Example:

{{WP:Good article criteria/WIAGA|6a}}

yields

চিত্ৰসমূহৰ কপিৰাইট স্থিতিৰ সম্পৰ্কে বিৱৰণত ভালদৰে উল্লেখিত আৰু লগতে অ-মুক্ত সমলসমূহৰ বাবে বৈধ আংশিক ভাল ব্যৱহাৰ যুক্তি ভালদৰে উল্লেখ কৰা হয়।

Each texts
1 ভালদৰে-লিখিত
1a প্ৰবন্ধৰ ব্যৱহৃত তথ্যসমূহ স্পষ্ট আৰু লঘূ হোৱাৰ উপৰিও, কপিৰাইট নীতিসমূহক সন্মান জনাৱাৰ লগতে বানান আৰু ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ হ’ব লাগে।
1b ৱিকিপিডিয়াৰ মনোমত সজ্জাৰ গঠনৰ নীতি নিৰ্দেশনাসমূহত উল্লেখিত শীৰ্ষ খণ্ড, গঠন, আৰু তালিকাৰ গঠন অনুসৰণ কৰিব লাগে।
2 তথ্যগতভাৱে সঠিক আৰু সত্যাপনযোগ্যতা
2a প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ প্ৰমাণ আৰু উদ্ধৃতি নিৰ্দ্ধাৰিত নিয়ম নীতি অনুসৰি কৰাটো বাঞ্চনীয়
2b প্ৰবন্ধটোত বিশ্বাসযোগ্য উত্‍সৰৰ পৰা পৰ্যাপ্ত পৰিমাণে তথ্যৰ উদ্ধৃতি দিয়াৰ আৱশ্যক।
2c ইয়াত কোনো মৈলিক গৱেষণাসমৃদ্ধ তথ্য থাকব নালাগে।
3 বিষয়বস্তুৰ ব্যপকতা
3a প্ৰবন্ধটোৰ বিষয়বস্তু দিশসমূহ ভালদৰে উল্লেখ কৰা উচিত।
3b প্ৰবন্ধটোত সন্নিবিষ্ট তথ্যসমূহ মূল দিশসমূহৰ পৰা যাতে ফালৰি কাটি অন্য দিশলৈ গতি নকৰে (সাৰাংশ সজ্জা চাওক) ।
4 নিৰপেক্ষ: প্ৰবন্ধটোৰ নিৰপেক্ষতা আৰু তথ্যগত ভাৱে শুদ্ধ আৰি ইয়াক লৈ কোনো বিতৰ্ক নাই।
5 স্থিৰ: প্ৰবন্ধটোত নিয়মিতভাৱে কোনোধৰণৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা নহয় আৰু প্ৰবন্ধটো কোনো সম্পাদনা দ্বন্দৰ চিকাৰ নহয়।
6 বৰ্ণনামূলক, যদি সম্ভৱ তেনে চিত্ৰসমূহৰ দ্বাৰা
6a চিত্ৰসমূহৰ কপিৰাইট স্থিতিৰ সম্পৰ্কে বিৱৰণত ভালদৰে উল্লেখিত আৰু লগতে অ-মুক্ত সমলসমূহৰ বাবে বৈধ আংশিক ভাল ব্যৱহাৰ যুক্তি ভালদৰে উল্লেখ কৰা হয়।
6b চিত্ৰসমূহৰ বিষয় সম্পৰ্কীয় হয় আৰু লগতে ভাল শিৰোনাম দিয়াটো বাঞ্চনীয়।