৰ পৰা আহিছে।
মই ইয়াক এটা ৱেবছাইট বা আন প্ৰকাশৰ উৎসৰ পৰা লৈছোঁ য'ত ইয়াৰ স্বত্বাধিকাৰীয়ে ইয়াক সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ এখন মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত ৰাখিছে।

উৎসত পৰিষ্কাৰকৈ অনুজ্ঞাপত্ৰ বক্তব্য থাকিলেহে এইটো ব্যৱহাৰ কৰিব।

ৱেবছাইটোৱে পৰিষ্কাৰকৈ ক'ব লাগিব যে ছবিখন এনে এটা অনুজ্ঞাপত্ৰৰ আধাৰত মুকলি কৰা হৈছে যাতে ইয়াক যিকোনো কামত মুক্তভাৱে পুনঃব্যৱহাৰ কৰিব পাৰি, যেনে ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন লাইচেঞ্চ। এনেকৈ কোৱা ঠাইলৈ আপুনি সঠিকভাৱে আঙুলিয়াব পাৰিব লাগিব।

যদি উৎস ৱেবছাইটটোত এই কথা পৰিষ্কাৰকৈ লিখা নাই, তেন্তে অনুগ্ৰহ কৰি ফাইলটো আপল'ড নকৰিব।

স্ৰষ্টা/স্বত্বাধিকাৰী:
সৃষ্টিৰ
তাৰিখ:
উৎস:
ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পাব পৰা html ৱেব পৃষ্ঠাৰ লিংকটো দিয়ক ("http://... .html"), ফাইলটোৰ পোনপটীয়া লিংক নহয় ("http://... .jpg")।
ছপা উৎসৰ বাবে: অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎস তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
কপিৰাইট অধিকাৰীয়ে ফাইলটোৰ বাবে তলৰ অনুজ্ঞাপত্ৰ বাছনি কৰিছে:
অনুজ্ঞাপত্ৰ:
অন্যান্য:
প্ৰমাণ:
স্ৰষ্টাজনে ক'ত অনুজ্ঞাপত্ৰ দিছে তাৰ এটা লিংক দিয়ক (যদি উৎস পৃষ্ঠাত দৃশ্যমান হোৱা নাই)।
এই কৰ্ম ইমানেই পুৰণি যে ইয়াৰ কপিৰাইট উকলি গৈছে।
এইখন এখন পুৰণি ছবি, বা এখন পুৰণি পেইণ্টিং, ৰেখাচিত্ৰৰ পৰা তোলা ছবি ইত্যাদি। এইখন কপিৰাইট উকলি যোৱাকৈ পুৰণা ছবি বুলি মই ইয়াৰ স্ৰষ্টা সম্পৰ্কে যথেষ্ট তথ্য দিব পাৰোঁ। এইখন আইনীভাৱে এতিয়া ৰাজহুৱা ড'মেইনত পৰিছে।
মূল
স্ৰষ্টা:

অনুগ্ৰহ কৰি এই কামৰ মূল স্ৰষ্টাৰ নাম লিখক।
জীৱনকাল:
ৰাজহুৱা ড'মেইনত প্ৰয়োজন হ'লে মৃত্যুৰ তাৰিখ লিখক।
বহুক্ষেত্ৰত স্ৰষ্টাজনৰ মৃত্যু আজিৰেপৰা ষাঠীবছৰ আগতে হোৱাটো আমি নিশ্চিত কৰিব খুজোঁ।
প্ৰথম
প্ৰকাশ:

এই কামৰ প্ৰথম প্ৰকাশ হোৱা তাৰিখ আৰু স্থান সম্পৰ্কে যিমান পাৰি সিমান তথ্য দিয়ক। ছপা প্ৰকাশৰ ক্ষেত্ৰত: সম্পূৰ্ণ উৎস তথ্য দিয়ক।
সৃষ্টিৰ
তাৰিখ:

প্ৰথম প্ৰকাশ পোৱা আৰু সৃষ্টিৰ তাৰিখ বেলেগ হ'লে দুয়োটা লিখক।
পোনপটীয়া
উৎস:

আপুনি কোন ঠাইত এই ফাইলটো পালে কওক।
ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পাব পৰা html ৱেব পৃষ্ঠাৰ লিংকটো দিয়ক ("http://... .html"), ফাইলটোৰ পোনপটীয়া লিংক নহয় ("http://... .jpg")।
ছপা উৎসৰ বাবে: অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎস তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
ৰাজহুৱা ড'মেইনৰ
অৱস্থা:
এই কৰ্ম সকলো কপিৰাইটৰ পৰা মুক্ত কাৰণ:
ই ১৯২৩ চনৰ আগতেই প্ৰকাশ হৈছিল আৰু সেইবাবে আমেৰিকান কপিৰাইট নীতিমতে ই ৰাজহুৱা ড'মেইনত পৰিব।
ই প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত প্ৰকাশ হৈছিল, আৰু "URAA তাৰিখ" মতে ই ৰাজহুৱা ড'মেইনত পৰে।
ভাৰতৰ ক্ষেত্ৰত স্ৰষ্টাজনৰ মৃত্যু হোৱা পিছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ'লে কপিৰাইট লোপ পায়। অনুগ্ৰহ কৰি নিৰ্দিষ্ট দেশৰ কপিৰাইট নীতিৰ বাবে এই লিংকটো চাওক।
ই ১৯৮৯ চনৰ আগতে প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত প্ৰকাশ হৈছিল, আৰু ইয়াৰ কপিৰাইট লোপ পাইছে কাৰণ কোনো কপিৰাইট জাননী অবিহনে আৰু/বা প্ৰয়োজনীয় কপিৰাইট পঞ্জীয়ন অবিহনেই ইয়াক প্ৰকাশ কৰা হৈছিল।অনুগ্ৰহ কৰি প্ৰকৃত নিয়মৰ বাবে এই লিংকটো চাওক।
কোনো আন কাৰণত ইয়াৰ কপিৰাইট লোপ পাইছে। [অনুগ্ৰহ কৰি তলত বৰ্ণনা কৰক]।
ব্যাখ্যা:
অনুগ্ৰহ কৰি ৰাজহুৱা ড'মেইন অৱস্থাৰ প্ৰমাণ কৰিবলৈ তথ্য-পাতি দিয়ক।
এই ফাইলটো কোনো আন কাৰণত ৰাজহুৱা ড'মে'ইনত আছে।
এই কৰ্ম আইনীভাৱে ৰাজহুৱা ড'মেইনত থকাটো মই প্ৰমাণ কৰিব পাৰিম, অৰ্থাৎ‍ ইয়াৰ ওপৰত কাৰো কোনো স্বত্ব নাই।

