ৱিকিপিডিয়া বাৰ্তা:প্ৰশাসকবৃন্দ
Latest comment: 1 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic ৰামৰায় বৈষ্ণৱ গুৰু নাছিল ৷ তেখেতৰ তথ্য বেলেগ ৷ তেখেত শঙ্কৰদেৱৰ সম্পৰ্কীয় ভাত্ৰি আৰু তেখেতৰ জীয়ৰীৰ চিলাৰায় বিয়া কৰাইছিল শঙ্কৰদেৱৰ মধ্যস্থতাত ৰামৰায় কুঠী তাৰেই নিদৰ্শন
ৰামৰায় বৈষ্ণৱ গুৰু নাছিল ৷ তেখেতৰ তথ্য বেলেগ ৷ তেখেত শঙ্কৰদেৱৰ সম্পৰ্কীয় ভাত্ৰি আৰু তেখেতৰ জীয়ৰীৰ চিলাৰায় বিয়া কৰাইছিল শঙ্কৰদেৱৰ মধ্যস্থতাত ৰামৰায় কুঠী তাৰেই নিদৰ্শন
সম্পাদনা কৰকৰামৰায় গুৰু নাছিল ৷ তেখেতক মাধৱদেৱে দিক্ষা দিছিল। চিলাৰায়ে তেখেতৰ জীয়ৰীক বিয়া কৰাইছিল এই বিষয়ে ৰামৰায় বংশাৱলী আছে ৷ অনুমতি পালে দিব পাৰোঁ। 2405:201:A800:A100:B8E8:E89F:26EE:FD40 15:37, 24 April 2023 (ইউ.টি.চি.)
- অনুগ্ৰহ কৰি আপুনি ৱিকিপিডিয়াত এটা একাউণ্ট খুলি যিটো পৃষ্ঠাত ভুল দেখিছে তাতেই শুদ্ধকৈ লিখি দিব পাৰে। এইদৰে ভুল তথ্যবোৰ শুধৰাই গ’লেহে ৱিকিৰ তথ্যসমূহ শুদ্ধ হ’ব। দিব্য দত্ত (বাৰ্তা) 15:43, 24 April 2023 (ইউ.টি.চি.)