ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৩/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১১,৪৬৯ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৫০ খনলৈ বৃদ্ধি পালে।
- ২৬ মাৰ্চ তাৰিখে অসমীয়া ৱিকিমিডিয়া সমাজৰ ২০২৩ বৰ্ষৰ তৃতীয়খন মাহেকীয়া অনলাইন সভা অনুষ্ঠিত হয়।
- অসমীয়া ৱিকিউদ্ধৃতিত সক্ৰিয় সদস্যৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পালে।