ৱিকিপিডিয়া:অনলাইন ৱিকিসভা/২০২৩

জানুৱাৰী সম্পাদনা কৰক

 
গুগল মিটযোগে একত্ৰিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ একাংশ অংশগ্ৰহণকাৰী

দিনাংকঃ ২৯-০১-২০২৩, দেওবাৰ
সময়ঃ ০৭:০০-৮:৪৫
মাধ্যমঃ গুগল মিট
লিংকঃ https://meet.google.com/yjb-azdx-she

সূচী সম্পাদনা কৰক

 
গুগল মিটযোগে একত্ৰিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ একাংশ অংশগ্ৰহণকাৰী
 
সূচী

০৭:০০ - আৰম্ভণি
০৭:০২ - ৱিকিউদ্ধৃতিৰ নতুন ডমেইনৰ বাবে অভিনন্দনমূলক শুভেচ্ছা আৰু উদ্ধৃতিৰ খতিয়ান; আগবঢ়াব চন্দন চিৰিং ফুকনে
০৭:১০ - ৱিকিপিডিয়াৰ খতিয়ান; আগবঢ়াব চাণক্য কুমাৰ দাসে
০৭:২০ - ৱিকিউৎসৰ খতিয়ান আৰু মাহটোৰ ৱিকিউৎস কাৰ্যসূচী ৰূপায়ণ,আগবঢ়াব ঈশান জ্যোতি বৰাই
০৭:৩০ - নাৰীবাদ আৰু লোকগাথা ২০২৩ সম্পৰ্কীয় আলোচনা,আগবঢ়াব বিচাৰকদ্বয় দিব্য দত্ত আৰু বাবুল বৈশ্যই
০৭:৪৫ - সামগ্ৰিকভাৱে ৱিকিপিডিয়াত প্ৰযোজ্য হ'ব পৰাকৈ কিছুমান ন-কৰ্মৰ সম্ভাৱনা, আগবঢ়াবঃ ড° জলি ৰুমী বৰাই
০৮:০০- অটিআৰএছৰ বাবে সমূহীয়া প্ৰিণ্টাৰৰ খচৰা আৰু প্ৰস্তাৱনা,আগবঢ়াব: মৃদুল কুমাৰ শৰ্মাই
০৮:১০- অসম সাহিত্য সভাৰ অধিৱেশনত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতিনিধিত্ব,অভিমত আগবঢ়াব নয়ন জ্যোতি নাথে
০৮:৩০- কাৰিকৰী সমস্যা আৰু অন্যান্য অনালোচিত বিষয় উত্থাপন তথা আলোচনা-আগবঢ়াব ডাঃ গীতাৰ্থ বৰদলৈ আৰু দিব্য দত্তই।

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. ঈশান জ্যোতি বৰা (বাৰ্তা) 15:02, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Priyankush Deka (বাৰ্তা) 15:37, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. অনামিকা(চুমু) বড়া (বাৰ্তা) 15:37, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Rumi Borah~aswiki (বাৰ্তা) 15:51, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Joli Rumi (বাৰ্তা) 16:49, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Nayan j Nath (বাৰ্তা) 01:43, 30 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. -Chandan Chiring Phukon  Chat 05:31, 30 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. ছফিকুল ইছলাম (বাৰ্তা) 03:20, 31 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. -  অজয়  কথা-বতৰা 10:18, 31 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. Rajdweep225 (বাৰ্তা) 10:29, 31 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. Mridul Kumar Sharmah (বাৰ্তা) 5:28, 31 January 2023 (আই.টি.চি.)
  12. Pranamikaadhikary (বাৰ্তা) 14:11, 31 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) 14:11, 31 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  14. #Jyoti Chiring (বাৰ্তা) 03:55, 16 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰস্তাৱসমূহ সম্পাদনা কৰক

১) ৱিকিউদ্ধৃতি: নতুন ডমেইন পোৱা গৈছে কিন্তু প্ৰশাসকৰ বাবে চন্দন চিৰিং ফুকনে কৰা আবেদন গৃহীত নহ'ল
মূল কাৰণ: মনোনয়নৰ বাবে ভোট কৰা বেছিভাগ সদস্য অন্য ৱিকি প্ৰকল্পতহে সক্ৰিয়। গতিকে অতি সোনকালে আগ্ৰহী সদস্যসকলে ৱিকিউদ্ধৃতিত সক্ৰিয়তা আনি চন্দন চিৰিং ফুকনৰ প্ৰশাসক পদৰ বাবে সমৰ্থন আগবঢ়োৱাৰ দৰকাৰ। প্ৰয়োজন হ'লে ৱিকিউদ্ধৃতিত যোগ দিয়াৰ বা সহজে কাম কৰাৰ উপায় আদি শিকোৱাৰ দায়িত্ব চন্দন চিৰিঙে লৈছে। এইক্ষেত্ৰত আগ্ৰহী সকলে অনুগ্ৰহ কৰি তলৰ তালিকাত নিজৰ নাম যোগ দিব।

  1. Joli Rumi (বাৰ্তা) 22:06, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২) ৱিকিউদ্ধৃতিৰ বাবে সহজে উপলব্ধ সমল: ৱিকিউদ্ধৃতিত সম্পাদনা কৰিবলৈ কিছু সহজে উপলব্ধ সমলৰ প্ৰস্তাৱ দিয়া হৈছে।

(ক) ৱিকিউৎসত উপলব্ধ গ্ৰন্থ: ৱিকিউৎসত সন্নিৱিষ্ট অসমীয়া গ্ৰন্থসমূহৰ উদ্ধৃতি আনি ৱিকিউৎসক তথ্যউৎস হিচাপে লৈ যোগ দিব পৰা যায়।
(খ) সদস্যসকলৰ নিজৰ সৈতে থকা গ্ৰন্থ, আলোচনী আদি: সদস্যসকলে নিজৰ সৈতে মজুত থকা গ্ৰন্থ (প্ৰবন্ধ, জীৱনী, উপন্যাস), আলোচনী আদিৰপৰা উদ্ধৃতি দিব পাৰে।

৩) ৱিকিউৎসৰ বাবে স্কেনাৰ: স্কেনাৰটো গুৱাহাটী বা অন্য সুবিধাজনক ঠাইত ৰখাৰ ব্যৱস্থা কৰিলে ভাল হয়। ফেব্ৰুৱাৰী মাহতে ইয়াৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত। এই কামৰ কাৰণে উপলব্ধ ৫০খন মান কিতাপৰ তালিকা সাজু কৰাৰ আলোচনা।

(ক) কিতাপৰ তালিকা: প্ৰণামিকা অধিকাৰী
(খ) স্কেনাৰৰ আবেদন/ ৰখাৰ ব্যৱস্থা: ঈশান জ্যোতি বৰা, মৃদুল কুমাৰ শৰ্মা

৪) অসম সাহিত্য সভাৰ অধিৱেশনত অসমীয়া ৱিকি:নয়ন জ্যোতি নাথ

(ক) ৱিকিৰ প্ৰকল্পসমূহৰ একেবাৰে চমুকৈ আভাস দিলে ভাল হয়। মাথোঁ আৰম্ভণিতে গুৰি ধৰা অসমীয়াসকলৰ নাম উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ।
(খ) অসমীয়া ৱিকিত 'কেনেকৈ লিখিব লাগে'তকৈ সকলো অসমীয়াই 'কিয় লিখাৰ দৰকাৰ' তাতহে বেছি জোৰ দিব লাগে।
(গ) অসমীয়া ৱিকিৰ ছ'ছিয়েল মিডিয়া আৰু অন্য যোগাযোগৰ তথ্যসমূহ বা জানুৱাৰীৰ ৱিকিপত্ৰিকাখনৰে প্ৰিণ্ট কপি নিলে আগ্ৰহী সকলক দিব পৰা যায়।
(ঘ) লেখকসকলে কপিৰাইট থকা কিতাপসমূহ কিয় আৰু কেনেকৈ ৱিকিউৎসলৈ দিব পাৰে সেইবিষয়ে জনালে ভাল।

৫) আলোকচিত্ৰ প্ৰতিযোগিতা:এপ্ৰিলত ব'হাগ বিহুৰ লগত সংগতি ৰাখি এখন আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ।

(ক) সময়সীমা: পোন্ধৰদিন? এপ্ৰিল ১০-২৫? এমাহ বেছি দীঘলীয়া যেন ভাৱ হয়।
(খ) নিয়মাৱলী: পূৰ্বৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ সহায়ত
(গ) বিচাৰক নিৰ্বাচন: মৃদুল কুমাৰ শৰ্মা, নয়ন জ্যোতি নাথ, গীতাৰ্থ বৰদলৈ
(ঘ) ইয়াৰ বাবে আনুষ্ঠানিক প্ৰস্তাৱটো সাজু কৰিবলৈ নয়ন জ্যোতি নাথক অনুৰোধ কৰিছোঁ
(ঙ) প্ৰচাৰ: ছ'ছিয়েল মিডিয়া আৰু বাতৰি কাকত- এইক্ষেত্ৰত আগভাগ ল'বলৈ ভাস্কৰ ভূঞাক অনুৰোধ কৰিছোঁ

৬) জীৱনীৰ বাবে উপযুক্ত ব্যক্তি: ৱিকিপিডিয়াত জীৱনী অন্তৰ্ভুক্ত কৰাৰ বাবে মাপকাঠীসমূহ ইংৰাজী ৱিকিত আছে। কিন্তু বহুক্ষেত্ৰত অসমীয়া বা উত্তৰ-পূবৰ ব্যক্তিৰ বাবে সেই মাপকাঠি অনুসৰি সিদ্ধান্ত লোৱাত অসুবিধা। কাৰণ এনে বহু ব্যক্তিৰ বিষয়ে তথ্যসূত্ৰ পৰ্য্যাপ্ত পৰিমাণে উপলব্ধ নহয়। এইক্ষেত্ৰত কি কৰিব পৰা যায়?

(ক) ইংৰাজী ৱিকিৰ মাপকাঠিসমূহৰ অসমীয়ালৈ অনুবাদ: আগ্ৰহী সদস্যসকলে অনুগ্ৰহ কৰি তলৰ তালিকাত নাম যোগ দিব।
  1. -Chandan Chiring Phukon  Chat 18:20, 30 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
(খ) অসম বা উত্তৰ-পূৰ্বৰ ব্যক্তিৰ বাবে এটাতকৈ অধিক তথ্যউৎসৰ ব্যৱহাৰ কৰিলে ভাল। ব্যক্তিগত ৱেবছাইট বা ব্লগ তথ্যউৎস হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত।
(গ) ব্যক্তিজনৰ সামাজিক প্ৰভাৱ বা Social Impact বিচাৰ কৰি চোৱাৰ দৰকাৰ। কিন্তু কেনেকৈ?

৭) ৱিকিৰ পোখালি বিস্তাৰ: সমূহীয়াকৈ ৱিকিপিডিয়াৰ পোখালি প্ৰবন্ধসমূহ বহলোৱাৰ প্ৰস্তাৱ। পোখালিসমূহৰ পৰা আটাইতকৈ বেছি দৰ্শন হোৱা পোখালিবোৰ উলিয়াই প্ৰতিমাহে আগ্ৰহী সদস্যসকলে মিলিজুলি বিস্তাৰ কৰাৰ কামত লাগিব পাৰে।

(ক) ফেব্ৰুৱাৰী মাহৰ পোখালি: প্ৰদূষণ (২০২২ বৰ্ষৰ সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা)
(খ) অংশগ্ৰহণকাৰী: এইক্ষেত্ৰত আগ্ৰহী সকলে অনুগ্ৰহ কৰি তলৰ তালিকাত নিজৰ নাম যোগ দিব পাৰে।
  1. Joli Rumi (বাৰ্তা) 22:06, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. -Chandan Chiring Phukon  Chat 05:33, 30 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

৮) ৱিকিৰ অসমীয়া টিচাৰ্ট: অন্য ভাষাৰ টিচাৰ্টৰ সলনি অসমীয়া ৱিকিৰ ল'গ' আৰু ডিজাইন থকা টিচাৰ্ট হ'লে ভাল। কথাটোৰ আলোচনা মাজে মাজে হৈ থাকে। কিন্তু কাৰ্যকৰী হৈ উঠাগৈ নাই। এইবাৰ কৰিব লাগে!

