ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৪/নিৰ্বাচিত উদ্ধৃতি
“ | সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। | ” |
— মহিম বৰা |
“ | ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ দৈৱকী ওলাইছে, হৰি মোৰ ঐ কাষতে কলচী লৈ ৰাম কৃষ্ণ আগতে গৈছে, ৰাম কৃষ্ণ গায়নে বায়নে হৰি মোৰ ঐ গঙ্গাজল আনোগৈ আমি। |
” |