ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৪/নিৰ্বাচিত চিত্ৰ

আপাটানি মহিলাসকল ভাৰতৰ অৰুণাচল প্ৰদেশৰ জিৰো উপত্যকাৰ এটি খিলঞ্জীয়া গোট আপাটানি জনগোষ্ঠীৰ অংশ।
আলোকচিত্ৰ শিল্পী: ভৃগু কুমাৰ বায়ন