(ক) ডিজাইন: বহু বছৰ আগতে বিষ্ণু শ‍ইকীয়াই কৰা ডিজাইনটো গীতাৰ্থ বৰদলৈয়ে বিচাৰি উলিয়াব।
(খ) আনুষ্ঠানিক প্ৰস্তাৱ: নয়ন জ্যোতি নাথ

৯) নিয়মীয়া অনলাইন ৱিকিসভা: প্ৰতিমাহে শেষৰ দেওবাৰটোত নিয়মীয়াকৈ অনলাইন ৱিকিসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত।

(ক) পৰৱৰ্তী সভাৰ তাৰিখ: দেওবাৰ, ২৬ ফেব্ৰুৱাৰী; সময়: নিশা ৮-৯ বজা
(খ) কাৰ্যসূচী: আজিৰ সভাত কেৱল প্ৰথমটোহে উল্লেখ কৰা হৈছিল। আলোচনাৰ পিছত মনলৈ অহাখিনিও লগতে যোগ দিছোঁ। সকলোৱে আলোচনা কৰি যোগ-বিয়োগ কৰিব বুলি আশা কৰিছোঁ।
  • যোৱামাহৰ প্ৰস্তাৱসমূহৰ অগ্ৰগতিৰ খতিয়ান: জলি ৰুমী বৰা
  • মাহটোৰ উল্লেখযোগ্য ৱিকিমিডিয়ান: এইমাহৰ ৱিকিপিডিয়ান, Wikisource of the month আৰু অন্যান্য ৱিকিপদক লাভ কৰা সকলৰ নাম ঘোষণা আৰু অভিনন্দন- মৃদুল কুমাৰ শৰ্মা
  • ৱিকিউদ্ধৃতিৰ অগ্ৰগতি/পৰিকল্পনা: চন্দন চিৰিং ফুকন
  • অসম সাহিত্য সভাত ৱিকিৰ প্ৰতিনিধিত্বৰ অভিজ্ঞতা: নয়ন জ্যোতি নাথ
  • ৱিকিপত্ৰিকাৰ খতিয়ান: অনামিকা বড়া/প্ৰিয়াংকুশ ডেকা/চাণক্য কুমাৰ দাস/কুলধৰ ৰাভা (সাজু হৈ উঠিলে সেইদিনাই ৱিকিপত্ৰিকাৰ আনুষ্ঠানিক মুকলি কৰিলে কেনে হয়?)
  • নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩: দিব্য দত্ত/ বাবুল বৈশ্য
  • নতুন সদস্যসকলৰ আদৰণি আৰু সমস্যাৰ সমিধান

ফেব্ৰুৱাৰী সম্পাদনা কৰক

 
অসমীয়া ৱিকিপিডিয়াৰ দ্বিতীয় ৱিকিমিডিয়া মিট
 
সভাৰ অংশগ্ৰহণকাৰীসকলৰ একাংশ
 
অংশগ্ৰহণকাৰীসকলৰ একাংশ

দিনাংকঃ ২৬-০২-২০২৩, দেওবাৰ
সময়ঃ ০৮:০০-৯:৩০
মাধ্যমঃ গুগল মিট
লিংকঃ https://meet.google.com/yjb-azdx-she

সূচী সম্পাদনা কৰক

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. ঈশান জ্যোতি বৰা (বাৰ্তা) 17:20, 26 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. -Chandan Chiring Phukon  Chat 17:23, 26 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Joli Rumi (বাৰ্তা) 22:54, 26 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Mridul Kumar Sharmah (বাৰ্তা) 1:36pm, 27 February 2023 (আই.টি.চি.)
  5. Nayan j Nath (বাৰ্তা) 08:14, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Pranamikaadhikary (বাৰ্তা) 09:04, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 09:24, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. চন্দ্ৰিমা ৰাভা (বাৰ্তা) 10:02, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. Rajdweep225 (বাৰ্তা) 11:24, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. দিব্য দত্ত (বাৰ্তা) 19:52, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. Rumi Borah~aswiki (বাৰ্তা) 02:43, 28 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) 17:20, 26 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. #Jyoti Chiring (বাৰ্তা) 03:57, 16 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰস্তাৱসমূহ সম্পাদনা কৰক

ফেব্ৰুৱাৰী মাহৰ অগ্ৰগতিৰ খতিয়ান সম্পাদনা কৰক

১) ৱিকিউদ্ধৃতি: নতুন ডমেইন পোৱা গৈছে কিন্তু প্ৰশাসকৰ বাবে চন্দন চিৰিং ফুকনে কৰা আবেদন: গৃহীত নহ'ল
মূল কাৰণ: মনোনয়নৰ বাবে ভোট কৰা বেছিভাগ সদস্য অন্য ৱিকি প্ৰকল্পতহে সক্ৰিয়। গতিকে অতি সোনকালে আগ্ৰহী সদস্যসকলে ৱিকিউদ্ধৃতিত সক্ৰিয়তা আনি চন্দন চিৰিং ফুকনৰ প্ৰশাসক পদৰ বাবে সমৰ্থন আগবঢ়োৱাৰ দৰকাৰ। প্ৰয়োজন হ'লে ৱিকিউদ্ধৃতিত যোগ দিয়াৰ বা সহজে কাম কৰাৰ উপায় আদি শিকোৱাৰ দায়িত্ব চন্দন চিৰিঙে লৈছে।

অগ্ৰগতি: হোৱা নাই। মাৰ্চ মাহৰ বাবে পুনৰ প্ৰস্তাৱ কৰা হৈছে।

এইক্ষেত্ৰত আগ্ৰহী সকলে অনুগ্ৰহ কৰি তলৰ তালিকাত নিজৰ নাম যোগ দিব।

  1. Joli Rumi (বাৰ্তা) 22:06, 29 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২) ৱিকিউদ্ধৃতিৰ বাবে সহজে উপলব্ধ সমল:

অগ্ৰগতি: সম্পূৰ্ণ।

৩) ৱিকিউৎসৰ বাবে স্কেনাৰ:

অগ্ৰগতি: স্কেনাৰৰ আবেদন গৃহীত হৈছে। তিনিমাহত ৫০খন কিতাপ স্কেন কৰাৰ লক্ষ্য ধাৰ্য্য কৰা হৈছে।

৪) অসম সাহিত্য সভাৰ অধিৱেশনত অসমীয়া ৱিকি:নয়ন জ্যোতি নাথ

অগ্ৰগতি: সম্পূৰ্ণ। হতাশাজনক আয়োজন।

৫) আলোকচিত্ৰ প্ৰতিযোগিতা:এপ্ৰিলত ব'হাগ বিহুৰ লগত সংগতি ৰাখি এখন আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ।

(ক) সময়সীমা: পোন্ধৰদিন? এপ্ৰিল ১০-২৫? এমাহ বেছি দীঘলীয়া যেন ভাৱ হয়।
(খ) নিয়মাৱলী: পূৰ্বৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ সহায়ত
(গ) বিচাৰক নিৰ্বাচন: মৃদুল কুমাৰ শৰ্মা, নয়ন জ্যোতি নাথ, গীতাৰ্থ বৰদলৈ
(ঘ) ইয়াৰ বাবে আনুষ্ঠানিক প্ৰস্তাৱটো সাজু কৰিবলৈ দিব্য দত্তক অনুৰোধ কৰিছোঁ
(ঙ) প্ৰচাৰ: ছ'ছিয়েল মিডিয়া আৰু বাতৰি কাকত- এইক্ষেত্ৰত আগভাগ ল'বলৈ ভাস্কৰ ভূঞাক অনুৰোধ কৰিছোঁ
অগ্ৰগতি: চলি আছে। তাৰিখৰ বাবে ভোট লোৱা হৈছে। বিষয়: অসমৰ স্থাপত্য আৰু সংস্কৃতি।

৬) জীৱনীৰ বাবে উপযুক্ত ব্যক্তি:

(ক) ইংৰাজী ৱিকিৰ মাপকাঠিসমূহৰ অসমীয়ালৈ অনুবাদ: আগ্ৰহী সদস্যসকলে অনুগ্ৰহ কৰি তলৰ তালিকাত নাম যোগ দিব।
  1. -Chandan Chiring Phukon  Chat 18:20, 30 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অগ্ৰগতি: আৰম্ভ কৰা হৈছে।

৭) ৱিকিৰ পোখালি বিস্তাৰ: সমূহীয়াকৈ ৱিকিপিডিয়াৰ পোখালি প্ৰবন্ধসমূহ বহলোৱাৰ প্ৰস্তাৱ।

(ক) ফেব্ৰুৱাৰী মাহৰ পোখালি: প্ৰদূষণ (২০২২ বৰ্ষৰ সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা)
অগ্ৰগতি: সম্পূৰ্ণ।
(খ) মাৰ্চ মাহৰ পোখালি:
১) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ
২) বানপানী
অংশগ্ৰহণকাৰী: এইক্ষেত্ৰত আগ্ৰহী সকলে অনুগ্ৰহ কৰি ৱিকিপিডিয়া:পোখালি পৰিচৰ্যা পৃষ্ঠাত নিজৰ নাম যোগ দিব পাৰে।

৮) ৱিকিৰ অসমীয়া টিচাৰ্ট:

(ক) ডিজাইন: বহু বছৰ আগতে বিষ্ণু শ‍ইকীয়াই কৰা ডিজাইনটো গীতাৰ্থ বৰদলৈয়ে বিচাৰি উলিয়াব।
(খ) আনুষ্ঠানিক প্ৰস্তাৱ: নয়ন জ্যোতি নাথ
অগ্ৰগতি: হোৱা নাই।

৯) নিয়মীয়া অনলাইন ৱিকিসভা: প্ৰতিমাহে শেষৰ দেওবাৰটোত নিয়মীয়াকৈ অনলাইন ৱিকিসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত।

অগ্ৰগতি: চলি আছে।
(ক) পৰৱৰ্তী সভাৰ তাৰিখ: দেওবাৰ, ২৬ মাৰ্চ; সময়: নিশা ৮-৯ বজা

অন্যান্য প্ৰস্তাৱ সম্পাদনা কৰক

১০) অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত: অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধ আৰু চিত্ৰ ৱিকিপত্ৰিকাৰ লগত সংগতি ৰাখি প্ৰতিমাহে সলনি কৰা।

মাৰ্চ: নয়ন জ্যোতি নাথ
এপ্ৰিল: ঈশান জ্যোতি বৰা

দিনাংকঃ ২৬-০৩-২০২৩, দেওবাৰ
সময়ঃ নিশা ০৮:০০-৯:০০
মাধ্যমঃ গুগল মিট
লিংকঃ https://meet.google.com/yjb-azdx-she

সূচী সম্পাদনা কৰক

০৮:০০ - আৰম্ভণি: ঈশান জ্যোতি বৰা
০৮:০৫ - নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:১৫ - WikiConference India ৰ অংশগ্ৰহণকাৰীসকলৰ দুআষাৰ

  • ভাস্কৰ ভূঞা
  • ৰুমী বৰা
  • গীতাৰ্থ বৰদলৈ
  • প্ৰণামিকা অধিকাৰী
  • ঈশান জ্যোতি বৰা

