ৱিকিপিডিয়া:বাটচ'ৰা
(ৱিকিপিডিয়া:Community Portalৰ পৰা পুনঃনিৰ্দেশিত)
ৱিকিপিডিয়ালৈ আদৰিছোঁসম্পাদনা কৰকএই পৃষ্ঠাখন অসমীয়া ৱিকিপিডিয়া সমাজৰ মুখপত্ৰ। আমি জ্ঞানৰ প্ৰতি লিপ্সা থকা সাধাৰণ মানুহ। সেয়ে জ্ঞান অৰ্জন আৰু বৰ্ধনৰ কাৰণে আমি সকলো মিলি প্ৰবন্ধ লিখাৰপৰা ব্যৱস্থাপনালৈকে সকলো নিজে কৰি এই গণবিশ্বকোষখন প্ৰস্তুত কৰি উলিয়াবলৈ দৃঢ়প্ৰতিজ্ঞ। আহক, আপুনিও যোগদান কৰক, আৰু আপুনি জনা যিকোনো বিষয়ে লিখি বা আনুসংগিক কাম যেনে বানান, ব্যাকৰণ আদি শুদ্ধ কৰা আদিৰ দ্বাৰা আপোনাৰ বহুমূলীয়া অৱদান আগবঢ়াওক।
শিতান: আপুনি কৰিব পৰা কাম - সমাজ - অন্য ৱিকিসমূহ - সহায়সম্পাদনা কৰক |
আপুনি কৰিব পৰা কামসম্পাদনা কৰকআপুনি কৰিব পৰা আন আন কামসম্পাদনা কৰক
প্ৰবন্ধ এটা অধিক উন্নত কৰাসম্পাদনা কৰক
|
সমাজসম্পাদনা কৰক
|
অন্য ৱিকিসমূহসম্পাদনা কৰক
ৱিকিপিডিয়া ভগ্নী প্ৰকল্পসমূহসম্পাদনা কৰক
|
সহায়সম্পাদনা কৰক
|