ৱিকিপিডিয়া:File Upload Wizard
ফাইল আপল'ড প্ৰক্ৰিয়ালৈ আদৰণি জনাইছোঁ। এই পৃষ্ঠাখন ৱিকিপিডিয়াত কোনো চিত্ৰ বা আন মিডিয়া ফাইল আপল'ড কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপুনি তলৰ "আৰম্ভ কৰক" লিংকটোত ক্লিক কৰিলে ই আপোনাক এখন প্ৰপত্ৰলৈ লৈ যাব য'ত আপোনাক প্ৰতিটো ফাইলৰ কপিৰাইট আৰু উৎস তথ্য সম্পৰ্কে প্ৰশ্ন কৰা হ'ব।
আপুনি লগ্ ইন কৰা নাই।
ক্ষমা কৰিব, এই আপল'ড প্ৰপত্ৰ ব্যৱহাৰ কৰি ফাইল আপল'ড কৰিবলৈ আপুনি আপোনাৰ একাউণ্টৰ জৰিয়তে প্ৰৱেশ কৰিব লাগিব। অনুগ্ৰহ কৰি লগ্ ইন কৰক আৰু পুনৰ চেষ্টা কৰক।
আপোনাৰ একাউণ্টটো এতিয়াও নিশ্চিত কৰা হোৱা নাই।
ক্ষমা কৰিব, অসমীয়া ৱিকিপিডিয়াত ফাইল আপল'ড কৰিবলৈ আপোনাৰ এটা নিশ্চিত একাউণ্ট থাকিব লাগিব। সাধাৰণতে আপুনি ১০টা সম্পাদনা কৰাৰ পিছত আৰু সৃষ্টিৰ চাৰি দিন পিছত একাউণ্টটো স্বয়ংক্ৰিয়ভাৱে নিশ্চিত হয়।
আপুনি হয়তো ৱিকিমিডিয়া কমন্সত ফাইল আপল'ড কৰিব পাৰিব, কিন্তু অসমীয়া ৱিকিপিডিয়াত এতিয়াই কৰিব নোৱাৰিব। কিন্তু আপুনি এই প্ৰপত্ৰ ব্যৱহাৰ কৰিয়েই কমন্সত ফাইল আপল'ড কৰিব পাৰিব।
যদি আপুনি স্বয়ংনিশ্চিত হোৱালৈ অপেক্ষা কৰিব খোজা নাই, তেন্তে আপুনি আন কাৰোবাক আপোনাৰ হৈ ৱিকিপিডিয়া:আপল'ড কৰিবলগীয়া ফাইলত ফাইলটো আপল'ড কৰিবলৈ ক'ব পাৰে। বা আপুনি এজন প্ৰশাসকক ৱিকিপিডিয়া:Requests for permissions/Confirmedত আপোনাৰ একাউণ্টটো মেনুৱেলী নিশ্চিত কৰিবলৈ অনুৰোধ জনাব পাৰে।
প্ৰথম ঢাপ: আপোনাৰ ফাইল বাছনি কৰক
ফাইল: | আপোনাৰ কম্পিউটাৰৰ এটা ফাইল বাছনি কৰক। সৰ্বোচ্চ ফাইল আকাৰ: 100 MB। অনুমোদিত ফাইল প্ৰকাৰ: png, gif, jpg, jpeg, xcf, pdf, mid, ogg, ogv, svg, djvu, tiff, tif, oga.
