ৱিকিপিডিয়া বাৰ্তা:ভাল প্ৰবন্ধ

মাননীয় সম্পাদক… সম্পাদনা কৰক

মাননীয় অসমীয়া ইউকিপিডিয়া সম্পাদক মণ্ডলী, মই আপোনালোকৰ "ৰাজবংশী ইতিহাস" লিখনিটো আলায়াৰন(সূৰ্যোদয়) অনলাইন আলোচনীত প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো ৷ সেয়ে আপোনালোকৰ পৰা উক্ত লেখাটো প্ৰকাশৰ বাবে অনুমতি দিবনে? ভুৱন বড়ো (talk) 03:31, 24 December 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা আহৰণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰকাশ কৰিব পাৰিব। ধন্যবাদ। - দিব্য দত্ত (বাৰ্তা) 17:48, 25 December 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিপিডিয়া কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। Migom kaman (talk) 20:23, 6 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ভাল প্ৰবন্ধ" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।