০৮:৩০- ৱিকিউদ্ধৃতিৰ খতিয়ান: চন্দন চিৰিং ফুকন
০৮:৪০ - নাৰীবাদ আৰু লোকগাথা ২০২৩-ৰ খতিয়ান: বিচাৰকদ্বয় দিব্য দত্ত আৰু বাবুল বৈশ্য
০৮:৫০ - অগ্ৰগতিৰ খতিয়ান: জলি ৰুমী বৰা

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. ঈশান জ্যোতি বৰা (বাৰ্তা) 14:02, 26 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. -Chandan Chiring Phukon Chat 14:21, 26 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Bhaskarjyoti Bhuyan (বাৰ্তা) 14:26, 26 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. -Joli Rumi (বাৰ্তা) 16:02, 26 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Rumi Borah~aswiki (বাৰ্তা) 09:05, 27 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Nayan j Nath (বাৰ্তা) 12:13, 27 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. অনামিকা(চুমু) বড়া (বাৰ্তা) 12:13, 27 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Rajdweep225 (বাৰ্তা) 10:57, 28 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. Jyoti Chiring (বাৰ্তা) 10:01, 28 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. Thesaurabhsaha (বাৰ্তা) 03:15, 29 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰস্তাৱসমূহ সম্পাদনা কৰক

মাৰ্চ মাহৰ অগ্ৰগতিৰ খতিয়ান সম্পাদনা কৰক

১) ৱিকিউদ্ধৃতি:

অগ্ৰগতি: চলি আছে। ১৪ গৰাকী সক্ৰিয় সদস্য হৈছেগৈ।
(ক) প্ৰশাসকৰ বাবে পুনৰ আবেদন: চন্দন চিৰিং ফুকন
(খ) ৱিকিউদ্ধৃতিৰ বাবে সহায়ক ভিডিঅ' তৈয়াৰ: চন্দন চিৰিং ফুকন

২) স্কেনাৰ

অগ্ৰগতি: স্কেনাৰৰ আবেদন গৃহীত হৈছে। তিনিমাহত ৫০খন কিতাপ স্কেন কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে।
(ক) কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত সমন্বয়: ঈশান জ্যোতি বৰা

৩) আলোকচিত্ৰ প্ৰতিযোগিতা:এপ্ৰিলত ব'হাগ বিহুৰ লগত সংগতি ৰাখি এখন আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ

(ক) বিচাৰকৰ সৈতে সমন্বয়: নয়ন জ্যোতি নাথ, গীতাৰ্থ বৰদলৈ
(খ) প্ৰচাৰ: ফে'চবুক- অনামিকা বড়া, ইনষ্টগ্ৰাম- নয়ন জ্যোতি নাথ
অগ্ৰগতি: প্ৰস্তাৱ দিয়া হৈছে কিন্তু পুঁজিৰ আবেদন এতিয়াও গৃহীত হোৱা নাই।

৪) ৱিকিৰ পোখালি বিস্তাৰ: সমূহীয়াকৈ ৱিকিপিডিয়াৰ পোখালি প্ৰবন্ধসমূহ বহলোৱাৰ প্ৰস্তাৱ।

(ক) মাৰ্চ মাহৰ পোখালি: অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ (২০২২ বৰ্ষৰ সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা)
অগ্ৰগতি: সম্পূৰ্ণ যদিও সমজুৱাকৈ সক্ৰিয়তা দেখা পোৱা নাই।
(খ) এপ্ৰিল মাহৰ পোখালি:
১) বানপানী
২) কনকলতা বৰুৱা
৩) দৰিদ্ৰতা
অংশগ্ৰহণকাৰী: এইক্ষেত্ৰত আগ্ৰহী সকলে অনুগ্ৰহ কৰি ৱিকিপিডিয়া:পোখালি পৰিচৰ্যা পৃষ্ঠাত নিজৰ নাম যোগ দিব পাৰে।

৫) ৱিকিৰ অসমীয়া টিচাৰ্ট:

(ক) ডিজাইন:গীতাৰ্থ বৰদলৈ
(খ) আনুষ্ঠানিক প্ৰস্তাৱ: নয়ন জ্যোতি নাথ
অগ্ৰগতি: হোৱা নাই।

৬) অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত: অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধ আৰু চিত্ৰ ৱিকিপত্ৰিকাৰ লগত সংগতি ৰাখি প্ৰতিমাহে সলনি কৰা।

এপ্ৰিল: ঈশান জ্যোতি বৰা
মে': কুলধৰ ৰাভা

অন্যান্য প্ৰস্তাৱ সম্পাদনা কৰক

৭) নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ ৰ লগত সংগতি ৰাখি এডিটাথনসমূহত প্ৰবন্ধৰ শব্দ সংখ্যা নিৰ্ধাৰণ: থলুৱা প্ৰৱন্ধত তথ্যৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে তেনে বিষয়ৰ প্ৰৱন্ধত শব্দ সীমা (২০০ শব্দ) কম কৰাৰ প্ৰস্তাৱ।

৮) পৰৱৰ্তী সভা: এপ্ৰিল মাহত মাহিলী অনলাইন ৱিকিসভাৰ উপৰি WikiConference India ৰ প্ৰস্তুতিৰ বাবে এখন বিশেষ অনলাইন ৱিকিসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত

(ক) বিশেষ অনলাইন সভাৰ তাৰিখ: ?
(খ) পৰৱৰ্তী মাহিলী সভাৰ তাৰিখ: দেওবাৰ, ৩০ এপ্ৰিল; সময়: নিশা ৮-৯ বজা

দিনাংকঃ ৩০-০৪-২০২৩, দেওবাৰ
সময়ঃ নিশা ০৮:০০-৯:০০
মাধ্যমঃ গুগল মিট
লিংকঃ https://meet.google.com/yjb-azdx-she

পৰৱৰ্তী সভাৰ (দেওবাৰ, ৩০ এপ্ৰিল) প্ৰস্তাৱিত বিষয় সম্পাদনা কৰক

১) সম্প্ৰতি বৃদ্ধি পোৱা যান্ত্ৰিক অনুবাদ আৰু কৰণীয়
২) নতুন সদস্যৰ বাবে ৱিকিসভাক আকৰ্ষণীয় কৰিবলৈ কাৰ্যব্যৱস্থা (সদস্য মৃদুল কুমাৰ শৰ্মাৰ মৌখিক প্ৰস্তাৱৰ আঁত ধৰি)
৩) নতুন সদস্যক ৱিকি প্ৰকল্পত অন্তৰ্ভুক্ত কৰিবলৈ কাৰ্যব্যৱস্থা

-Chandan Chiring Phukon Chat 05:54, 21 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সূচী সম্পাদনা কৰক

০৮:০০ - আৰম্ভণি: ঈশান জ্যোতি বৰা
০৮:০৫ - নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:১৫ - WikiConference India ৰ অংশগ্ৰহণকাৰীসকলৰ দুআষাৰ
০৮:৩০ - অগ্ৰগতিৰ খতিয়ান আৰু নতুন প্ৰস্তাৱ: জলি ৰুমী বৰা
০৮:৪০ - মুকলি আলোচনা: আঁত ধৰিব- চন্দন চিৰিং ফুকন

১) সম্প্ৰতি বৃদ্ধি পোৱা যান্ত্ৰিক অনুবাদ আৰু কৰণীয়
২) নতুন সদস্যৰ বাবে ৱিকিসভাক আকৰ্ষণীয় কৰিবলৈ কাৰ্যব্যৱস্থা (সদস্য মৃদুল কুমাৰ শৰ্মাৰ মৌখিক প্ৰস্তাৱৰ আঁত ধৰি)
৩) নতুন সদস্যক ৱিকি প্ৰকল্পত অন্তৰ্ভুক্ত কৰিবলৈ কাৰ্যব্যৱস্থা

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. Joli Rumi (বাৰ্তা) 15:55, 30 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. চন্দন চিৰিং ফুকন ||✉️ 11:52, 1 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. অনামিকা(চুমু) বড়া (বাৰ্তা) 15:08, 8 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰস্তাৱসমূহ সম্পাদনা কৰক

এপ্ৰিল মাহৰ অগ্ৰগতিৰ খতিয়ান সম্পাদনা কৰক

১) ৱিকিউদ্ধৃতি:

অগ্ৰগতি: চলি আছে। ১৪ গৰাকী সক্ৰিয় সদস্য হৈছেগৈ।
(ক) প্ৰশাসকৰ বাবে পুনৰ আবেদন: চন্দন চিৰিং ফুকন
(খ) ৱিকিউদ্ধৃতিৰ বাবে সহায়ক ভিডিঅ' তৈয়াৰ: চন্দন চিৰিং ফুকন

২) স্কেনাৰ

অগ্ৰগতি: স্কেনাৰৰ আবেদন গৃহীত হৈছে। এমাহৰ ভিতৰত স্কেনাৰটো আহি পোৱাৰ সম্ভাৱনা তিনিমাহত ৩০ খন কিতাপ স্কেন কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে।
(ক) কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত সমন্বয়: ঈশান জ্যোতি বৰা
(ক) ৩০ খন কিতাপৰ তালিকা: প্ৰণামিকা অধিকাৰী'

৩) আলোকচিত্ৰ প্ৰতিযোগিতা:এপ্ৰিলৰ পৰা পিছুৱাই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জুন মাহত এই আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

(ক) বিচাৰকৰ সৈতে সমন্বয়: নয়ন জ্যোতি নাথ, গীতাৰ্থ বৰদলৈ
(খ) প্ৰচাৰ: ফে'চবুক- অনামিকা বড়া, অনামিকা বড়া, ইনষ্টগ্ৰাম- নয়ন জ্যোতি নাথ
(খ) তেজপুৰৰ গ্ৰীণ হাবৰ সৈতে সহযোগিতাৰ প্ৰস্তাৱ আৰু সমন্বয়: জলি ৰুমী বৰা
অগ্ৰগতি: প্ৰস্তাৱ দিয়া হৈছে কিন্তু পুঁজিৰ আবেদন এতিয়াও গৃহীত হোৱা নাই। অনিৰ্দিষ্টকাললৈ স্থগিত।

৪) ৱিকিৰ পোখালি বিস্তাৰ: সমূহীয়াকৈ ৱিকিপিডিয়াৰ পোখালি প্ৰবন্ধসমূহ বহলোৱাৰ প্ৰস্তাৱ।
(২০২২ বৰ্ষৰ সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা)

অগ্ৰগতি: সম্পূৰ্ণ যদিও সমজুৱাকৈ সক্ৰিয়তা দেখা পোৱা নাই।
(ক) মে' মাহৰ পোখালি:
১) দৰিদ্ৰতা
২) কনকলতা বৰুৱা
অংশগ্ৰহণকাৰী: এইক্ষেত্ৰত আগ্ৰহী সকলে অনুগ্ৰহ কৰি ৱিকিপিডিয়া:পোখালি পৰিচৰ্যা পৃষ্ঠাত নিজৰ নাম যোগ দিব পাৰে।

৫) অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত: অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধ আৰু চিত্ৰ ৱিকিপত্ৰিকাৰ লগত সংগতি ৰাখি প্ৰতিমাহে সলনি কৰা।

এপ্ৰিল: ঈশান জ্যোতি বৰা
মে': কুলধৰ ৰাভা
অগ্ৰগতি: চলি আছে।

নতুন প্ৰস্তাৱ সম্পাদনা কৰক

(১) ৱিকিকনফাৰেন্সৰ অভিজ্ঞতা: হায়দৰাবাদত অনুষ্ঠিত ৱিকিকনফাৰেন্সত অসমীয়া ৱিকিমিডিয়া সমাজক প্ৰতিনিধিত্ব কৰা আঠজনীয়া দলটোৱে এই অভিজ্ঞতা সম্পৰ্কে লিখাৰ প্ৰস্তাৱ

(ক) জুন আৰু জুলাই মাহৰ ৱিকিপত্ৰিকাত মনৰ কথা: এমাহত চাৰিগৰাকীকৈ
(ক) প্ৰকাশ মাধ্যমত: ভাস্কৰ ভূঞা, ঈশান জ্যোতি বৰা


(২) ৱিকিৰ অসমীয়া ছ'ভেনিয়াৰ: ৱিকিৰ টিচাৰ্টবোৰ আমি সকলোৱে বৰ গৌৰৱেৰে আৰু হেঁপাহেৰে পিন্ধোঁ। কিন্তু Diversity আৰু Inclusion ৰ ফালৰ পৰা সকলোৰে কাৰণে এইটো culturally appropriate আৰু inclusive souvenir নহ'বও পাৰে। উদাহৰণস্বৰূপে আমাৰ বহুতো অসমীয়া মহিলাই টিচাৰ্ট নিপিন্ধিব পাৰে। গতিকে বৈচিত্ৰ্যতাৰ সামগ্ৰিক দিশটো মনত ৰাখি পুৰুষ-মহিলা উভয়ৰ বাবে উপযুক্ত হোৱাকৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ নিজা ৱিকি ছ'ভেনিয়াৰ ডিজাইন কৰাৰ প্ৰস্তাৱ লোৱা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনত কৰ্মকৰ্ত্তাই এই প্ৰস্তাৱত মৌখিক সন্মতি জনাইছে।

(ক) পৰিকল্পনা আৰু সমন্বয়: জলি ৰুমী বৰা
(খ) ডিজাইন: অনামিকা বড়া, নয়ন জ্যোতি নাথ
(গ) আনুষ্ঠানিক প্ৰস্তাৱ: ?