|
দ্বিতীয় ঢাপ: আপোনাৰ ফাইলৰ চমু বৰ্ণনা দিয়ক
অনুগ্ৰহ কৰি ৱিকিপিডিয়াত ব্যৱহাৰৰ সুবিধাৰ্থে আপোনাৰ ফাইলটোৰ এটা প্ৰাঞ্জল, বৰ্ণনামূলক নাম দিয়ক। | |
এই নামটো সকলো ৱিকিপিডিয়াৰ ভিতৰত অদ্বিতীয় হ'ব লাগিব। গতিকে অনুগ্ৰহ কৰি ইয়াক তথ্যপূৰ্ণ আৰু সহজে বিচাৰিব পৰা কৰক। অলপ দীঘল নাম দিলেও একো সমস্যা নহয়। ইয়াত খালী ঠাই, ক'মা আৰু আন কিছুমান যতিচিহ্ন থাকিব পাৰে। ভাল: "গুৱাহাটী নগৰ, নীলাচল পাহাৰৰ ওপৰৰ পৰা বৃহংগম দৃষ্টিৰে, অক্টোবৰ ২০১১.jpg"। বেয়া: "দৃশ্য.jpg", "DSC0001234.jpg"। |
ক্ষমা কৰিব, কাৰিকৰী কাৰণত ফাইলনামত কেইটামান বিশেষ চিহ্ন আৰু আৰু চিহ্নৰ সংযোজন কৰিব নোৱাৰি। সেইকেইটা হৈছে # < > [ ] | : { } আৰু ~~~। এইবোৰ আঁতৰাবলৈ আপোনাৰ ফাইলনামটো সংশোধন কৰা হৈছে। নামটো শুদ্ধ হৈছেনে অনুগ্ৰহ কৰি চাওক।
আপুনি বাছনি কৰা ফাইলনামটো বৰ চুটি, বা নিৰ্দিষ্ট নহয়। অনুগ্ৰহ কৰি তলত দিয়া ধৰণৰ ফাইলনাম নিলিখিব:
- বহল অৰ্থ থকা বা নিৰ্দিষ্ট নোহোৱা শিৰোনামা (যেনে- "সূৰ্যাস্ত.jpg", "প্ৰেক্ষাগৃহ.jpg")
- ব্যক্তি এজনৰ প্ৰথম বা দ্বিতীয় নাম, যিবোৰ আন বহুত মানুহৰ লগত একে হ'ব পাৰে (যেনে- "অখিল.jpg", "কুমাৰ.jpg")
- কেৱল সংখ্যা থকা শিৰোনামা, বা ডিজিটেল কেমেৰাই প্ৰস্তুত কৰা তেনে শিৰোনামা ("DSC_001234", "IMGP0345"), বা ৱেবছাইটত পোৱা ধৰণৰ যাদৃচ্ছিক সূত্ৰ থকা নাম ("30996951316264l.jpg")
এই নামৰ এটা ফাইল কমন্সত আছেই!
আপুনি এই নামতে ফাইলটো আপল'ড কৰিলে আগৰ ফাইলটো ঢাক খাব আৰু সেইটো বিচাৰি পোৱা নাযাব। আগৰ ফাইলটো ব্যৱহাৰ হোৱা সকলো ঠাইতে আপোনাৰ নতুন ফাইলটো দৃশ্যমান হ'ব।
অতি বিশেষ কাৰণ নাথাকিলে এনে কৰিব নালাগে।
আপুনি কি কৰি আছে সঠিককৈ নাজানিলে এই নামত ফাইলটো আপল'ড নকৰিব। অনুগ্ৰহ কৰি আপোনাৰ নতুন ফাইলটোৰ বাবে আন নাম এটা বাছনি কৰক।
যদি আপুনি ইতিমধ্যে থকা ফাইলটো এটা অবিতৰ্কিত, সংশোধিত ভাৰ্চনেৰে সলাবলৈ বিচাৰিছে, অনুগ্ৰহ কৰি সেইটো কমন্সলৈ গৈ আপল'ড কৰক। অসমীয়া ৱিকিপিডিয়াত সেইটো আপল'ড নকৰিব।এই নামৰ ফাইল ইতিমধ্যে আছেই।
আপুনি এই নামতে ফাইলটো আপল'ড কৰিলে আগৰ ফাইলটো মচা যাব। আগৰ ফাইলটো ব্যৱহাৰ হোৱা সকলো ঠাইতে আপোনাৰ নতুন ফাইলটো দৃশ্যমান হ'ব। অনুগ্ৰহ কৰি এটা ভাল কাৰণ নাথাকিলে এনে নকৰিব:
