Nayan j Nath
1 December 2016 তাৰিখে যোগ দিছে
সোমবাৰ
16
মে'
নমস্কাৰ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম। মই নয়ন জ্যোতি নাথ। মোৰ ঘৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও। ইয়াৰোপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি উৎস, ৱিকি কমন্স, আদিতো সৰু-সুৰা কাম কৰোঁ।
চিৰ চেনেহী মোৰ ভাষা জননী
User:নয়ন জ্যোতি নাথ | মই লাভ কৰা বঁটা | মোৰ পৰীক্ষাগাৰ | মোৰ সদস্য বাৰ্তা পৃষ্ঠা |
![]() | |
নাম | নয়ন জ্যোতি নাথ |
---|---|
জন্ম দিন | ২২ মাৰ্চ, ১৯৯৫ |
জন্ম স্থান | শোণিতপুৰ |
বৰ্তমানৰ ঠিকনা | তেজপুৰ |
জাতীয়তা | ভাৰতীয়![]() |
যোগাযোগ | |
ই-মেইল | nathnayanj123@gmail.com |
ফেইচবুক | [1] |
|
Wikipedia:Babel | |||||||||
---|---|---|---|---|---|---|---|---|---|
| |||||||||
Search user languages |
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা। এইটো বিশ্বকোষৰ প্ৰবন্ধ বা বিশ্বকোষৰ প্ৰবন্ধৰ আলোচনা পৃষ্ঠা নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাটো দেখা পায় তেন্তে সেইয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাটো যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহ’বও পাৰে। |