ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২১/নিৰ্বাচিত চিত্ৰ

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসোৎসৱত শিশু কৃষ্ণৰ অভিনয়ৰ বাবে প্ৰসাধন গ্ৰহণ কৰি থকা অৱস্থাত এটি শিশু অভিনেতা।
আলোকচিত্ৰ শিল্পী: ইন্দ্ৰনীল গায়ন