ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২০/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭০০৯ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৬৪ খনলৈ বৃদ্ধি পালে।
- ৱিকিউৎসত জুন,২০২০ মাহত সম্পূৰ্ণ হোৱা গ্ৰন্থসমূহ হৈছে-
- চলচ্চিত্ৰ (উৎপল দত্ত, ১৯৯৬, প্ৰবন্ধ সংকলন)
- পোহৰ আনোতা (জয়ন্ত কুমাৰ শৰ্মা, ১৯৮৮, একাংকিকা নাট)
- আখৰৰ ৰেলগাড়ী (সপোনমাধুৰী দত্ত, ১৯৮৮, শিশু পদ্যৰ সংকলন)
- বাজিকৰ আৰু আন আন গল্প (শৰৎচন্দ্ৰ গোস্বামী, গল্প সংকলন)
- কৰ্মবীৰ চন্দ্ৰনাথ (দণ্ডিনাথ কলিতা, জীৱনী)