ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৪/উল্লেখনীয় কাম

  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,৫০৪ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৪১ টালৈ বৃদ্ধি পালে।