(৩) অনলাইন ৱিকি সভাৰ বিশেষ শিতান

(ক) অন্য ৱিকিৰ সক্ৰিয় সদস্যক নিমন্ত্ৰণ কৰা। এনে বক্তব্য আৰু আলাপৰ জৰিয়তে তেওঁলোকে কৰি থকা কামবোৰ জানিব পাৰোঁ আৰু নতুন ধাৰণাও পাব পাৰোঁ।
পৰিকল্পনা আৰু সমন্বয়: ?
(খ) অসমীয়া ৱিকিৰ পূৰ্বৰ পথপ্ৰদৰ্শক সদস্যসকলক নিমন্ত্ৰণ কৰা (উদাহৰণস্বৰূপে, অঞ্জল বৰা, উদ্দীপ তালুকদাৰ, বিষ্ণু শইকীয়া, নিতুল বৰা, প্ৰভাকৰ শৰ্মা নেওগ ইত্যাদি)। অসমীয়া ৱিকিৰ ইতিহাসৰ বিষয়ে ন-পুৰণি সদস্যই জানিব পাৰিব। লগতে বৰ্তমানৰ কাম-কাজৰ ক্ষেত্ৰতো পৰামৰ্শ ল'ব পাৰি।
পৰিকল্পনা আৰু সমন্বয়: ?
(গ) ৱিকিৰ সক্ৰিয় সদস্য সকলৰ বাবে কাৰিকৰী কৰ্মশালা বা এটি জ্ঞানৰ ভাগ-বতৰা শিতান
প্ৰশিক্ষক: দিব্য দত্ত, চন্দন চিৰিং ফুকন, বাবুল বৈশ্য, গীতাৰ্থ বৰদলৈ

মোৰ বোধেৰে নতুন সদস্যৰ প্ৰাথমিক প্ৰশিক্ষণ, সক্ৰিয় সদস্যৰ কাৰিকৰী প্ৰশিক্ষণৰ অনলাইন কৰ্মশালা আৰু মহিলা ৱিকিমিডিয়ানৰ কেম্প আদি সময়-সুবিধা যেতিয়াই মিলে অন্যদিনত পাতিব পাৰি। মাহেকীয়া অনলাইন ৱিকিসভাখন মাহটোৰ সামগ্ৰিক খতিয়ান লোৱাৰ বাবে দৰকাৰী। এঘণ্টাৰ ভিতৰতে ইমানবোৰ ঠিককৈ কৰা সম্ভৱ নহয়। নিমন্ত্ৰিত অতিথিৰ বাবেও বেলেগকৈ এঘণ্টীয়া অনলাইন সভা কৰাৰ কথা ভাৱিব পাৰি।

(৪) ছিড লেবৰ সৈতে সহযোগিতা

ছিড লেব বা বীজ গৱেষণাগাৰ শেহতীয়াকৈ গঠন হোৱা এটা সহযোগিতামূলক দল। এই লেবৰ উদেশ্য হ'ল উত্তৰ-পূব ভাৰতত বন্যপ্ৰাণী সংৰক্ষণৰ এক উমৈহতীয়া লক্ষ্যৰ দিশত কাম কৰিবলৈ বিভিন্ন পটভূমিৰ ব্যক্তিক একত্ৰিত কৰা। অসমত এই লেবৰ ঠিকনা তেজপুৰৰ গ্ৰীণ হাব নামৰ প্ৰতিষ্ঠানটো। এই গোটটোৱে গৱেষক, পৰিৱেশ সংৰক্ষক, ডিজাইনাৰ, আৰু সম্প্ৰদায়ৰ সকলো সদস্যকে ধৰি বিভিন্ন পটভূমিৰ লোকক একত্ৰিত কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশত সহযোগিতামূলকভাৱে কাম কৰিবলৈ বিচাৰে। তেওঁলোকৰ মূল ক্ষেত্ৰসমূহ হ'ল: মানুহ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ, প্ৰকৃতি সংৰক্ষণৰ অনুশীলন
, আৰু বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ বাবে কলা-বিজ্ঞান-ডিজাইন আন্তঃপৃষ্ঠৰ পোষকতা আৰু লালন কৰা।

ইয়াৰে এক ক্ষেত্ৰ হিচাপে ছিড লেবে অসমীয়া ৱিকি সমাজৰ সৈতে সহযোগিতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁলোকে বন্যজীৱ আৰু প্ৰকৃতি সম্পৰ্কে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিকমনছত তথ্য আৰু চিত্ৰ যোগ দিয়াত সহায় কৰিব খোজে। এইক্ষেত্ৰত সমন্বয়ক আৰু বৰ্তমানৰ প্ৰস্তাৱসমূহ এনেধৰণৰ-

(ক) ছিড লেব: সমন্বয়ক- নন্দিনী ভেলহ'
১) জুন মাহৰ আলোকচিত্ৰ প্ৰতিযোগিতাত গ্ৰীণ হাবৰ অংশগ্ৰহণ আৰু প্ৰচাৰ। ইয়াৰ লগত সংগতি ৰাখি অসমৰ প্ৰকৃতি সম্পৰ্কীয় আৰ্কাইভ ফটো ৱিকিকমনছত আপল'ড। অগ্ৰগতি: পুঁজিৰ আবেদন গৃহীত নোহোৱালৈকে স্থগিত।
২) গ্ৰীণ হাবৰ ১০৮ গৰাকী ফেল'ৰ ৱিকিমিডিয়া প্ৰকল্পত সক্ৰিয় অংশগ্ৰহণ
(খ) অসমীয়া ৱিকিমিডিয়া: সমন্বয়ক- জলি ৰুমী বৰা, চন্দন চিৰিং ফুকন
১) ৱিকিমিডিয়াৰ প্ৰকল্পসমূহ আৰু কেনেকৈ অৱদান আগবঢ়াব পাৰি সেইসম্পৰ্কে এটা অনলাইন বক্তৃতা
২) অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ৱিকিমিডিয়াত অৱদানৰ সহায়ক টুল-কিট প্ৰস্তুত কৰা
৩) আগ্ৰহ অনুযায়ী গ্ৰীণ হাবত এটা ৱিকি ক্লাবৰ প্ৰস্তাৱ আৰু পৰিকল্পনা

(৫) নেশ্যনেল ডিজিটাইজেশ্যন প্ৰগ্ৰেম (National Digitisation Program)

CIS-A2K সংস্থাই উক্ত নামৰ এটা প্ৰকল্প হাতত লৈছে৷ ইয়াৰ অধীনত বিভিন্ন পুথিভঁৰালৰ লগত সহযোগিতা কৰা হৈছে আৰু ৰি-লাইচেন্সিঙৰ বাবেও প্ৰয়োজনীয় কাম হাতত ল’ম বুলিছে৷ ইয়াৰ বাবে PD লেখক আৰু কিতাপৰ তালিকা লাগিব, কমন্সত আৰু ৱিকিউৎসত থকা কিতাপৰ হিচাপ লাগিব, সম্ভাব্য সহযোগী সংস্থা উলিয়াব লাগিব ইত্যাদি৷ সবিশেষ জানিবলৈ এই পৃষ্ঠা চাওক৷
সমন্বয় আৰু নেতৃত্ব: গীতাৰ্থ বৰদলৈ

(৬) অডিঅ'বুক প্ৰকল্প

পাঞ্জাৱী ৱিকিৰ আৰ্হিত কোনো এখন কপিৰাইট মুক্ত কিতাপৰ পাঠ্যখিনি অডিঅ' (পাঠ-অভিনয়) আকাৰে ৱিকিমিডিয়া কমন্সত সংৰক্ষণ কৰি পিছত ইয়াক ৱিকিউৎস, ৱিকিপিডিয়াৰে সংযোজন ঘটাব পাৰি। উদাহৰণ স্বৰূপে বুঢ়ী আইৰ সাধু" কিতাপখনৰ সাধুসমূহ নাটকীয়ভাৱে পঢ়ি ৰেকৰ্ডৰ মাধ্যমেৰে অডিঅ' বুকৰ ৰূপ দিব পাৰি।
সমন্বয় আৰু নেতৃত্ব: প্ৰাণজ্যোতি নাথ
সহযোগ: নয়ন জ্যোতি নাথ

(৭) ৱিকি ডাটা সম্পৰ্কীয় কাৰিকৰী প্ৰশিক্ষণ

<ইয়াত অধিক বিৱৰণ যোগ দিয়ক>
সমন্বয় আৰু নেতৃত্ব: ভাস্কৰ ভূঞা, বাবুল বৈশ্য

(৮) প্ৰাচীন ফ'ণ্টৰ অচিআৰ

"Wikisource Loves Manuscripts"ৰ অংশ এই প্ৰকল্পটোত Transkribus নামৰ AI-শক্তিযুক্ত সঁজুলিৰে হাতৰ আখৰৰ OCR কৰা সম্ভৱ (ৱিকিউৎসত থকা Google আৰু Tesseract OCR-এ নতুন ছপা আখৰৰ কামহে পাৰে)৷ এই কামত IIIT, হায়দৰাবাদো জড়িত হৈ আছে৷ পাইলট প্ৰজেক্ট হিচাপে "ধৰ্মপুস্তক’’ আৰু পাছলৈ মধ্যযুগীয় সাঁচিপাতৰ পুথিৰ কাম হাতত ল’ব পাৰি৷

Wikisource Loves Manuscripts

সমন্বয় আৰু নেতৃত্ব: দিব্য দত্ত, মৃদুল কুমাৰ শৰ্মা (?)