ৰাজহুৱ ড'মেইনত থকাৰ অৰ্থ এয়ে যে এই কামৰ কপিৰাইট কাৰো ওচৰত নাই। ইয়াৰ অৰ্থ এইটো নহয় যে ফাইলটো ইণ্টাৰনেটত মুকলিকৈ পোৱা গৈছে বা আন মানুহে ইয়াক মুকলিকৈ ব্যৱহাৰ কৰিছে।

ৱেবছাইটত পোৱা কোনো ছবিৰ বাবে এই বক্তব্য প্ৰযোজ্য নহয়। মালিকে মন কৰা নাই বুলি আপুনি বিশ্বাস কৰিলেও ৱেবজগতত পোৱা বেছিভাগ ছবিয়েই কপিৰাইটৰ আধাৰত বন্দী। ৰাজহুৱা ড'মেইনত থকা বুলি ক'লে কোন আইনৰ ভিত্তিত তেনে হৈছে সেয়া আপুনি আঙুলিয়াই দিব পাৰিব লাগিব। যদি আপুনি ছবিখন ক'ৰবাৰ পৰা সংগ্ৰহ কৰিছে আৰু তেনে আইনলৈ আঙুলিয়াব নোৱাৰে, তেন্তে অনুগ্ৰহ কৰি ফাইলটো আপল'ড নকৰিব।

স্ৰষ্টা:
অনুগ্ৰহ কৰি এই কৰ্মৰ মূল স্ৰষ্টাৰ নাম লিখক।
উৎস:
আপুনি এই ফাইলটো ক'ত পালে কওক।
ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পাব পৰা html ৱেব পৃষ্ঠাৰ লিংকটো দিয়ক ("http://... .html"), ফাইলটোৰ পোনপটীয়া লিংক নহয় ("http://... .jpg")।
ছপা উৎসৰ বাবে: অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎস তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
সৃষ্টিৰ
তাৰিখ:
ৰাজহুৱা ড'মেইন
অৱস্থা:
এই কৰ্ম সকলো কপিৰাইটৰ পৰা মুক্ত কাৰণ:
ইয়াক ইউ এছ ফেডাৰেল চৰকাৰৰ এটা সংস্থাই সৃষ্টি কৰিছিল।
বেছিভাগ ইউ এছ ৰাজ্য আৰু স্থানীয় সংস্থা, আৰু আনবোৰ দেশৰ চৰকাৰৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়।!
এইটো এনে এখন দেশৰ চৰকাৰী সামগ্ৰী যেনে পতাকা, ৰাজ্যৰ চিহ্ন, বেঙ্ক নোট বা ডাকটিকট য'ত স্থানীয় আইন অনুসৰি এইবোৰ বস্তুৰ কপিৰাইট নাই।
এয়া সকলো দেশৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়', বা সকলো সামগ্ৰীৰ বাবেও ই প্ৰযোজ্য নহয়! (যেনে- চৰকাৰী ৱেবছাইটত প্ৰকাশ পোৱা প্ৰচাৰধৰ্মী ছবিৰ বাবে ই প্ৰযোজ্য নহয়।) অনুগ্ৰহ কৰি নিৰ্দিষ্ট দেশৰ কপিৰাইট নিয়মসমূহত চকু ফুৰাব। যদি এই সামগ্ৰীটোৰ বাবে দেশখনৰ একো শিথিল নিয়ম নাই, তেন্তে তলৰ "কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম" অনুচ্ছেদটো বাছনি কৰক।
ব্যাখ্যা:
আপোনাৰ ভাষ্য সমৰ্থন কৰিবলৈ কোনো ব্যাখ্যা বা প্ৰমাণ দাঙি ধৰক। সম্ভৱ হ'লে নিৰ্দিষ্ট নিয়মটোৰ উদ্ধৃতি বা লিংক দিয়ক।
কপিৰাইটৰ বাবে যোগ্য হ'বলৈ ই অতি সৰল।
বিশেষক এই নিয়মটো সৰল জ্যামিতিক আকাৰ আৰু/বা কেইটামান আখৰ বা শব্দ থকা গ্ৰাফিক্স, বা গাণিতিক বা ৰাসায়নিক সূত্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য। জটিল চিত্ৰকাৰিতা নথকা অতি সৰল ল'গ'ৰ ক্ষেত্ৰতো ই প্ৰযোজ্য হ'ব পাৰে। আলোকচিত্ৰৰ ক্ষেত্ৰত ই কেতিয়াও প্ৰযোজ্য নহয়!
ই আন কোনো কাৰণত ৰাজহুৱা ড'মেইনত আছে।
ব্যাখ্যা:
এইটো এটা কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম, কিন্তু মোৰ বিশ্বাস ইয়াক ভাল কামত ব্যৱহাৰ কৰা হৈছে।
মই অ-মুক্ত সমলৰ বাবে ৱিকিপিডিয়াৰ নিয়ম সম্পৰ্কে অৱগত, আৰু এই ফাইলৰ ব্যৱহাৰে তাত থকা মাপকাঠি কেনেকৈ পূৰণ কৰিব সেয়া জনাবলৈ মই সাজু।

Gtk-dialog-info.svg মনত ৰাখিব আপুনি এই কথা দেখুৱাব লাগিব যে:

  • ফাইলটোৱে এটা বিশেষ প্ৰবন্ধত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব; (NFCC8)
  • আন কোনো মুক্ত ছবি ইয়াৰ বিকল্প হ'ব নোৱাৰে; (NFCC1)
  • ইয়াৰ ব্যৱহাৰে ইয়াৰ স্বত্বাধিকাৰীৰ ব্যৱসায়িক স্বাৰ্থত বাধা নিদিয়ে(NFCC2)
  • প্ৰয়োজনতকৈ অধিক অ-মুক্ত সমল ব্যৱহাৰ কৰা নহ'ব। (NFCC3)

