ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৩/মাৰ্চ মাহৰ বিশেষ অভিলেখ
- ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা “নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩”ত বৰ্তমানলৈকে নাৰীবাদ আৰু লোকগাথা বিষয়ক ৪৪৬ টা প্ৰবন্ধ যোগ দিয়া হৈছে।
- মাৰ্চ মাহত বাবুল বৈশ্য আৰু ঈশান জ্যোতি বৰাই ব্যক্তিগতভাৱে ৬০০ টা প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।
- যোৱামাহত সৰ্বাধিক দৰ্শন হোৱা প্ৰবন্ধৰ তালিকা৷