(৯) ৰিভাৰ্ছ ট্ৰেন্সক্লুশ্যন (Reverse Transclusion)

ৱিকিউৎসত কিতাপ আপল’ড, OCR, সংশোধন, বৈধকৰণ হোৱাৰ পাছত পাঠকৰ বাবে কিতাপখন উলিয়াই দিয়াটো Transclusion৷ কিন্ত অসমীয়া ৱিকিউৎসত মূল স্কেন পাঠ্য নথকা বহু পৃষ্ঠা আছে, যেনে- জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতবোৰ৷ জ্যোতিপ্ৰসাদ ৰচনাৱলী বা অন্য উৎসৰ পৰা গীতবোৰ থকা পৃষ্ঠাবোৰ লেখাবোৰত সংলগ্ন কৰা কামটো হ’ব Reverse Transclusion৷
সমন্বয় আৰু নেতৃত্ব: জলি ৰুমী বৰা

(১০) গাঁও প্ৰকল্প

অসমৰ গাঁওসমূহৰ বিষয়ে তথ্য আৰ চিত্ৰ আদি ৱিকিত উপলব্ধ কৰাৰ বাবে ন-পুৰণি সদস্যক নিজৰ গাঁওখনৰ বিষয়ে ৱিকিত তথ্য যোগ দিবলৈ উৎসাহিত কৰা। এই প্ৰকল্পত ৰে'লৱে ষ্টেচনসমূহ সামৰি লোৱাৰ কথাও ভাৱিব পাৰি।
সমন্বয় আৰু নেতৃত্ব: অজয় দাস, চন্দন চিৰিং ফুকন, নয়ন জ্যোতি নাথ

(১১) সকলো মহিলাৰ কেম্প

অসমীয়া ৱিকিত লিংগ ব্যৱধান কমোৱাৰ বাবে মহিলা সদস্যাক উৎসাহিত কৰা। <ইয়াত অধিক বিৱৰণ যোগ দিয়ক>
সমন্বয় আৰু নেতৃত্ব: প্ৰণামিকা অধিকাৰী, ৰুমী বৰা

(১২) ৱিকি প্ৰকল্পত মহিলা এডমিন

অসমীয়া কোনো এটা ৱিকি প্ৰকল্পতে এগৰাকীও মহিলা এডমিন নাই। গতিকে আগ্ৰহী এগৰাকী সদস্যাক এইক্ষেত্ৰত দৰকাৰী কাৰিকৰী প্ৰশিক্ষণ আৰু সমৰ্থন দি এগৰাকী মহিলা ৱিকি এডমিনৰ পৰিকল্পনা কৰিব লাগে।
প্ৰস্তাৱিত নামঃ
ৱিকিপিডিয়াৰ বাবে: জলি ৰুমী বৰা
ৱিকি উৎসৰ বাবে: প্ৰাণজ্যোতি নাথ
ৱিকি উদ্ধৃতিৰ বাবে: প্ৰণামিকা অধিকাৰী

(১৩) ৩০ দিনীয়া প্ৰত্যাহ্বান

অন্য ৱিকিৰ ১০০ দিনীয়া প্ৰত্যাহ্বানৰ আৰ্হিত অসমীয়া ৱিকিত প্ৰবন্ধ সৃষ্টিৰ ৩০ দিনীয়া প্ৰত্যাহ্বান- প্ৰতিদিনে এটাকৈ প্ৰবন্ধ সৃষ্টি!
সমন্বয় আৰু নেতৃত্ব: নয়ন জ্যোতি নাথ

দিনাংকঃ ২৮-০৫-২০২৩, দেওবাৰ
সময়ঃ নিশা ০৮:০০-৯:০০
মাধ্যমঃ গুগল মিট
লিংকঃ https://meet.google.com/yjb-azdx-she

আলোচনা সম্পাদনা কৰক

অংশগ্ৰহণ কাৰী হিচাপে আমি আন ৱিকিৰ কোনো সদস্যক যদি আমন্ত্ৰণ জনাই তেওঁৰ পৰা ১৫ মিনিট সময় ল'ব পাৰোঁ তেন্তে ভাল হ'ব যেন লাগিছে। -Nayan j Nath (বাৰ্তা) 14:49, 8 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মই ভাৱোঁ, নিমন্ত্ৰিত অতিথিৰ কাৰণে তেওঁৰ সময়-সুবিধা অনুযায়ী অন্য দিনত বেলেগকৈ সভা পাতিলে ভাল। ১৫ মিনিটৰ ভিতৰতে সকলোবোৰ সামৰিবলৈ খৰধৰ কৰাতকৈ এঘণ্টা সময় দিলে তেওঁৰ সৈতে অসমীয়া ৱিকিৰ সদস্যয়ো মুকলিকৈ মত বিনিময় কৰাৰ সুবিধা পাব। --Joli Rumi (বাৰ্তা) 11:39, 9 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোৰ হিচাপত কোনোবা এজন অসমীয়া ব্যাকৰণবিদ উদাহৰণস্বৰূপে কমলাকান্ত বৰা ডাঙৰীয়াক ৱিকিসভাত আমন্ত্ৰণ জনাই তেখেতক দু-এষাৰ ক'ব অনুৰোধ কৰিলে খুবেই ভাল হ'ব যেন পাইছোঁ। এই সন্দৰ্ভত আপোনালোকৰ মতামত বিছাৰিছোঁ। Thesaurabhsaha (বাৰ্তা) 13:21, 26 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্য্যসূচী সম্পাদনা কৰক

০৮:০০ - আৰম্ভণি: ঈশান জ্যোতি বৰা
০৮:০৫ - নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:১৫ - ৱিকিৰ মহিলা কেম্প-খতিয়ান আৰু পৰিকল্পনা: প্ৰণামিকা অধিকাৰী, ৰুমী বৰা

১) স্কেনাৰ সম্পৰ্কীয় পৰিকল্পনা
২) শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ
৩) মহিলা কেম্পৰ পৰৱৰ্ত্তী পদক্ষেপ

০৮:৩০ - অগ্ৰগতিৰ খতিয়ান: জলি ৰুমী বৰা

১) গ্ৰীন হাবৰ সৈতে সহযোগিতা
২) ৱিকিউদ্ধৃতিৰ প্ৰশাসকৰ বাবে আবেদন
৩) ৱিকিৰ চ'ছিয়েল মিডিয়াৰ পৰিচালনা
৪) ৱিকিৰ পোখালি পৰিচৰ্যা
৫) অসমীয়া ৱিকিত অন্য ভাষাৰ নিমন্ত্ৰিত অতিথি

০৮:৪৫ - মুকলি আলোচনা: আঁত ধৰিব- চন্দন চিৰিং ফুকন

১) সম্প্ৰতি বৃদ্ধি পোৱা যান্ত্ৰিক অনুবাদ আৰু কৰণীয়
২) নতুন সদস্যৰ বাবে ৱিকিসভাক আকৰ্ষণীয় কৰিবলৈ কাৰ্যব্যৱস্থা (সদস্য মৃদুল কুমাৰ শৰ্মাৰ মৌখিক প্ৰস্তাৱৰ আঁত ধৰি)
৩) নতুন সদস্যক ৱিকি প্ৰকল্পত অন্তৰ্ভুক্ত কৰিবলৈ কাৰ্যব্যৱস্থা

০৮:৫৫ - অন্যান্য কামৰ খতিয়ান
০৯:০০ - সভা ভংগ

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. চন্দন চিৰিং ফুকন ✉️ 15:40, 28 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Joli Rumi (বাৰ্তা) 18:07, 28 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. অনামিকা(চুমু) বড়া (বাৰ্তা) 06:40, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Thesaurabhsaha (বাৰ্তা) 11:49, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Rumi Borah~aswiki (বাৰ্তা) 12:18, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Nayan j Nath (বাৰ্তা) 12:20, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Pallabi Dutta.Baruah (বাৰ্তা) 12:25, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Pranamikaadhikary (বাৰ্তা) 14:47, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. #Jyoti Chiring (বাৰ্তা) 04:00, 16 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

খতিয়ান সম্পাদনা কৰক

১) স্কেনাৰ

স্কেনাৰৰ আবেদন গৃহীত হৈছে। প্ৰণামিকা অধিকাৰীৰ উদ্যোগত ৬৬খন গ্ৰন্থৰ এখন তালিকা জমা দিয়া হৈছে। কিন্তু CIS-A2K ৰ পৰা এইক্ষেত্ৰত বৰ্তমানলৈকে কোনো সঁহাৰি পোৱা হোৱা নাই।
(ক) কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত সমন্বয়: ঈশান জ্যোতি বৰা
(ক) কিতাপৰ তালিকা: প্ৰণামিকা অধিকাৰী :সম্পূৰ্ণ
@joli তালিকাখন পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজন। ইতিমধ্যে থকা আৰু কপিৰাইটৰ সমস্যা থকা কেইটামান নাম আঁতৰাইছোঁ। ১৯৬২ চনৰ পাছৰ পাঠ্যপুথিৰ নাম আছে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 10:46, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ঠিক আছে। যি যেনেকৈ পাৰে চাই লৈ শুধৰাব লাগিব তেন্তে। -Joli Rumi (বাৰ্তা) 12:04, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২) শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ

জুন মাহৰ পৰা আৰম্ভণি
(ক) এইসম্পৰ্কে ভিলেজ পাম্পত প্ৰস্তাৱক:চন্দন চিৰিং ফুকন
(খ) আয়োজক: প্ৰণামিকা অধিকাৰী, ৰুমী বৰা
(গ) সমল ব্যক্তি: ঈশান জ্যোতি বৰা

৩) মহিলা কেম্পৰ পৰৱৰ্ত্তী পদক্ষেপ

সদ্যহতে স্থগিত ৰখাৰ সিদ্ধান্ত

৪) গ্ৰীন হাবৰ সৈতে সহযোগিতা

চলি আছে
(ক) ৪ জুন, ২০২৩ তাৰিখে ৱিকি আৰু ছিড লেবৰ আয়োজকসকলৰ প্ৰাৰম্ভিক অনলাইন সভা
(খ) প্ৰতিমাহৰ দ্বিতীয় দেওবাৰে গ্ৰীন হাবৰ সদস্যসকলক প্ৰশিক্ষণ
সমল ব্যক্তি: চন্দন চিৰিং ফুকন, বিষ্ণু শইকীয়া, নয়ন জ্যোতি নাথ, গীতাৰ্থ বৰদলৈ, ঈশান জ্যোতি বৰা, জলি ৰুমী বৰা
(গ) তেজপুৰত ৱিকিৰ স্থানীয় সমল ব্যক্তি: বিষ্ণু শইকীয়া

৫) ৱিকিউদ্ধৃতিৰ প্ৰশাসকৰ বাবে আবেদন

জুন মাহৰ লক্ষ্য
(ক) প্ৰশাসকৰ বাবে আবেদন:চন্দন চিৰিং ফুকন
(ক) সমৰ্থনৰ বাবে সক্ৰিয় সদস্য: কমেও দহজন সক্ৰিয় সদস্যৰ প্ৰয়োজন।
বৰ্তমানৰ সক্ৰিয় সদস্য
(গ) ৱিকিউদ্ধৃতিৰ প্ৰচাৰ: জলি ৰুমী বৰা, <অনুগ্ৰহ কৰি ইয়াত নাম যোগ দিয়ক>

৬) ৱিকিৰ চ'ছিয়েল মিডিয়াৰ পৰিচালনা

চলি আছে
(ক) ফে'চবুক: অনামিকা বড়া, কুলধৰ ৰাভা, চন্দন চিৰিং ফুকন, নয়ন জ্যোতি নাথ
(খ) ইনষ্টাগ্ৰাম: নয়ন জ্যোতি নাথ
(গ) টুইটাৰ:চন্দন চিৰিং ফুকন, চাণক্য কুমাৰ দাস
(ঘ) টেলিগ্ৰাম:অনিমেষ বড়া, গীতাৰ্থ বৰদলৈ, চন্দন চিৰিং ফুকন, জলি ৰুমী বৰা, প্ৰিয়াংকুশ ডেকা
(ঙ) সহায় কৰিবলৈ আগ্ৰহী: সৌৰভ সাহা <অনুগ্ৰহ কৰি ইয়াত নাম যোগ দিয়ক>

