ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১/ছেপ্টেম্বৰ মাহৰ বিশেষ অভিলেখ

২০২১ চনৰ ১৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে অনুষ্ঠিত হোৱা ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ অলপতে ঘোষিত ফলাফল অনুসৰি অসমীয়া ৱিকিউৎসই ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰিছে। ইয়াৰ লগতে অসমীয়া ৱিকি পৰিয়ালৰ তিনিগৰাকী সদস্য ক্ৰমে অজয় দাসে অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ১,০০০, বাবুল বৈশ্যই ৪০০ আৰু নয়ন জ্যোতি নাথে ৩০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।