এই ফাইলটো তলৰ প্ৰবন্ধটোত ব্যৱহাৰ কৰা হ'ব:


[[...]] বন্ধনী নিলিখাকৈ আৰু "http://as.wikipedia.org/..." URL সংকেত নিলিখাকৈ কেৱল এটা ৱিকিপিডিয়া প্ৰবন্ধৰ নাম লিখক।
এইটো আচল প্ৰবন্ধৰ নাম হ'ব লাগিব, কোনো আলোচনা পৃষ্ঠা, সাঁচ, সদস্যপৃষ্ঠা আদিৰ নাম নহয়।
আপুনি যদি ফাইলটো একাধিক প্ৰবন্ধত ব্যৱহাৰ কৰিবলৈ বিচাৰিছে, অনুগ্ৰহ কৰি ইয়াত তাৰে কেৱল এটাৰহে নাম লিখক। আপল'ড কৰাৰ পিছত চিত্ৰ বিৱৰণ পৃষ্ঠাখন সম্পাদনাৰ বাবে খুলি তাত প্ৰতিটো প্ৰবন্ধৰ বাবে বেলেগ বেলেগ তথ্য লিখক।

Gtk-ok.svg Example – প্ৰবন্ধ বাছনি শুদ্ধ।

Gtk-dialog-warning.svg এই নামৰ প্ৰবন্ধৰ অস্তিত্ব নাই!

এই প্ৰবন্ধটো Example বিচাৰি পোৱা নগ'ল।

অনুগ্ৰহ কৰি বানানটো পৰীক্ষা কৰক আৰু ফাইলটো অন্তৰ্ভুক্ত কৰিবলগীয়া এটা সঠিক প্ৰবন্ধৰ নাম লিখিছেনে নাই সেয়া নিশ্চিত কৰক।

যদি সেই প্ৰবন্ধটো আপুনি লিখাৰ পৰিকল্পনাহে কৰিছে, তেন্তে সেইটো সোনকালে লিখক আৰু ফাইলটো পিছত আপল'ড কৰক।

Gtk-dialog-warning.svg এইটো প্ৰকৃত বিশ্বকোষ প্ৰবন্ধ নহয়!

এই পৃষ্ঠাখন Example মূল প্ৰবন্ধ নামস্থানত নাই। অ-মুক্ত ফাইলসমূহ কেৱল প্ৰবন্ধতহে ব্যৱহাৰ কৰিব পাৰি; সদস্য পৃষ্ঠা, আলোচনা পৃষ্ঠা, সাঁচ আদিত নোৱাৰি।

অনুগ্ৰহ কৰি প্ৰকৃত প্ৰবন্ধত ব্যৱহাৰ হ'বলগীয়া ফাইলহে আপল'ড কৰক।

যদি এই পৃষ্ঠাখন আপোনাৰ সদস্যস্থানত প্ৰবন্ধ খচৰা হিচাপে ৰখা হৈছে, আমি দুঃখিত। পৃষ্ঠাখন সম্পূৰ্ণ কৰি মূল স্থানলৈ নিয়াৰ পিছতহে আপুনি ফাইলটো আপল'ড কৰা উচিত।

Gtk-dialog-warning.svg এইখন এখন দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা!

এই পৃষ্ঠাখন Example প্ৰকৃত প্ৰবন্ধ নহয়। এইখন আন কিছুমান পৃষ্ঠালৈ আঙুলিয়াই দিয়া এখন দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাহে।

অনুগ্ৰহ কৰি পৰীক্ষা কৰি আপোনাৰ লক্ষ্য প্ৰবন্ধটোৰ সঠিক নাম লিখক।

অ-মুক্ত ব্যৱহাৰৰ যুক্তি
এই ছবিখন প্ৰবন্ধটোৰ আলোচনাৰ বিষয়।
এইখন এখন কপিৰাইট থকা কলাকৰ্ম বা ছবি, আৰু প্ৰবন্ধটোত এই ছবিখন আলোচনাৰ বিষয়। আলোচনাটো সৃষ্টিশীল কৰ্ম হিচাপে ছবি বা পেইণ্টিংখনৰ বিষয়েহে, কেৱল ই প্ৰকাশ কৰা বস্তু বা ব্যক্তিজনৰ বিষয়ে নহয়।
তলৰ কোনটো বিকল্পই ফাইলটোৰ সঠিক বৰ্ণনা দিয়ে?
এই কৰ্ম কোনে সৃষ্টি কৰিছিল?
লেখক/স্ৰষ্টা:
তাৰিখ:
উৎস:
আপুনি ফাইলটো ক'ত পাইছে সেয়া কওক।
ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পোৱা html ৱেব পৃষ্ঠাৰ প্ৰত্যক্ষ লিংক এটা দিয়ক ("http://... .html"), ছবিখনৰ প্ৰত্যক্ষ লিংক নহয় ("http://... .jpg").
ছপা উৎসৰ বাবে: সম্পূৰ্ণ গ্ৰন্থপঞ্জী তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
ব্যৱহাৰ:
প্ৰবন্ধটোত ছবি বা পেইণ্টিংখনৰ বিষয়েহে আলোচনা কৰা হৈছে (কেৱল ই প্ৰকাশ কৰা বস্তু বা ব্যক্তিজনৰ বিষয়ে নহয়)।
এই ছবি/পেইণ্টিংখনৰ বিষয়ে প্ৰবন্ধটোত বহু পৰিমাণৰ বিশ্বকোষীয় আলোচনা আছে (কেৱল ই প্ৰকাশ কৰা বস্তু বা ব্যক্তিজনৰ বিষয়ে নহয়)। তলৰ কথাখিনিৰ সমৰ্থনৰ বাবে এই ইলাষ্ট্ৰেছনৰ বিশেষ প্ৰয়োজন আছে:

যদি এই দুটা যুক্তিৰ এটাও প্ৰয়োগ নহয়, তেন্তে অনুগ্ৰহ কৰি ছবিখন আপল'ড নকৰিব।

এই অনুচ্ছেদটো সেইবোৰ ছবিৰ বাবে নহয় যিবোৰ কেৱল কোনো ব্যক্তি বা বস্তুৰ বিষয়ে লিখা প্ৰবন্ধত সেই ব্যক্তি বা বস্তু দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়।