৭) ৱিকিৰ পোখালি পৰিচৰ্যা

চলি আছে কিন্তু বৰ্তমানলৈকে সীমিত সহযোগিতা দেখা গৈছে
সমূহীয়াকৈ ৱিকিপিডিয়াৰ পোখালি প্ৰবন্ধসমূহ বহলোৱাৰ প্ৰস্তাৱ।
জুন মাহৰ পোখালি: তেজপুৰ (২০২২ বৰ্ষৰ সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা)
অংশগ্ৰহণকাৰী: এইক্ষেত্ৰত আগ্ৰহী সকলে অনুগ্ৰহ কৰি ৱিকিপিডিয়া:পোখালি পৰিচৰ্যা পৃষ্ঠাত নিজৰ নাম যোগ দিব পাৰে।

৮) অসমীয়া ৱিকিত অন্য ভাষাৰ নিমন্ত্ৰিত অতিথি

সদ্যহতে স্থগিত ৰখাৰ সিদ্ধান্ত

৯) প্ৰবন্ধৰ যান্ত্ৰিক অনুবাদৰ ক্ষেত্ৰত কাৰ্য্যব্যৱস্থা

জুন মাহৰ পৰা আৰম্ভণি
সম্পূৰ্ণ যান্ত্ৰিক অনুবাদেৰে যোগ দিয়া আৰু সম্পাদনা কৰিবলৈ অতি আসোঁৱাহ থকা প্ৰবন্ধবোৰত ডিলিট টেগ লগোৱাৰ সিদ্ধান্ত। লগতে প্ৰবন্ধটো উন্নত কৰিবলৈ মূল সম্পাদকক দহ দিন সময় বান্ধি দি প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিয়াৰ প্ৰস্তাৱ লোৱা হয়। সেই সময়সীমাৰ ভিতৰত প্ৰবন্ধটো উন্নত কৰিব নোৱাৰিলে ডিলিট কৰাৰ ব্যৱস্থা লোৱা হব।

১০) মাহিলী ৱিকিসভাত ৱিকিমিডিয়ানৰ মনৰ কথা

জুন মাহৰ পৰা আৰম্ভণি
মাহিলী ৱিকিসভা নতুন সদস্যসকলৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে প্ৰতিমাহে একোজন সক্ৰিয় সদস্যই মনৰ কথা পৰিৱেশন কৰাৰ সিদ্ধান্ত।
জুন মাহৰ সভাত বক্তা: জ্যোতি চিৰিং
সময়: দহ মিনিট

দিনাংকঃ ২৫-০৬-২০২৩, দেওবাৰ
সময়ঃ নিশা ০৮:০০-৯:০০
মাধ্যমঃ জুম
লিংকঃ https://us04web.zoom.us/j/79424430302?pwd=4fJEJY4WVW1KjdrtONRFRaZQe3O3Tz.1

কাৰ্য্যসূচী সম্পাদনা কৰক

০৮:০০ - আৰম্ভণি: জলি ৰুমী বৰা
০৮:০৫ - নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:১৫ - ৱিকিমিডিয়ানৰ মনৰ কথা: জ্যোতি চিৰিং
০৮:২৫ - ৱিকিউদ্ধৃতিৰ পৰৱৰ্তী পদক্ষেপ: চন্দন চিৰিং ফুকন
০৮:৩৫ -অগ্ৰগতিৰ খতিয়ান: জলি ৰুমী বৰা

১) গ্ৰীন হাবৰ সৈতে সহযোগিতা
২) সাহিত্য সভাৰ সৈতে সহযোগিতা

০৮:৪৫ - অন্যান্য কামৰ খতিয়ান
০৯:০০ - সভা ভংগ

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. চন্দন চিৰিং ফুকন ✉️ 01:20, 26 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Joli Rumi (বাৰ্তা) 12:40, 26 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Rumi Borah~aswiki (বাৰ্তা) 03:12, 30 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Jyoti Chiring (বাৰ্তা) 04:39, 30 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সভাৰ ৰেকৰ্ডিং সম্পাদনা কৰক

অনলাইন সভাৰ ৰেকৰ্ডিং এই লিংকত উপলব্ধ

প্ৰস্তাৱ/খতিয়ান সম্পাদনা কৰক

১) ৱিকিউদ্ধৃতিৰ পৰৱৰ্ত্তী পদক্ষেপ

ৱিকিউদ্ধৃতিৰ প্ৰশাসকৰ বাবে আবেদন: সম্পূৰ্ণ-চন্দন চিৰিং ফুকনে অস্থায়ী এডমিনশ্বিপ লাভ কৰিছে।
জুলাই মাহৰ লক্ষ্য
(ক) ইণ্টাৰফেইচ এডমিনৰ প্ৰস্তাৱ: প্ৰণামিকা অধিকাৰী, কুলধৰ ৰাভা (সহায় কৰিব চন্দন চিৰিং ফুকনে)
(খ) ৱিকিউদ্ধৃতিত সক্ৰিয়তা বঢ়োৱাৰ বাবে প্ৰতিমাহে একোটা নিৰ্দিষ্ট বিষয় বা থীম লৈ সেইসম্পৰ্কীয় কাম আগবঢ়োৱাৰ চেষ্টা কৰা হ'ব। উদাহৰণস্বৰূপে ৱিকিউদ্ধৃতিত 'বিহু নাম', 'জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ সংলাপ সংযোগ'। লগতে একেসময়তে অন্য কামবোৰ যাতে ৰৈ নাযায় তাত চকু ৰখাৰ সিদ্ধান্ত।

২) মাহিলী ৱিকিসভাত ৱিকিমিডিয়ানৰ মনৰ কথা

চলি আছে
মাহিলী ৱিকিসভা নতুন সদস্যসকলৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে প্ৰতিমাহে একোজন সক্ৰিয় সদস্যই মনৰ কথা পৰিৱেশন কৰাৰ সিদ্ধান্ত। জুন মাহৰ সভাত জ্যোতি চিৰিঙে প্ৰেৰণাদায়ক বক্তব্যৰে সকলোকে উৎসাহ-উদ্দীপনা যোগায়।
জুলাই মাহৰ সভাত বক্তা: ড° জোনালী বৰুৱা
সময়: দহ মিনিট

৩) শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ

জুলাই মাহৰ লক্ষ্য
(ক) আয়োজক: প্ৰণামিকা অধিকাৰী, চন্দন চিৰিং ফুকন
(খ) সমল ব্যক্তি: ড° জোনালী বৰুৱা

৪) মহিলা কেম্পৰ পৰৱৰ্ত্তী পদক্ষেপ

চলি আছে
<প্ৰণামিকা অধিকাৰী আৰু ৰুমী বৰাই অনুগ্ৰহ কৰি ইয়াত শেহতীয়া খতিয়ান যোগ দিব>

৫) গ্ৰীন হাবৰ সৈতে সহযোগিতা

চলি আছে
(ক) ৪ জুন, ২০২৩ তাৰিখে ৱিকি আৰু ছিড লেবৰ আয়োজকসকলৰ প্ৰাৰম্ভিক অনলাইন সভা হৈ গৈছে
(খ) ৯ জুলাই, ২০২৩ তাৰিখে দ্বিতীয় প্ৰশিক্ষণ: ৱিকিকমন্সত
সমল ব্যক্তি: চন্দন চিৰিং ফুকন, বিষ্ণু শইকীয়া, নয়ন জ্যোতি নাথ, গীতাৰ্থ বৰদলৈ, ঈশান জ্যোতি বৰা, ড° জোনালী বৰুৱা, প্ৰণামিকা অধিকাৰী
(গ) তেজপুৰত ৱিকিৰ স্থানীয় সমল ব্যক্তি: বিষ্ণু শইকীয়া জুলাই মাহৰ সমল ব্যক্তি: ড° জোনালী বৰুৱা

৬) সাহিত্য সভাৰ সৈতে সহযোগিতা

চলি আছে
(ক) ২৪ জুন, ২০২৩ তাৰিখে অসমীয়া ৱিকিমিডিয়া সমাজ আৰু অসম সাহিত্য সভাৰ সহযোগিতাৰে প্ৰথমখন অনলাইন সভা অনুষ্ঠিত হয়।
(খ) ২৪ জুনৰ সভাৰ খতিয়ান ৰাইজৰ চ'ৰাত যোগ দিব: গীতাৰ্থ বৰদলৈ
(গ) পৰৱৰ্ত্তী পদক্ষেপ
- সাহিত্য সভাৰ উদ্যোগত দ্বিতীয়খন অফলাইন কৰ্মশালা
- ভৱিষ্যতে সমল ব্যক্তিৰ কাৰণে সময় ঠিক কৰা আৰু শুদ্ধ প্ৰচাৰত চকু ৰখা
- শান্তনু কৌশিক বৰুৱাৰ উদ্যোগত ৱিকিৰ এখন কৰ্মশালাৰ আয়োজন। সমল

৭) পৰৱৰ্ত্তী মাহিলী সভাৰ জুম লিংক: ড° জোনালী বৰুৱা (আগষ্টৰ পৰা)

৮) শিলচৰত অসমীয়া ৱিকিউৎসৰ অফলাইন কৰ্মশালা

সমন্বয়ক: চন্দন চিৰিং ফুকন
প্ৰভাকৰ শৰ্মা নেওগ আৰু শিলচৰৰ অন্য সদস্যৰ সৈতে যোগাযোগ:ড° জলি ৰুমী বৰা


জুলাই, ২০২৩ সম্পাদনা কৰক

দিনাংকঃ ৩০-০৭-২০২৩, দেওবাৰ
সময়ঃ নিশা ০৮:০০-৯:০০
মাধ্যমঃ জুম
লিংকঃ https://us04web.zoom.us/j/71040436155?pwd=RoE6jypLSrrbH4JmrY4dQDKVGqVPRy.1
Meeting ID: 710 4043 6155
Passcode: rKZ8pY

কাৰ্য্যসূচী সম্পাদনা কৰক

০৮:০০ - আৰম্ভণি: জলি ৰুমী বৰা
০৮:০৫ - নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:১৫ - মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: নয়ন জ্যোতি নাথ
০৮:২৫ - ৱিকিমিডিয়ানৰ মনৰ কথা: ড° জোনালী বৰুৱা
০৮:৩৫ - ৱিকি মহিলা কেম্প: প্ৰণামিকা অধিকাৰী আৰু ৰুমী বৰা
০৮:৪৫ -অগ্ৰগতিৰ খতিয়ান

(১) গ্ৰীন হাবৰ সৈতে সহযোগিতা: নয়নজ্যোতি নাথ
(২) সাহিত্য সভাৰ সৈতে সহযোগিতা: গীতাৰ্থ বৰদলৈ
(২) অন্যান্য খতিয়ান:জলি ৰুমী বৰা

০৯:০০ - সভা ভংগ

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. Joli Rumi (বাৰ্তা) 21:53, 30 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. অনামিকা(চুমু) বড়া (বাৰ্তা) 03:12, 31 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. চন্দন চিৰিং ফুকন ✉️ 04:11, 31 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Nayan j Nath (বাৰ্তা) 04:30, 31 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Rumi Borah~aswiki (বাৰ্তা) 05:07, 31 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Jyoti Chiring (বাৰ্তা) 05:53, 31 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. সৌৰভ সাহা (বাৰ্তা) 03:16, 14 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) 21:53, 30 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সভাৰ ৰেকৰ্ডিং সম্পাদনা কৰক

অনলাইন সভাৰ ৰেকৰ্ডিং এই লিংকত উপলব্ধ

প্ৰস্তাৱ/খতিয়ান সম্পাদনা কৰক

১) ৱিকিউদ্ধৃতিৰ পৰৱৰ্ত্তী পদক্ষেপ

চলি আছে
(ক) ইণ্টাৰফেইচ এডমিনৰ প্ৰস্তাৱ: প্ৰণামিকা অধিকাৰী, কুলধৰ ৰাভা (সহায় কৰিব চন্দন চিৰিং ফুকনে)
(খ) ৱিকিউদ্ধৃতিত সক্ৰিয়তা বঢ়োৱাৰ বাবে প্ৰতিমাহে একোটা নিৰ্দিষ্ট বিষয় বা থীম লৈ সেইসম্পৰ্কীয় কাম আগবঢ়োৱাৰ চেষ্টা

