ৱিকিপিডিয়া বাৰ্তা:ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যা

নাম সম্পাদনা কৰক

এই প্ৰকল্পৰ নাম হ'ব লাগিছিল তথ্য প্ৰযুক্তিবিদ্যাতথ্য আৰু সংশ্লিষ্ট প্ৰযুক্তিবিদ্যা বেচি দীঘল । চাইপাও 12:27, 10 ফেব্ৰুৱাৰী 2012 (UTC)

নামটো ৱিকিপিডিয়া: ৱিকি তথ্য প্ৰযুক্তিবিদ্যা প্ৰকল্প কৰা যাওক । কিন্তু সেইটো কোনোবাই কৰি দিলে ভাল আছিলে । Jyoti Prakash Nath 13:45, 10 ফেব্ৰুৱাৰী 2012 (UTC)

মই স্থানান্তৰ কৰিলো এতিয়া এডমিন এজনে আগৰ পৃষ্ঠা খন মচি দিলে হ'ল । Jyoti Prakash Nath 13:51, 10 ফেব্ৰুৱাৰী 2012 (UTC)

জ্যোতি এই প্ৰকল্পটো এলাগী কৰি পেলাইছা যে? বাকীসকলৰো উম-ঘাম নাই! — গীতাৰ্থ বৰদলৈ (talk)

এলাগী নাই কৰা অলপ অলপ কৈ হলেও মই যেতিয়াই সময় পাও কৰি আছো, আৰু এইটো এটা দিঘলীয়া প্ৰকল্প লাহে লাহে আগবাঢ়ি থাকিব। Jyoti Prakash Nath (talk) 05:47, 3 এপ্ৰিল 2012 (UTC)

"ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যা" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।