ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২০/এপ্ৰিল মাহৰ বিশেষ অভিলেখ

ভাৰতীয় অনলাইন মুদ্ৰন সংশোধন প্ৰতিযোগিতা ২০২০ত অসমীয়া ৱিকিউৎসৰ তৃতীয় স্থান।
একেটা মাহতে অসমীয়া ৱিকিপিডিয়াত দুই শতাধিক প্ৰবন্ধৰ সৃষ্টি আৰু অসমীয়া ৱিকিউৎসত দহৰো অধিক গ্ৰন্থৰ কাম সম্পূৰ্ণ।
অসমীয়া ৱিকিমিডিয়া অসমীয়া ৱিকিমিডিয়া ইউ টিউব চেনেলত নতুন সদস্যৰ বাবে দহৰো অধিক নতুন ভিডিঅ'ৰ কাম সম্পন্ন।