নহয়, মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিব বিচৰা নাই। মই নতুন ফাইলটোৰ বাবে আন নাম এটা বাছনি কৰিম। | |
নহয়, মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিবলৈ বিচাৰিছোঁ। মোৰ ফাইলটো একে কামৰে এটা নতুন, উন্নত আৰু অবিতৰ্কিত সংস্কৰণ। পুৰণা বিৱৰণ পৃষ্ঠা, উৎস আৰু কপিৰাইট তথ্য নতুন ফাইলটোৰ বাবে একেই থাকিব। | |
হয়, মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিবলৈ বিচাৰিছোঁ, আৰু মই এই ৱিজাৰ্ড ব্যৱহাৰ কৰি নতুন বৰ্ণনা আৰু উৎস তথ্য যোগ কৰিবলৈ বিচাৰিছোঁ। আগৰ সংস্কৰণটো মোৰ নিজা আপল'ড আছিল, বা এই সালসলনিত আগৰ আপল'ডাৰজনে একো আপত্তি নকৰাটো মই নিশ্চিত কৰিছোঁ। |
এই ফাইলটোৰ সমলসমূহৰ চমু বিৱৰণ দিয়ক। এয়া ফাইল বিৱৰণ পৃষ্ঠাৰ অংশ হিচাপে সংৰক্ষিত আৰু দৃশ্যমান হ'ব। এই ফাইলটোৰ বিষয় কি সেয়া আন সম্পাদকসকলেও বুজি পোৱাটো জৰুৰী। | |
এই ফাইলটোৱে কি প্ৰকাশ কৰে? এয়া কিহৰ ছবি, ৰেখাচিত্ৰ, বাণীবন্ধন? ফাইলটো আপুনি যিটো প্ৰবন্ধত ব্যৱহাৰ কৰিব খুজিছে তাৰ ৱিকিসংযোগ এটাও দিলে ভাল। |
তৃতীয় ঢাপ: উৎস আৰু কপিৰাইট তথ্য দিয়ক
তলত দিয়া বিকল্প আৰু প্ৰশ্নসমূহ আপুনি পঢ়াটো, আৰু সকলো তথ্য সঠিককৈ আৰু সাৱধানেৰে দিয়াটো অতি প্ৰয়োজনীয়।
এইটো এটা মুক্ত কৰ্ম। যিকোনো ব্যক্তিয়ে যিকোনো কাৰণত ইয়াক আইনীভাৱে ৱিকিপিডিয়া বা আন ঠাইত ব্যৱহাৰ কৰিব পাৰে বুলি মই প্ৰতিপন্ন কৰিব পাৰোঁ। আপুনি এটা মুক্ত কৰ্ম আপল'ড কৰিব খোজা বাবে ধন্যবাদ। ৱিকিপিডিয়াই মুক্ত ফাইল ভাল পায়। কিন্তু সেয়া যদি আপুনি আমাৰ ভগ্নী প্ৰকল্প ৱিকিমিডিয়া কমন্সত আপল'ড কৰে, আমি অধিক আনন্দিত হ'ম। কমন্সত আপল'ড কৰা ফাইল ততালিকে এই ৱিকিপিডিয়া বা অন্যান্য ভগ্নী প্ৰকল্পসমূহত ব্যৱহাৰ কৰিব পাৰি। কমন্সত আপল'ড কৰা প্ৰক্ৰিয়াও ইয়াৰ দৰেই। আপোনাৰ ৱিকিপিডিয়া একাউণ্টে স্বয়ংক্ৰিয়ভাৱে কমন্সতো কাম কৰিব। অনুগ্ৰহ কৰি আপোনাৰ ফাইলটো কমন্সত আপল'ড কৰাৰ কথা বিবেচনা কৰক। যদি আপুনি ইয়াতেই কৰিবলৈ বিচাৰিছে, আপুনি এই প্ৰপত্ৰ পূৰণ কৰিব পাৰে। নাইবা আপুনি এই