২) মাহিলী ৱিকিসভাত ৱিকিমিডিয়ানৰ মনৰ কথা

চলি আছে
আগষ্ট মাহৰ সভাত বক্তা: গীতাশ্ৰী গগৈ আপ্তে
সময়: দহ মিনিট

৩) ৱিকিপিডিয়া:পদক তালিকা

আগষ্ট মাহৰ লক্ষ্য
আঁত ধৰিব: চন্দন চিৰিং ফুকন

৪) মহিলা কেম্পৰ পৰৱৰ্ত্তী পদক্ষেপ

বৰ্তমান স্থগিত আছে
সমন্বয়ক: প্ৰণামিকা অধিকাৰী আৰু ৰুমী বৰা

৫) গ্ৰীন হাবৰ সৈতে সহযোগিতা

চলি আছে
৯ জুলাই, ২০২৩ তাৰিখে দ্বিতীয় প্ৰশিক্ষণ:জুলাই মাহৰ ৯ তাৰিখে তেজপুৰৰ গ্ৰীন হাবৰ সভ্যসকলক অসমীয়া ৱিকিপিডিয়ান নয়ন জ্যোতি নাথে দ্বিতীয়লানি প্ৰশিক্ষণ প্ৰদান কৰে। কিন্তু ফল এতিয়াও আশানুৰূপ হোৱা নাই। ছেপ্টেম্বৰ মাহতহে ফেল'সকলে ৱিকিকমন্সত ফটো আপল'ড প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা।

৬) সাহিত্য সভাৰ সৈতে সহযোগিতা

??
পৰৱৰ্ত্তী পদক্ষেপ
- সাহিত্য সভাৰ উদ্যোগত দ্বিতীয়খন অফলাইন কৰ্মশালা
- ভৱিষ্যতে সমল ব্যক্তিৰ কাৰণে সময় ঠিক কৰা আৰু শুদ্ধ প্ৰচাৰত চকু ৰখা
- শান্তনু কৌশিক বৰুৱাৰ উদ্যোগত ৱিকিৰ এখন কৰ্মশালাৰ আয়োজন।

৭) স্বাধীনতা যুঁজাৰু এডিটাথন(১৫ আগষ্ট- ৩০ আগষ্ট):

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসমৰ স্বাধীনতা যুঁজাৰু সকলৰ বিষয়ে নতুন প্ৰৱন্ধ সৃষ্টি আৰু এই সম্পৰ্কীয় পোখালি প্ৰৱন্ধত তথ্য যোগ দিয়াৰ বাবে এখন এডিটাথন আয়োজনৰ সিদ্ধান্ত।
সমন্বয়ক: প্ৰণামিকা অধিকাৰী, নয়নজ্যোতি নাথ, চন্দন চিৰিং ফুকন

৮) পৰৱৰ্তী মাহৰ অনলাইন সভাত বিশেষ শিতান:ৱিকি পুৰিয়া:

সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান সকলে ইজনে সিজনৰ পৰা যিকোনো টান বিষয় বা নুবুজা কাৰিকৰী কাম-কাজ শিকাৰ বাবে পৰৱৰ্তী মাহৰ পৰা অনলাইন ৱিকিসভাত ৱিকি পুৰিয়া শিতান আৰম্ভ কৰাৰ প্ৰস্তাৱ। আগ্ৰহীসকলে শিকিব খোজা এনে যিকোনো বিষয় বা প্ৰশ্ন তলৰ তালিকাৰ যোগ দিব পাৰে-
(ক) ৱিকিউৎসৰ জটিল পৃষ্ঠাৰ মুদ্ৰণ সংশোধন: দিব্য দত্ত
(খ) ৱিকিডাটা: বাবুল বৈশ্য

৯) অন্য ৱিকিৰ বক্তাক নিমন্ত্ৰণ:

এনে বক্তব্য আৰু আলাপৰ জৰিয়তে তেওঁলোকে কৰি থকা কামবোৰ জানিব পাৰোঁ আৰু নতুন ধাৰণাও পাব পাৰোঁ।
অন্য ৱিকিৰ পৰা নিমন্ত্ৰণ কৰিব পৰা ৱিকিমিডিয়ানৰ নাম প্ৰস্তাৱ: নয়নজ্যোতি নাথ, গীতাৰ্থ বৰদলৈ

আগষ্ট, ২০২৩ সম্পাদনা কৰক

দিনাংকঃ ২৭-০৮-২০২৩, দেওবাৰ
সময়ঃ নিশা ০৮:০০-৯:০০
মাধ্যমঃ গুগল মীট
লিংকঃ https://meet.google.com/nyh-aerh-ere

কাৰ্যসূচী সম্পাদনা কৰক

০৮:০০ -আৰম্ভণি: জলি ৰুমী বৰা
  নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:০৫-মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: চন্দন চিৰিং ফুকন
০৮:১০ -ৱিকিমিডিয়ানৰ মনৰ কথা: গীতাশ্ৰী গগৈ আপ্তে
০৮:২০ -ৱিকিত ভেণ্ডেলিজম প্ৰতিৰোধ: নয়ন জ্যোতি নাথ
০৮:৩০ -ৱিকিৰ নীতিগত আলোচনা: বাবুল বৈশ্য
০৮:৪০ -ৱিকি পুৰিয়া: দিব্য দত্ত
০৮:৫০ -অগ্ৰগতিৰ খতিয়ান
০৯:০০ - সভা ভংগ

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. চন্দন চিৰিং ফুকন ✉️ 02:40, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. দিব্য দত্ত (বাৰ্তা) 02:43, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Nayan j Nath (বাৰ্তা) 03:19, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Rumi Borah~aswiki (বাৰ্তা) 04:12, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. ঈশান জ্যোতি বৰা (বাৰ্তা) 05:38, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Pranamikaadhikary (বাৰ্তা) 05:55, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. হানিফ আলী (বাৰ্তা) 06:34, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. যদুমণি গগৈ (বাৰ্তা)
  9. ৰাজেন দাস (বাৰ্তা)
  10. অনামিকা(চুমু) বড়া (বাৰ্তা) 07:20, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. Jyoti Chiring (বাৰ্তা) 07:49, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা)11:05, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. {{u|সৌৰভ}} 11:20, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  14. Joli Rumi (বাৰ্তা) 12:20, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  15. Rajdweep nlb (বাৰ্তা) 15:07, 28 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰস্তাৱ/খতিয়ান সম্পাদনা কৰক

১) ৱিকিত ভেণ্ডেলিজম প্ৰতিৰোধৰ বাবে, বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পোৱা ধ্বংসপ্ৰবণতা ৰোধ কৰাৰ বাবে ৱিকিৰ নীতি কঠোৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। <নয়ন জ্যোতি নাথক অধিক বিৱৰণ যোগ দিবলৈ অনুৰোধ কৰিছোঁ>

ৱিকিপিডিয়া:ধ্বংসপ্ৰৱণতা পৃষ্ঠাক অসমীয়া অনুবাদ: ঈশান জ্যোতি বৰা

২) ৱিকিত ধ্বংসপ্ৰবণতা প্ৰতিৰোধৰ বাবে সক্ৰিয় আৰু অভিজ্ঞ সদস্যক বিশেষ অধিকাৰ 'ৰোলবেক'ৰ বাবে আবেদন জনোৱাৰ প্ৰস্তাৱ।

(ক) ৰাইজৰ চ'ৰাত এইসম্পৰ্কীয় প্ৰস্তাৱ: বাবুল বৈশ্য
(খ) 'ৰোলবেক অধিকাৰ পোৱাৰ বাবে আগ্ৰহী সদস্য: অজয় দাস, চন্দন চিৰিং ফুকন, বাবুল বৈশ্য

<অন্য কোনোবা আগ্ৰহী সদস্য থাকিলে ইয়াতে নিজৰ নাম যোগ দিব পাৰে>

৩) ৱিকিউৎসৰ সম্পাদনা সম্পৰ্কীয় এখন বিশেষ অনলাইন কৰ্মশালা আয়োজনৰ সিদ্ধান্ত লোৱা হয়।

সমল ব্যক্তি: দিব্য দত্ত
তাৰিখ: নবেম্বৰ ২০২৩

৪) অনাগত অফলাইন ৱিকি মীট আপ আৰু কৰ্মশালা-

(ক) বীৰকুছি সাহিত্য সভাৰ কৰ্মশালা: ৩ ছেপ্টেম্বৰ; সমন্বয়ক: গীতাৰ্থ বৰদলৈ
(খ) মাজুলীত এখন কৰ্মশালা আয়োজনৰ প্ৰস্তাৱ: সমন্বয়ক- নয়ন জ্যোতি নাথ, চন্দন চিৰিং ফুকন, ৰুমী বৰা
(গ) টিংখং কলেজত ৱিকি কৰ্মশালা: ৮ ছেপ্টেম্বৰ; সমন্বয়ক: ভাস্কৰ ভূঞা

৫) অহামাহৰ পৰা মাহিলী ৱিকিসভাৰ ফে'চবুক লাইভ কৰাৰ সিদ্ধান্ত

পৰিচালনা: অনামিকা বড়া, ভাস্কৰ ভূঞা, চন্দন চিৰিং ফুকন

ছেপ্টেম্বৰ, ২০২৩ সম্পাদনা কৰক

  • দিনাংকঃ ২৪-০৯-২০২৩, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)

 পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

ফে'চবুক লাইভ: অনামিকা বড়া, ভাস্কৰ ভূঞা,চন্দন চিৰিং ফুকন

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. চন্দন চিৰিং ফুকন ✉️ 16:53, 24 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. দিব্য দত্ত (বাৰ্তা) 17:47, 24 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Pranamikaadhikary (বাৰ্তা) 17:53, 24 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Joli Rumi (বাৰ্তা) 18:23, 24 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী সম্পাদনা কৰক

০৮:০০ -আৰম্ভণি: জলি ৰুমী বৰা
  নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:০৫-মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: চন্দন চিৰিং ফুকন
০৮:১০ -ৱিকিমিডিয়ানৰ মনৰ কথা: ৰাজেন দাস
০৮:২০ -ৱিকি পুৰিয়া:ৱিকিডাটা: বাবুল বৈশ্য
০৮:৩০ -ৱিকি কমন্সৰ VRT আবেদন: সৌৰভ সাহা
০৮:৪০ -অগ্ৰগতিৰ খতিয়ান
০৯:০০ - সভা ভংগ

প্ৰস্তাৱ/খতিয়ান সম্পাদনা কৰক

১) ৱিকিত ধ্বংসপ্ৰবণতা প্ৰতিৰোধৰ বাবে সক্ৰিয় আৰু অভিজ্ঞ সদস্যক বিশেষ অধিকাৰ 'ৰোলবেক'ৰ বাবে আবেদন জনোৱাৰ প্ৰস্তাৱ।

(ক) ৰাইজৰ চ'ৰাত এইসম্পৰ্কীয় প্ৰস্তাৱ: বাবুল বৈশ্য, চন্দন চিৰিং ফুকন
(খ) 'ৰোলবেক অধিকাৰ পোৱাৰ বাবে আগ্ৰহী সদস্য: অজয় দাস, চন্দন চিৰিং ফুকন, বাবুল বৈশ্য