এইটো এই ফাইলটো কপিৰাইট থকা ত্ৰিমাত্ৰীক কৰ্ম বা ঘৰ সম্পৰ্কীয়, যিটো প্ৰবন্ধটোৰ আলোচনাৰ বিষয়।
এই ছবিখন বা ফাইলটোৱে কপিৰাইটযুক্ত এক ত্ৰিমাত্ৰীক কৰ্ম যেনে মূৰ্তি বা স্থাপত্যবিদ্যাৰ কৰ্ম প্ৰকাশ কৰিছে। প্ৰবন্ধটোত সেই বিষয়ে কৰা আলোচনাত এই ছবিখনৰ প্ৰয়োজন আছে। ছবিখন কপিৰাইট মুক্ত, বা ইয়াক ত্ৰিমাত্ৰীক কৰ্মটোৰ স্ৰষ্টাই প্ৰদান কৰিছে।
ইয়াৰে কোনটো বিকল্প‍ই ফাইলটোৰ সঠিক বিৱৰণ দিয়ে?
কোনে "মূল কৰ্ম"ৰ সৃষ্টি কৰিছিল প্ৰথমে সেয়া কওক:
স্ৰষ্টা:
তাৰিখ:
ব্যৱহাৰ:
প্ৰবন্ধটোৰ মূল বিষয়বস্তু হৈছে এই কৰ্ম।
এই কৰ্মৰ বিষয়ে প্ৰবন্ধটোত বহু পৰিমাণৰ বিশ্বকোষীয় আলোচনা আছে। তলৰ কথাখিনিৰ সমৰ্থনৰ বাবে এই ইলাষ্ট্ৰেছনৰ বিশেষ প্ৰয়োজন আছে:
এতিয়া কোনে ছবিখন সৃষ্টি কৰিছিল সেয়া বৰ্ণনা কৰক:
লেখক/স্ৰষ্টা:
তাৰিখ:
উৎস:
আপুনি এই ফাইলটো ক'ত পাইছে কওক।
ৱেব উৎসৰ বাবে: অনুগ্ৰহ কৰি ফাইলটো পাব পৰা html ৱেব পৃষ্ঠাৰ লিংকটো দিয়ক ("http://... .html"), ফাইলটোৰ পোনপটীয়া লিংক নহয় ("http://... .jpg")।
ছপা উৎসৰ বাবে: অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎস তথ্য দিয়ক (লেখক, শিৰোনামা, প্ৰকাশক, বছৰ, পৃষ্ঠা আদি।)
চিত্ৰ অৱস্থা
মূল বস্তুটোৰ স্বত্বাধিকাৰীজনেই এই ছবিখন সৃষ্টি আৰু প্ৰকাশ কৰিছে, আৰু তাৰ আন বিকল্প সৃষ্টি ভালদৰে সৃষ্টি কৰিব পৰা নগ'ল।
ছবিখনৰ স্ৰষ্টাই ইয়াক এখন মুক্ত অনুজ্ঞাপত্ৰৰ আওতাত প্ৰকাশ কৰিছে, বা এইখন এতিয়া ৰাজহুৱা ড'মেইনত আছে:

অনুজ্ঞাপত্ৰৰ অৱস্থাৰ প্ৰমাণ দিবলৈ কোনো প্ৰয়োজনীয় তথ্যাদি যোগ কৰি অনুজ্ঞাপত্ৰৰ নাম লিখক বা ৰাজহুৱা ড'মেইন অৱস্থা বৰ্ণনা কৰক
এইখন এটা কপিৰাইটযুক্ত কৰ্মৰ অংশ।
এইখন এটা কপিৰাইটযুক্ত কৰ্মৰ অংশ, যেনে- এখন চলচ্চিত্ৰ বা টিভি অনুষ্ঠানৰ স্ক্ৰীনশ্বট, এখন কমিকৰ এটা পেনেল, বা এটা গানৰ শ্ৰাব্য নমুনা। প্ৰবন্ধটোত থকা সেই কৰ্ম বা তাৰ স্ৰষ্টা সম্পৰ্কীয় সমালোচনাত্মক আলোচনাৰ সমৰ্থনত এই অংশ থকাটো প্ৰয়োজনীয়।a
ইয়াৰে কোনটো বিকল্প‍ই ফাইলটোৰ সঠিক বিৱৰণ দিয়ে?
লেখক/স্ৰষ্টা:
(লেখক / মূল কৰ্মৰ স্বত্বাধিকাৰী)
সৃষ্টিৰ
তাৰিখ:
উৎস:
(আপুনি এই ফাইলটো ক'ত পালে?)
অনুগ্ৰহ কৰি কওক যে প্ৰবন্ধটোৰ কি বিষয়ক আপুনি এই ফাইলটোৰে বুজাব খুজিছে।
 
প্ৰবন্ধটোৰ কোনো বিশেষ আলোচনাৰ সমৰ্থনত এই ফাইলটোৰ ব্যৱহাৰ হ'ব লাগিব।
অনুগ্ৰহ কৰি পোনপটীয়া আৰু সবল যুক্তি দিয়ক। কেৱল আন ঠাইৰ পৰা ব‍ইলাৰপ্লে'ট সাঁচৰ প্ৰতিলিপি নকৰিব। আপোনাৰ নিজা শব্দত পৰিষ্কাৰকৈ কওক যে এই প্ৰবন্ধটোত এই বিশেষ ছবিখনে কি উদ্দেশ্য সাধন কৰিব।
যদি সম্ভৱ হয় অনুগ্ৰহ কৰি কওক যে এই উদ্দেশ্যক কেৱল পাঠ্য‍‍ই কিয় পূৰণ কৰিব নোৱাৰে।
 