প্ৰপত্ৰখন ফাইলটোৰ বিষয়ে তথ্য যোগ কৰিবলৈ আৰু তাৰপিছত সেয়া ইয়াৰপৰা কমন্সলৈ পঠিয়াবৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এইটো এটা কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম, কিন্তু মোৰ বিশ্বাস ইয়াক ভাল কামত ব্যৱহাৰ কৰা হৈছে। মই অ-মুক্ত সমলৰ বাবে ৱিকিপিডিয়াৰ নিয়ম সম্পৰ্কে অৱগত, আৰু এই ফাইলৰ ব্যৱহাৰে তাত থকা মাপকাঠি কেনেকৈ পূৰণ কৰিব সেয়া জনাবলৈ মই সাজু। মনত ৰাখিব আপুনি এই কথা দেখুৱাব লাগিব যে: এই ফাইলটো তলৰ প্ৰবন্ধটোত ব্যৱহাৰ কৰা হ'ব:
Example – প্ৰবন্ধ বাছনি শুদ্ধ। এই নামৰ প্ৰবন্ধৰ অস্তিত্ব নাই! এই প্ৰবন্ধটো Example বিচাৰি পোৱা নগ'ল। অনুগ্ৰহ কৰি বানানটো পৰীক্ষা কৰক আৰু ফাইলটো অন্তৰ্ভুক্ত কৰিবলগীয়া এটা সঠিক প্ৰবন্ধৰ নাম লিখিছেনে নাই সেয়া নিশ্চিত কৰক। যদি সেই প্ৰবন্ধটো আপুনি লিখাৰ পৰিকল্পনাহে কৰিছে, তেন্তে সেইটো সোনকালে লিখক আৰু ফাইলটো পিছত আপল'ড কৰক। এইটো প্ৰকৃত বিশ্বকোষ প্ৰবন্ধ নহয়! এই পৃষ্ঠাখন Example মূল প্ৰবন্ধ নামস্থানত নাই। অ-মুক্ত ফাইলসমূহ কেৱল প্ৰবন্ধতহে ব্যৱহাৰ কৰিব পাৰি; সদস্য পৃষ্ঠা, আলোচনা পৃষ্ঠা, সাঁচ আদিত নোৱাৰি। অনুগ্ৰহ কৰি প্ৰকৃত প্ৰবন্ধত ব্যৱহাৰ হ'বলগীয়া ফাইলহে আপল'ড কৰক। যদি এই পৃষ্ঠাখন আপোনাৰ সদস্যস্থানত প্ৰবন্ধ খচৰা হিচাপে ৰখা হৈছে, আমি দুঃখিত। পৃষ্ঠাখন সম্পূৰ্ণ কৰি মূল স্থানলৈ নিয়াৰ পিছতহে আপুনি ফাইলটো আপল'ড কৰা উচিত। এইখন এখন দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা! এই পৃষ্ঠাখন Example প্ৰকৃত প্ৰবন্ধ নহয়। এইখন আন কিছুমান পৃষ্ঠালৈ আঙুলিয়াই দিয়া এখন দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাহে। অনুগ্ৰহ কৰি পৰীক্ষা কৰি আপোনাৰ লক্ষ্য প্ৰবন্ধটোৰ সঠিক নাম লিখক।
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই ফাইলটো ওপৰৰ এটাও শ্ৰেণীত নপৰে। এই ফাইলটো ওপৰত দিয়া ব্যৱহাৰৰ এটাও শ্ৰেণীত নপৰে বা মই ইয়াৰ অৱস্থা সম্পৰ্কে নিশ্চিত নহয়। মই এই ফাইলটো ক'ৰবাত পালোঁ, কিন্তু এইটো কোনে তৈয়াৰ কৰিলে বা ইয়াৰ স্বত্বাধিকাৰ কোন সেয়া নাজানো। আমি দুঃখিত, কিন্তু যদি আপুনি ফাইলটোৰ কপিৰাইট সম্পৰ্কে একো নাজানে বা এইটো ওপৰৰ এটাও শ্ৰেণীত খাপ নাখায় তেন্তে: অনুগ্ৰহ কৰি এইটো আপল'ড নকৰিব। আমি অনুৰোধ কৰিছোঁ, সঁচাই এনে নকৰিব। এই কাৰ্যই প্ৰবন্ধটোৰ মান উচ্চ কৰিব বুলি আপুনি ভাবিলেও আমি ৱিকিপিডিয়াত কপিৰাইট নিয়মসমূহ ঢিলাই দিবলৈ নিবিচাৰোঁ। বিশেষকৈ এইবোৰ আপল'ড নকৰিব:
আপোনাৰ যদি কিবা সন্দেহ আছে, অনুগ্ৰহ কৰি আপল'ড কৰাৰ আগতে কোনো অভিজ্ঞ সম্পাদকক সুধি লওক। ৱিকিপিডিয়া:মিডিয়া কপিৰাইট প্ৰশ্ন (ইংৰাজী)ত সদস্যসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। ধন্যবাদ। |
প্ৰাক্দৰ্শন
আপল'ডৰ বাবে এই তথ্যখিনি জমা দিয়া হ'ব:
ফাইলৰ নাম: | |
সম্পাদনা সাৰাংশ: | |
পাঠ: |
আপল'ড প্ৰক্ৰিয়া চলি আছে
আপোনাৰ ফাইলটো আপল'ড হৈ আছে।
ফাইলৰ আকাৰ আৰু আপোনাৰ ইণ্টাৰনেট সংযোগৰ ওপৰত নিৰ্ভৰ কৰি এই কামটোত অলপ সময় লাগিব পাৰে।
আপল'ড হৈ যোৱাৰ পিছত আপোনাৰ ফাইলটো এই লিংকত পাব:
ফাইলটো সফলতাৰে আপল'ড কৰা হ'ল
আপোনাৰ ফাইলটো সফলতাৰে আপল'ড কৰা হ'ল আৰু সেইটো ইয়াত পাব:
অনুগ্ৰহ কৰি লিংকটো খোলক আৰু চিত্ৰ বিৱৰণ পৃষ্ঠাত আপুনি অন্তৰ্ভুক্ত কৰিব খোজা সকলো তথ্য আছেনে নাই পৰীক্ষা কৰক।
যদি আপুনি বৰ্ণনাখিনি সলাবলৈ বিচাৰিছে, তেন্তে পৃষ্ঠাখনৰ ওপৰৰ "সম্পাদনা" টেব্টোত ক্লিক কৰক আৰু আন পৃষ্ঠাত কৰাৰ দৰেই সম্পাদনা কৰক। আপল'ড কৰা ফাইলটো নতুন সংস্কৰণ এটাৰে সলাবলৈ নিবিচাৰিলে এই আপল'ড প্ৰপত্ৰ দুনাই পূৰণ নকৰিব।
ফাইলটো এটা প্ৰবন্ধত অন্তৰ্ভুক্ত কৰিব খুজিলে তলত দেখুওৱাৰ দৰে সংকেত ব্যৱহাৰ কৰক:
[[File:Example.jpg|thumb|right|ইয়াত এটা শিৰোনাম লিখক]]
যদি আপুনি ছবিখন নেদেখুৱাকৈ পাঠ্যত ফাইলটোৰ এটা লিংক দিব খুজিছে (যেনে- ছবিখনৰ বিষয়ে আলোচনা পৃষ্ঠাত কথা পাতোঁতে), আপুনি তলত দিয়াৰ দৰে সংকেত ব্যৱহাৰ কৰিব পাৰে (আৰম্ভণিৰ বন্ধনীৰ পিছত ":" মন কৰিব!):
[[:File:Example.jpg]]
ছবিৰ অন্তৰ্ভুক্তি আৰু স্থান ঠিক কৰাৰ বিষয়ে অধিক জানিবলৈ সহায়:ছবি কেনেকৈ ব্যৱহাৰ কৰিব চাওক।
পৰীক্ষামূলক ফাইল আপল'ড বিশেষজ্ঞ ব্যৱহাৰ কৰাৰ বাবে আপোনাক ধন্যবাদ।
অনুগ্ৰহ কৰি আপোনাৰ প্ৰতিক্ৰিয়া, মন্তব্য, বাগ্ প্ৰতিবেদন বা পৰামৰ্শ আলোচনা পৃষ্ঠাত লিখক।
|