ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৩/নিৰ্বাচিত উদ্ধৃতি
“ | অসমৰ পৰা আমি সৰি নপৰিলে বা অসম আমাৰ পৰা সৰি নপৰিলে অৰ্থাৎ অসমৰ পৰা আমি বিদেশলৈ ওলাই নাহিলে, অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ আমি ভালকৈ মোল বুজিব নোৱাৰোঁ। প্ৰণয়ৰ সোৱাদ বুজিবলৈ যেনেকৈ বিচ্ছেদ লাগে – অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ সোৱাদ বুজিবলৈ তেনেকৈ আমাৰ সেইবিলাকৰ পৰা কিছুকাল স্থায়ী বিচ্ছেদৰ আৱশ্যক। | ” |
— লক্ষ্মীনাথ বেজবৰুৱা |
“ | বুঢ়া কঁঠালৰ মুঢ়া, জাকৰুৱা ঘৰলৈ ছোৱালী নিদিবা ঢেকীয়ে কৰিব বুঢ়া | ” |
— ফকৰা যোজনা |