এইখন এটা কৰ্মৰ আনুষ্ঠানিক ক'ভাৰ আৰ্ট।
এইখন কোনো কিতাপৰ বেটুপাত, কোনো চিডি বা ভিডিঅ'ৰ বকলা, কোনো বোলছবিৰ আনুষ্ঠানিক প'ষ্টাৰ, বা তেনে কোনো ছবি। ইয়াক সেই কিতাপ, বোলছবি আদিৰ বিষয়ে লিখা প্ৰবন্ধৰ ওপৰফালে সেই কৰ্মৰ দৃশ্যগত চিনাক্তকৰণ হিচাপে ব্যৱহাৰ কৰা হ'ব।
টোকা: যদি আপুনি ইয়াৰ বাহিৰে আন কোনো উদ্দেশ্যত ফাইলটো ব্যৱহাৰ কৰিব খুজিছে, তেন্তে অনুগ্ৰহ কৰি তলত "আন অ-মুক্ত কৰ্ম"ৰ বাবে থকা বিকল্প চিহ্নিত কৰক।
ইয়াৰে কোনটো বিকল্প‍ই ফাইলটোৰ সঠিক বিৱৰণ দিয়ে?
লেখক/স্ৰষ্টা:
(লেখক / মূল কৰ্মৰ স্বত্বাধিকাৰী)
প্ৰকাশৰ
তাৰিখ:
উৎস:
(আপুনি এই ফাইলটো ক'ত পালে?)
এই ছবিখনক তাৰ বিষয়ে লিখা প্ৰবন্ধৰ ওপৰফালে দৃশ্যগত চিনাক্তকৰণ হিচাপে ব্যৱহাৰ কৰা হ'ব।
এনে ব্যৱহাৰৰ লগত মিলা এটা মান্য ভাল ব্যৱহাৰ যুক্তি যোগ কৰা হ'ব। যদি আপুনি ইয়াৰ বাহিৰে আন কোনো উদ্দেশ্যত ফাইলটো ব্যৱহাৰ কৰিব খুজিছে, তেন্তে অনুগ্ৰহ কৰি এই অনুচ্ছেদটো ব্যৱহাৰ নকৰিব আৰু তলত "আন অ-মুক্ত কৰ্ম"ৰ বাবে থকা বিকল্প চিহ্নিত কৰক।
এইটো কোনো প্ৰতিষ্ঠান, কোম্পানী বা ব্ৰেণ্ডৰ ল'গ'।
এইটো ৱিকিপিডিয়াৰ প্ৰবন্ধটোৰ বিষয় হিচাপে থকা অনুষ্ঠানটোৰ আনুষ্ঠানিক ল'গ'। ইয়াক অনুষ্ঠানটোৰ প্ৰাথমিক দৃশ্যগত চিনাক্তকৰণৰ বাবে প্ৰবন্ধটোৰ শীৰ্ষত ব্যৱহাৰ কৰা হ'ব।
টোকা: যদি আপুনি ইয়াক আন কোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে, তেন্তে অনুগ্ৰহ কৰি তলত "আন অ-মুক্ত কৰ্ম"ৰ বাবে থকা বিকল্প চিহ্নিত কৰক।
ইয়াৰে কোনটো বিকল্প‍ই ফাইলটোৰ সঠিক বিৱৰণ দিয়ে?
উৎস:
(আপুনি এই ফাইলটো ক'ত পালে?)
ইয়াক বিষয়টোৰ প্ৰাথমিক দৃশ্যগত চিনাক্তকৰণৰ বাবে প্ৰবন্ধটোৰ শীৰ্ষত ব্যৱহাৰ কৰা হ'ব।
এনে ব্যৱহাৰৰ লগত মিলা এটা মান্য ভাল ব্যৱহাৰ যুক্তি যোগ কৰা হ'ব। যদি আপুনি ইয়াৰ বাহিৰে আন কোনো উদ্দেশ্যত ফাইলটো ব্যৱহাৰ কৰিব খুজিছে, তেন্তে অনুগ্ৰহ কৰি এই অনুচ্ছেদটো ব্যৱহাৰ নকৰিব আৰু তলত "আন অ-মুক্ত কৰ্ম"ৰ বাবে থকা বিকল্প চিহ্নিত কৰক।
এইখন এজন ব্যক্তিৰ ঐতিহাসিক প্ৰতিকৃতি যিজনে বৰ্তমান মৃত্যুবৰণ।
এইখন এজন ব্যক্তিৰ ঐতিহাসিক প্ৰতিকৃতি যিজন বৰ্তমান জীৱিত অৱস্থাত নাই। ইয়াক ব্যক্তিজনৰ প্ৰাথমিক দৃশ্যগত চিনাক্তকৰণৰ বাবে প্ৰবন্ধটোৰ শীৰ্ষত ব্যৱহাৰ কৰা হ'ব।
মৃত্যু কেতিয়া হৈছে:
(এনে ধৰণৰ ফাইল কেৱল মৃত ব্যক্তিৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা উচিত।)
স্ৰষ্টা:
(এই ছবিখন কোনে সৃষ্টি কৰিছিল?)
মূল
প্ৰকাশ:

(ক'ত, কেতিয়া আৰু কেনেকৈ এই ছবিখন প্ৰথম প্ৰকাশ হৈছিল?)
প্ৰকাশৰ
তাৰিখ:
উৎস:
(আপুনি এই ফাইলটো ক'ত পালে?)
এই ছবিখনক ব্যক্তিজনৰ বিষয়ে লিখা প্ৰবন্ধটোৰ ওপৰফালে দৃশ্যগত চিনাক্তকৰণ হিচাপে ব্যৱহাৰ কৰা হ'ব।
এনে ব্যৱহাৰৰ লগত মিলা এটা মান্য ভাল ব্যৱহাৰ যুক্তি যোগ কৰা হ'ব। যদি আপুনি ইয়াৰ বাহিৰে আন কোনো উদ্দেশ্যত ফাইলটো ব্যৱহাৰ কৰিব খুজিছে, তেন্তে অনুগ্ৰহ কৰি এই অনুচ্ছেদটো ব্যৱহাৰ নকৰিব আৰু তলত "আন অ-মুক্ত কৰ্ম"ৰ বাবে থকা বিকল্প চিহ্নিত কৰক।
অনুগ্ৰহ কৰি কওক যে এই ছবিখনৰ আন এক মুক্ত বিকল্প কিয় বিচাৰি পোৱা নাযাব।
 
শেহতীয়াকৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ ক্ষেত্ৰত: এই ব্যক্তিজনৰ ছবি থাকিব পৰা মানুহ বিচাৰিবলৈ আপুনি চেষ্টা কৰিছেনে যাতে তেওঁক ছবিখন মুকলি কৰিবলৈ অনুৰোধ কৰিব পাৰি?
প্ৰথম বা মধ্য বিংশ শতিকাৰ ব্যক্তিৰ ক্ষেত্ৰত: ৰাজহুৱা ড'মেইনত থাকিব পৰা পুৰণা ছবি বিচাৰিবলৈ আপুনি চেষ্টা কৰিছেনে?
অনুগ্ৰহ কৰি কওক যে এই ফাইলটো ব্যৱহাৰ কৰিলে তাৰ স্বত্বাধিকাৰীৰ ব্যৱসায়িক স্বাৰ্থত আঘাত নপৰিব বুলি আপুনি কেনেকৈ নিশ্চিত।
 
যদি ইয়াৰ ব্যৱসায়িক ব্যৱহাৰৰ বাবে স্বত্বাধিকাৰীৰ আগ্ৰহ আছে আৰু আমাৰ ব্যৱহাৰে ইয়াৰ পূৰ্বৰ বজাৰ ভূমিকাত প্ৰভাৱ পেলাব, আমি তেনে ফাইল ব্যৱহাৰ নকৰোঁ।
এইটো আন কোনো বিধৰ অ-মুক্ত কৰ্ম যিটো মই বিধিসন্মত ভাল ব্যৱহাৰ বুলি ভাবোঁ।
এই কৰ্মৰ কপিৰাইট আছে যাৰ ব্যৱহাৰ ওপৰত দিয়া এটাও শ্ৰেণীত নপৰে। মই অ-মুক্ত সমলৰ বিষয়ে ৱিকিপিডিয়াৰ নীতিসমূহ পঢ়িছোঁ আৰু এই ফাইলটোৱে কেনেকৈ অ-মুক্ত সমলৰ মাপকাঠি পূৰণ কৰে সেয়া মই ক'ব পাৰিম।
ইয়াৰ কোনটো বিকল্পই ফাইলটোৰ সঠিক বিৱৰণ দাঙি ধৰে?
স্ৰষ্টা:
(এই ছবিখন কোনে সৃষ্টি কৰিছিল?)
মূল
প্ৰকাশ:

(ক'ত, কেতিয়া আৰু কেনেকৈ এই ছবিখন প্ৰথম প্ৰকাশ হৈছিল?)
প্ৰকাশৰ
তাৰিখ:
উৎস:
(আপুনি এই ফাইলটো ক'ত পালে?)
প্ৰবন্ধটোত এই ফাইলটোৱে কি উদ্দেশ্য পূৰণ কৰিব সেয়া অনুগ্ৰহ কৰি কওক।
 
অনুগ্ৰহ কৰি সবল আৰু পোনপটীয়া যুক্তি দিয়ক। কেৱল আন ঠাইৰ পৰা ব‍ইলাৰপ্লে'ট সাঁচৰ প্ৰতিলিপি নকৰিব। আপোনাৰ নিজা শব্দত পৰিষ্কাৰকৈ কওক যে এই প্ৰবন্ধটোত এই বিশেষ ছবিখনে কি উদ্দেশ্য সাধন কৰিব। এই প্ৰবন্ধটো ফাইলটোৰ অবিহনে কিয় বেয়া হ'ব সেয়া আপোনাৰ বিৱৰণে পৰিষ্কাৰ কৰিব পাৰিব লাগিব।
যদি সম্ভৱ হয় অনুগ্ৰহ কৰি কওক যে এই উদ্দেশ্যক কেৱল পাঠ্য‍‍ই কিয় পূৰণ কৰিব নোৱাৰে।
 
অনুগ্ৰহ কৰি কওক যে এই উদ্দেশ্য পূৰণ কৰিবলৈ কিয় আন কোনো মুক্ত ছবি বিচাৰিব বা সৃষ্টি কৰিব নোৱাৰি।
 
ফাইলটো সলোৱাৰ যোগ্য হ'বলৈ তাৰ বিকল্প ইতিমধ্যে থকাৰ প্ৰয়োজন নাই। এটা বিকল্প সৃষ্টি কৰাৰ সম্ভাৱনা থাকিলেও আমি অ-মুক্ত ফাইলটো ব্যৱহাৰ নকৰিম।
ফাইলটোৰ ব্যৱহাৰে স্বত্বাধিকাৰীজনৰ কোনো ব্যৱসায়িক আগ্ৰহৰ অনিষ্ট নকৰিব বুলি আপুনি কিয় নিশ্চিত সেয়া অনুগ্ৰহ কৰি কওক।
 
যদি ফাইলটোৰ ব্যৱহাৰ সম্পৰ্কে স্বত্বাধিকাৰীজনৰ ব্যৱসায়িক আগ্ৰহ থাকে আৰু আমাৰ ব্যৱহাৰে সেইটোৰ পূৰ্বৰ বজাৰ ভূমিকাত প্ৰভাৱ পেলায়, তেন্তে আমি ফাইলটো ব্যৱহাৰ কৰা উছিত নহ'ব।
মনত ৰাখিব যে অ-মুক্ত ফাইলৰ ব্যৱহাৰ নূন্যতম হ'ব লাগিব। এই কথাৰ কেইবাটাও অৰ্থ থাকিব পাৰে:

  • অনুগ্ৰহ কৰি এটা প্ৰবন্ধ/বিষয়ত প্ৰয়োজনতকৈ বেছি ফাইল অন্তৰ্ভুক্ত নকৰিব
  • অনুগ্ৰহ কৰি একেটা ফাইল প্ৰয়োজনতকৈ বেছি প্ৰবন্ধত অন্তৰ্ভুক্ত নকৰিব
  • অনুগ্ৰহ কৰি এটা কৰ্মৰ প্ৰয়োজনতকৈ ডাঙৰ অংশ নল'ব
  • অনুগ্ৰহ কৰি প্ৰয়োজনতকৈ বেছি ৰিজ'লিউচনৰ ছবি ব্যৱহাৰ নকৰিব

ফাইলটোৰ ব্যৱহাৰে এই মাপকাঠিসমূহ কেনেকৈ পূৰণ কৰে সেয়া কওক।

 
বিশেষ উৎস আৰু অনুজ্ঞাপত্ৰ অৱস্থা (বৈকল্পিক)
 
এই ফাইলটোৰ বিষয়ে আৰু কিবা তথ্য আছে নেকি?
 
