ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২১/ছেপ্টেম্বৰ মাহৰ বিশেষ অভিলেখ

২০২১ চনৰ ১৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে অনুষ্ঠিত হোৱা ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসই অলপতে ঘোষিত ফলাফল অনুসৰি সমগ্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ব্যক্তিগতভাৱে প্ৰাণজ্যোতি নাথয়ে সৰ্বভাৰতীয় পৰ্যায়ত তৃতীয় স্থান অধিকাৰ কৰে।