ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ/নৱেম্বৰ

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিৰ অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। এই খেল মহাপুৰুষ শ্ৰী মন্ত শংকদেৱৰ মৃত্যুবাৰ্ষিকীৰ দিনাখন বাৰ্ষিকভাৱে অনুষ্ঠিত হৈ আহিছে।

আলোকচিত্ৰশিল্পী: যুগল ভৰালী
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...