সম্পাদনা সাৰাংশ:
এই ফাইলটো আপুনি কিয় অ'ভাৰৰাইট কৰিবলৈ বিচাৰিছে তাৰ চমু বৰ্ণনা। বিৱৰণ পৃষ্ঠাত এয়া দেখা নাযায়, কিন্তু সম্পাদনা ইতিহাসত দেখা পোৱা যাব।
হয়, মই এই ফাইলটো সকলো ভাষাৰ সকলো ৱিকিমিডিয়া প্ৰকল্পত উপলব্ধ কৰাবলৈ বিচাৰিছোঁ। মই এইটো ৱিকিমিডিয়া কমন্সত আপল'ড কৰিম।
এই বুটামটো ক্লিক কৰিলে আপোনাক কমন্সৰ এখন পৃষ্ঠালৈ পুনৰ্নিৰ্দেশ কৰিব। আপুনি ইতিমধ্যে তাত লগ্‌ ইন কৰি ৰাখিলেহে এই উপায়ে কাম দিব। যদি আপোনাৰ একত্ৰিত একাউণ্ট আছে তেন্তে অসুবিধা নাই। আপুনি প্ৰৱেশ কৰিছেনে নাই ইয়াত পৰীক্ষা কৰক।
নহয়, মই এই ফাইলটো স্থানীয়ভাৱে আপল'ড কৰিব বিচাৰিছোঁ।
এনে কৰিলে ফাইলটো কেৱল অসমীয়া ৱিকিপিডিয়াতহে ব্যৱহাৰ কৰিব পৰা যাব। স্থানীয় ৱিকিত ৰাখিবলৈ কোনো উপযুক্ত কাৰণ নাথাকিলে আমি এইটো কমন্সত আপল'ড কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। এনে স্থানীয় ফাইলবোৰ আন ঠাইত ব্যৱহাৰ কৰিবলৈ প্ৰায়েই কমন্সলৈ প্ৰতিলিপি কৰা হয় আৰু স্থানীত ৱিকিত ডিলিট কৰা হয়। ফলত আন স্বেচ্ছাসেৱীৰ কাম বাঢ়ে। যদি আপুনি ফাইলটো কমন্সলৈ কপী কৰাটো আৰু স্থানীয়ভাৱে ডিলিট কৰাটো বিচৰা নাই, তেন্তে {{Keep local}} টেগ্‌টো ব্যৱহাৰ কৰাৰ কথা বিবেচনা কৰক।
এই প্ৰপত্ৰ বাতিল কৰি পুনৰাই আৰম্ভ কৰক।
এই ফাইলটো ওপৰৰ এটাও শ্ৰেণীত নপৰে।
এই ফাইলটো ওপৰত দিয়া ব্যৱহাৰৰ এটাও শ্ৰেণীত নপৰে বা মই ইয়াৰ অৱস্থা সম্পৰ্কে নিশ্চিত নহয়। মই এই ফাইলটো ক'ৰবাত পালোঁ, কিন্তু এইটো কোনে তৈয়াৰ কৰিলে বা ইয়াৰ স্বত্বাধিকাৰ কোন সেয়া নাজানো।

আমি দুঃখিত, কিন্তু যদি আপুনি ফাইলটোৰ কপিৰাইট সম্পৰ্কে একো নাজানে বা এইটো ওপৰৰ এটাও শ্ৰেণীত খাপ নাখায় তেন্তে:

অনুগ্ৰহ কৰি এইটো আপল'ড নকৰিব।

আমি অনুৰোধ কৰিছোঁ, সঁচাই এনে নকৰিব। এই কাৰ্যই প্ৰবন্ধটোৰ মান উচ্চ কৰিব বুলি আপুনি ভাবিলেও আমি ৱিকিপিডিয়াত কপিৰাইট নিয়মসমূহ ঢিলাই দিবলৈ নিবিচাৰোঁ।

বিশেষকৈ এইবোৰ আপল'ড নকৰিব:

  • কোনো ৱেবছাইটত পোৱা কিবা ফাইল, যাৰ স্ৰষ্টা বা কপিৰাইট অধিকাৰী সম্পৰ্কে আপুনি একো নাজানে।
  • ক'ৰবাত পোৱা কিবা ফাইল, স্বতাধিকাৰীয়ে যিটো ব্যৱহাৰত একো আপত্তি নকৰে বুলি আপুনি ভাবিছে কিন্তু এই সম্পৰ্কে আপোনাৰ ওচৰত একো অনুজ্ঞাপত্ৰৰ নমুনা নাই।
  • ৰাজহুৱা অভিপ্ৰায়ত স্বত্বাধিকাৰীয়ে মুকলি কৰা কোনো ফাইল যিটোৰ সম্পূৰ্ণ মুক্ত অনুজ্ঞাপত্ৰ বা সকলো ব্যৱহাৰৰ বাবে মুক্ত পুনৰ্ব্যৱহাৰৰ অনুমতি নাই।
  • ব্যৱসায়িক চিত্ৰ এজেন্সী যেনে ৰয়টাৰ্জ, এপি বা গেট্টী ইমেজৰ হাতত থকা কোনো ফাইল। কোনো বিৰল কাৰণৰ বাহিৰে "ভাল ব্যৱহাৰ" নীতিৰ আধাৰত সেইবোৰ সাধাৰণতে ব্যৱহাৰ কৰিব নোৱাৰি।

আপোনাৰ যদি কিবা সন্দেহ আছে, অনুগ্ৰহ কৰি আপল'ড কৰাৰ আগতে কোনো অভিজ্ঞ সম্পাদকক সুধি লওক। ৱিকিপিডিয়া:মিডিয়া কপিৰাইট প্ৰশ্ন (ইংৰাজী)ত সদস্যসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। ধন্যবাদ।

প্ৰাক্‌দৰ্শন

আপল'ডৰ বাবে এই তথ্যখিনি জমা দিয়া হ'ব:

ফাইলৰ নাম:
সম্পাদনা সাৰাংশ:
পাঠ:

আপল'ড প্ৰক্ৰিয়া চলি আছে

আপোনাৰ ফাইলটো আপল'ড হৈ আছে।

ফাইলৰ আকাৰ আৰু আপোনাৰ ইণ্টাৰনেট সংযোগৰ ওপৰত নিৰ্ভৰ কৰি এই কামটোত অলপ সময় লাগিব পাৰে।

আপল'ড হৈ যোৱাৰ পিছত আপোনাৰ ফাইলটো এই লিংকত পাব:

File:Example.jpg

ফাইলটো সফলতাৰে আপল'ড কৰা হ'ল

Example.jpg

আপোনাৰ ফাইলটো সফলতাৰে আপল'ড কৰা হ'ল আৰু সেইটো ইয়াত পাব:

File:Example.jpg

অনুগ্ৰহ কৰি লিংকটো খোলক আৰু চিত্ৰ বিৱৰণ পৃষ্ঠাত আপুনি অন্তৰ্ভুক্ত কৰিব খোজা সকলো তথ্য আছেনে নাই পৰীক্ষা কৰক।

যদি আপুনি বৰ্ণনাখিনি সলাবলৈ বিচাৰিছে, তেন্তে পৃষ্ঠাখনৰ ওপৰৰ "সম্পাদনা" টেব্‌টোত ক্লিক কৰক আৰু আন পৃষ্ঠাত কৰাৰ দৰেই সম্পাদনা কৰক। আপল'ড কৰা ফাইলটো নতুন সংস্কৰণ এটাৰে সলাবলৈ নিবিচাৰিলে এই আপল'ড প্ৰপত্ৰ দুনাই পূৰণ নকৰিব।

ফাইলটো এটা প্ৰবন্ধত অন্তৰ্ভুক্ত কৰিব খুজিলে তলত দেখুওৱাৰ দৰে সংকেত ব্যৱহাৰ কৰক:

[[File:Example.jpg|thumb|right|ইয়াত এটা শিৰোনাম লিখক]]

যদি আপুনি ছবিখন নেদেখুৱাকৈ পাঠ্যত ফাইলটোৰ এটা লিংক দিব খুজিছে (যেনে- ছবিখনৰ বিষয়ে আলোচনা পৃষ্ঠাত কথা পাতোঁতে), আপুনি তলত দিয়াৰ দৰে সংকেত ব্যৱহাৰ কৰিব পাৰে (আৰম্ভণিৰ বন্ধনীৰ পিছত ":" মন কৰিব!):

[[:File:Example.jpg]]

ছবিৰ অন্তৰ্ভুক্তি আৰু স্থান ঠিক কৰাৰ বিষয়ে অধিক জানিবলৈ সহায়:ছবি কেনেকৈ ব্যৱহাৰ কৰিব চাওক।

পৰীক্ষামূলক ফাইল আপল'ড বিশেষজ্ঞ ব্যৱহাৰ কৰাৰ বাবে আপোনাক ধন্যবাদ।
অনুগ্ৰহ কৰি আপোনাৰ প্ৰতিক্ৰিয়া, মন্তব্য, বাগ্‌ প্ৰতিবেদন বা পৰামৰ্শ আলোচনা পৃষ্ঠাত লিখক।

মিডিয়া ফাইল আপল'ড
বিকল্প আপল'ড প্ৰক্ৰিয়া
  • কমন্স ৱিজাৰ্ড (মুক্ত ফাইলৰ বাবে অনুমোদিত)
  • কমন্স (পুৰণা প্ৰপত্ৰ)
  • সৰল প্ৰপত্ৰ (অভিজ্ঞ ব্যৱহাৰকাৰীৰ বাবে)
  • নিৰ্দেশনাসহ পুৰণা প্ৰপত্ৰ
সহায় আৰু নিৰ্দেশাৱলী
  • কপিৰাইট সম্বন্ধীয় প্ৰশ্ন
  • ছবি ব্যৱহাৰ নীতি
  • অ-মুক্ত সমল
  • এই প্ৰ'গ্ৰেম
  • স্ক্ৰিপ্ট ক'ড
  • নথিকৰণ
  • প্ৰতিক্ৰিয়া আৰু আলোচনা
  • "https://as.wikipedia.org/w/index.php?title=ৱিকিপিডিয়া:আপল’ড&oldid=133730"ৰ পৰা অনা হৈছে
    শেষ সম্পাদনা কৰা হৈছে 31 January 2014 তাৰিখে 16:26 বজাত

    ভাষাসমূহ

      • العربية
      • الدارجة
      • Azərbaycanca
      • تۆرکجه
      • भोजपुरी
      • বাংলা
      • Bosanski
      • Нохчийн
      • کوردی
      • Corsu
      • Ελληνικά
      • English
      • Esperanto
      • فارسی
      • Suomi
      • Français
      • Gagauz
      • Hawaiʻi
      • हिन्दी
      • Hrvatski
      • Magyar
      • Bahasa Indonesia
      • Íslenska
      • Italiano
      • 日本語
      • ქართული
      • Qaraqalpaqsha
      • Қазақша
      • 한국어
      • Ladin
      • Македонски
      • മലയാളം
      • मराठी
      • Bahasa Melayu
      • မြန်မာဘာသာ
      • مازِرونی
      • नेपाली
      • Nederlands
      • Polski
      • پښتو
      • Português
      • Română
      • Srpskohrvatski / српскохрватски
      • සිංහල
      • Slovenščina
      • ChiShona
      • Soomaaliga
      • Српски / srpski
      • Sunda
      • தமிழ்
      • తెలుగు
      • ไทย
      • Tagalog
      • Türkçe
      • Українська
      • اردو
      • Oʻzbekcha / ўзбекча
      • Tiếng Việt
      • 中文
      • Bân-lâm-gú
      • 粵語
      ৱিকিপিডিয়া
      • এই পৃষ্ঠাখন ৩১ জানুৱাৰী, ২০১৪ তাৰিখে ২১:৫৬ বজাত অন্তিম সংশোধন কৰা হৈছিল।
      • আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ।
      • গোপনীয়তা নীতি
      • অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে
      • দায়লুপ্তি
      • ব্যৱহাৰৰ নিয়মাৱলী
      • ডেস্কটপ
      • উন্নয়নকাৰী
      • পৰিসংখ্যা
      • কুকিৰ বিবৃতি