২) ৱিকিউৎসৰ সম্পাদনা সম্পৰ্কীয় এখন বিশেষ অনলাইন কৰ্মশালা আয়োজনৰ সিদ্ধান্ত

সমল ব্যক্তি: দিব্য দত্ত
তাৰিখ: নবেম্বৰ ২০২৩

৩) অনাগত অফলাইন ৱিকি মীট আপ আৰু কৰ্মশালা-

(ক) মাজুলীত এখন কৰ্মশালা আয়োজনৰ প্ৰস্তাৱ: সমন্বয়ক- নয়ন জ্যোতি নাথ, চন্দন চিৰিং ফুকন, ৰুমী বৰা
(খ) নৰ্থ লখিমপুৰ কলেজত ৱিকি কৰ্মশালা: সমন্বয়ক: ভাস্কৰ ভূঞা

৪) নগেন শইকীয়া ছাৰৰ সাহিত্যকৰ্ম ৱিকিউৎসত সংযোগৰ প্ৰস্তাৱ

সমন্বয়ক: ৰাজেন দাস, যদুমণি গগৈ

৫) মালায়ালম ৱিকিমিডিয়ান মিনাক্ষী নন্দিনীক অসমীয়া ৱিকিৰ বিশেষ সভাত অতিথি বক্তা হিচাপে নিমন্ত্ৰণ

সমন্বয়ক: চন্দন চিৰিং ফুকন, ৰুমী বৰা

৬) অসমীয়া ৱিকিৰ প্ৰৱন্ধত ৱিকি ডাটা সংযোগৰ প্ৰশিক্ষণ আৰু প্ৰস্তাৱ লোৱা হয়। লক্ষ্যপৃষ্ঠা: কাৰো সৈতে সংযোজিত নথকা পৃষ্ঠাসমূহ


অক্টোবৰ, ২০২৩ সম্পাদনা কৰক

  • দিনাংকঃ ২৯-১০-২০২৩, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)

 পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

ফে'চবুক লাইভ: ড° জোনালী বৰুৱা, ভাস্কৰ ভূঞা,চন্দন চিৰিং ফুকন

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. চন্দন চিৰিং ফুকন ✉️ 04:19, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. চাণক্য (বাৰ্তা) 04:36, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Nayan j Nath (বাৰ্তা) 05:40, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. - অজয়  কথা-বতৰা 07:05, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. দিব্য দত্ত (বাৰ্তা) 07:36, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. - হানিফ আলী (বাৰ্তা) 15:35, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. - যদুমণি গগৈ (বাৰ্তা) 09:21, 1 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. - ৰাজেন দাস (বাৰ্তা) 09.26, 1 November 2023 (ইউ.টি.চি.)
  9. জ্যোতি চিৰিং (বাৰ্তা) 22.47 1 November 2023 (ইউ.টি.চি.)
  10. নিৰঞ্জন বড়া (বাৰ্তা) 06:09, 2 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. Pranamikaadhikary (বাৰ্তা) 16:32, 2 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. Pallabi Dutta.Baruah (বাৰ্তা) 18:59, 2 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী সম্পাদনা কৰক

০৮:০০ -আৰম্ভণি: চন্দন চিৰিং ফুকন
  নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:১০- মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: নয়ন জ্যোতি নাথ
০৮:১৫ -ৱিকিমিডিয়ানৰ মনৰ কথা: প্ৰণামিকা অধিকাৰী, চন্দন চিৰিং ফুকন আৰু ৰুমী বৰা
০৮:৪০ -নিমন্ত্ৰিত অতিথিৰ বক্তব্য
০৮:৫৫ -ৱিকিপত্ৰিকাৰ উন্মোচন: নয়ন জ্যোতি নাথ
০৯:০০ - সভা ভংগ

প্ৰস্তাৱ/খতিয়ান সম্পাদনা কৰক

১) পাঞ্জাবী ৱিকিমিডিয়ান তথা CIS-A2K-ৰ প্ৰোগ্ৰাম অফিচাৰ নীতেশ গীল অতিথি বক্তা হিচাপে উপস্থিত থাকে

স্কেনাৰৰ বাবে ঠিকনা: ৱিকিউৎসৰ বাবে CIS-A2K-ৰ ফালৰ পৰা আগবঢ়াবলগীয়া স্কেনাৰ প্ৰেৰণ কৰিবৰ বাবে ঠিকনা এটা ই-মেইলযোগে পঠোৱাৰ সিদ্ধান্ত

২) ডিচেম্বৰ মাহৰ ৱিকিপত্ৰিকাৰ মনৰ কথা দিল্লীত অনুষ্ঠিত ৱিকি ৱ'মেন কেম্পত অসমীয়া ৱিকিমিডিয়াক প্ৰতিনিধিত্ব কৰা প্ৰণামিকা অধিকাৰীয়ে লিখাৰ সিদ্ধান্ত।

নৱেম্বৰ, ২০২৩ সম্পাদনা কৰক

  • দিনাংকঃ ০৩-১২-২০২৩, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)

 পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

ফে'চবুক লাইভ: ড° জোনালী বৰুৱা, ভাস্কৰ ভূঞা,চন্দন চিৰিং ফুকন

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

  1. Rumi Borah~aswiki (বাৰ্তা) 05:07, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. ঈশান জ্যোতি বৰা (বাৰ্তা) 05:15, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Nayan j Nath (বাৰ্তা) 06:24, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. যদুমণি গগৈ(বাৰ্তা) 08:36, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. জ্যোতি চিৰিং(বাৰ্তা) 19:08 4 December 2023 (ইউ.টি.চি.)
  6. Pranamikaadhikary (বাৰ্তা) 13:50, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Jonali Baruah (বাৰ্তা) 08:32, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. চন্দন চিৰিং ফুকন ✉️ 16:37, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. ৰাজেন দাস(বাৰ্তা) 18:30, 5 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) 12:35, 6 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী সম্পাদনা কৰক

০৮:০০ -আৰম্ভণি: জলি ৰুমী বৰা
  নতুন সদস্যসকলৰ আদৰণি আৰু ন-পুৰণি সদস্যৰ বাৰ্তালাপ
০৮:১০- মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: ভাস্কৰ ভূঞা
০৮:২০ -নিমন্ত্ৰিত অতিথিৰ বক্তব্য: প্ৰভাকৰ শৰ্মা নেওগ
০৮:৩৫ -নিমন্ত্ৰিত অতিথিৰ বক্তব্য: মৃদুল কুমাৰ শৰ্মা
০৮:৫০ -নৱবৰ্ষৰ পৰিকল্পনা
০৯:০০ - সভা ভংগ

প্ৰস্তাৱ/খতিয়ান সম্পাদনা কৰক

  1. ৱিকিমিডিয়াৰ পদকৰ তালিকাত কি বিষয়ত কেনে পদক দিয়া হ'ব সেইসম্পৰ্কে বিৱৰণ যোগ দিয়া হ'ব যাতে যিকোনো ন-পুৰণি সদস্যই সেই আৰ্হিত পদক দিব পাৰে।
  2. ‘এই মাহৰ ৱিকিমিডিয়ান’ পদক:পদকৰ বিচাৰত ৱিকিৰ সকলো প্ৰকল্পত সৰ্বমুঠ সম্পাদনাৰ সংখ্যা, সেই সম্পাদনাৰ গুৰুত্ব আৰু অফলাইন অৱদানো অন্তৰ্ভুক্ত কৰা হ’ব।
  3. ডিচেম্বৰ,২০২৩ ৰ শেষত বছৰটোৰ শ্ৰেষ্ট প্ৰবন্ধকাৰ,বৰ্ষটোৰ ৱিকিমিডিয়ান আৰু ২০২৩ ৰ অন্য অৱদানৰ ভিত্তিত পদক দিব পৰা যায়।
  4. ৱিকিৰ মাহিলী ৱিকিসভাত সেই মাহৰ ভাল প্ৰবন্ধৰ সৃষ্টিকৰ্তাক সেই প্ৰবন্ধৰ বিভিন্ন দিশ যেনে তথ্যসূত্ৰ, গুণগত দিশ (ৱিকিফাই) আদিৰ বিষয়ে চমুকৈ ক’বলৈ অনুৰোধ কৰা হ’ব। এই শিতানে প্ৰবন্ধ এটা ভাল বুলি নিৰ্বাচিত হোৱাৰ আঁৰত থকা দিশ সমূহৰ বিষয়ে সকলোকে আভাস দিব। লগতে তেনে প্ৰবন্ধ সৃষ্টি কৰিবলৈ প্ৰেৰণাও যোগাব বুলি আশা কৰিব পাৰি।
  5. মাহিলী ৱিকি সভাৰ শেষত ১০-১৫ মিনিট সময় ৱিকি আড্ডাৰ বাবে আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ। এই আড্ডাত সদস্যসকলে যিকোনো বিষয় মুকলি মনেৰে পাতিব বা কোনো প্ৰশ্ন সুধিব পাৰিব। আড্ডাৰ ৰেকৰ্ডিং কৰা নহ’ব আৰু সকলোৱে নিজৰ ইচ্ছা অনুসৰি উপস্থিত থাকিব পাৰিব।
  6. ৱিকিউৎসৰ স্কেনাৰৰ বাবে মৃদুল কুমাৰ শৰ্মাৰ ঠিকনাটো নীতেশ গীলক দিয়া হ’ব। সমন্বয়ক: চন্দন চিৰিং ফুকন।
  7. ৱিকিবাৰ্ষিকী,জুন ২০২৪ ৰ আয়োজনত আগ্ৰহী কোনোবা থাকিলে সেই অনুসৰি ঠাইৰ কথা ভবা হ’ব। আগ্ৰহী সকলে ৰাইজৰ চ'ৰাত বা ইয়াতে প্ৰস্তাৱ দিব পাৰে।
  8. নতুন সদস্যসকল (সম্পাদনা সংখ্যা ২০০০ ৰ ভিতৰত) ৰ বাবে এখন ৱিকি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ। সমন্বয়ক: প্ৰণামিকা অধিকাৰী।
  9. ৱিকিৰ ফেইচবুক গোটত ন-পুৰণি সকলো সদস্যকে ৱিকি সম্পৰ্কীয় যিকোনো পষ্ট আদি দিবলৈ অনুৰোধ।
  10. নৱবৰ্ষৰ ৱিকি সংকল্প (New Year Resolution) লোৱাৰ প্ৰস্তাৱ। এই প্ৰস্তাৱ সমূসীয়া বা ব্যক্তিগত পৰ্য্যায়ত ৱিকিসম্পৰ্কীয় কামৰ বাবে হ’ব পাৰে। এই সম্পৰ্কত ৰাইজৰ চ’ৰাত প্ৰস্তাৱ - নয়ন জ্যোতি নাথ।

মতামত সম্পাদনা কৰক

  1. প্ৰবন্ধ এটা ৱিকিপত্ৰিকাৰ বাবে “ভাল প্ৰবন্ধ’’ বুলি আন সদস্যই নিৰ্বাচিত কৰে৷ গতিকে, ভাল প্ৰবন্ধটো “ভাল’’ বুলি নিৰ্বাচিত কৰাৰ কাৰণ লেখকতকৈ নিৰ্বাচিত কৰাসকলেহে বিতং ক’ব পাৰিব বুলি বিশ্বাস৷ ধৰা হওক, মই লিখা প্ৰবন্ধটো “ভাল প্ৰবন্ধ’’ৰূপে নিৰ্বাচিত হ’বই বুলি লিখা হোৱা নাছিল৷ সম্পূৰ্ণ হোৱাৰ পিছত তাক বেলেগেহে স্বীকৃতি দিছে৷ গতিকে, বিষয়টো ভাবিবলগীয়া বুলি ভাবোঁ৷ তেনে কৰিলে, অভিজ্ঞসকলৰ পৰা ন-শিকাৰু অধিক লাভান্বিত হ’ব বুলি বিশ্বাস৷ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 13:56, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
    এই কথাত সমৰ্থন জনাইছোঁ। চন্দন চিৰিং ফুকন ✉️ 12:54, 5 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
    ধন্যবাদ চন্দন৷ Pranamikaadhikary (বাৰ্তা) 12:58, 5 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]